• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰক্তচাপ কোনোপ্ৰকাৰেই নিয়ন্ত্ৰণ কৰিব পৰা নাই? ব্ৰেকফাষ্ট এইকেইবিধ খাদ্য গ্ৰহণ কৰি আছে নেকি?

ৰক্তচাপ কোনোপ্ৰকাৰেই নিয়ন্ত্ৰণ কৰিব পৰা নাই? ব্ৰেকফাষ্ট এইকেইবিধ খাদ্য গ্ৰহণ কৰি আছে নেকি?

1 year ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

2 minutes ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

53 minutes ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

2 hours ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

2 hours ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

3 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

4 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

4 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

5 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

6 hours ago
এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

7 hours ago
Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

8 hours ago
ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰক্তচাপ কোনোপ্ৰকাৰেই নিয়ন্ত্ৰণ কৰিব পৰা নাই? ব্ৰেকফাষ্ট এইকেইবিধ খাদ্য গ্ৰহণ কৰি আছে নেকি?

ৰক্তচাপ কোনোপ্ৰকাৰেই নিয়ন্ত্ৰণ কৰিব পৰা নাই? ব্ৰেকফাষ্ট এইকেইবিধ খাদ্য গ্ৰহণ কৰি আছে নেকি?

editor by editor
August 21, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, স্বাস্থ্য
0
ৰক্তচাপ কোনোপ্ৰকাৰেই নিয়ন্ত্ৰণ কৰিব পৰা নাই? ব্ৰেকফাষ্ট এইকেইবিধ খাদ্য গ্ৰহণ কৰি আছে নেকি?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উচ্চ ৰক্তচাপৰ সমস্যা এতিয়া ঘৰে ঘৰে৷ অস্বাস্থ্যকৰ জীৱনযাপন, অনিয়মিত খোৱাবোৱা, মানসিক উদ্বেগ, স্থূলতাৰ দৰে কেইবাটাও কাৰণত উচ্চ ৰক্তচাপৰ সমস্যাই দেখা দিয়ে৷ কেৱল উচ্চ ৰক্তচাপৰ সমস্যাই নহয়, অস্বাস্থ্যকৰ জীৱনযাপনৰ কাৰণে হৃদৰোগ, ষ্ট্ৰোক, কিডনিৰ সমস্যা আনকি ডিমেনচিয়াৰ দৰে ৰোগৰো আশংকা বাঢ়িব বুলি আশংকা চিকিৎসকৰ৷ এই ৰোগৰ পৰা হাত সৰাৰ বাবে সকলোতকৈ আগতে প্ৰয়োজন স্বাস্থ্যকৰ ডায়েটৰ৷

শৰীৰ সুস্থ ৰাখিবলৈ পুৱাৰ খাদ্য সীমিত আৰু স্বাস্থ্যকৰ হোৱা ভীষণ জৰুৰী৷ কিছু ভুলৰ বাবেই বাঢ়িব পাৰে আপোনাৰ ৰক্তচাপ৷ অফিচলৈ যোৱাৰ খৰধৰত বহুতেই পেকেটজাত খাদ্যৰ ওপৰত ভৰসা ৰাখে আৰু সেই অভ্যাসেই মাতি আনে নানান বিপদ৷ ইয়াৰোপৰি এনে কিছু খাদ্য আছে যি দেখাত স্বাস্থ্যকৰ হলেও মুঠেও স্বাস্থ্যকৰ নহয়৷ জানি থওক উচ্চ ৰক্তচাপৰ সমস্যা থাকিলে কি কি খাদ্য পুৱাৰ ভাগত খাব নালাগে৷

পাউৰুটি

মাখন-পাউৰুটি, কণীৰ সৈতে পাউৰুটি বা ব্ৰেড পুৱাৰ খাদ্য হিচাপে বহুতেই গ্ৰহণ কৰে৷ উচ্চ ৰক্তচাপৰ সমস্যা থাকিলে এই অভ্যাস সলনি কৰা উচিত৷ ব্ৰেডত ভৰপুৰ মাত্ৰাত ছডিয়াম থাকে৷ সেই ছডিয়ামে ৰক্তচাপৰ ভাৰসাম্যতা নষ্ট কৰে৷ ফলত ৰক্তচাপ বঢ়াৰ আশংকা বাঢ়ে৷
ইনষ্টেণ্ট ফুড

হঠাৎ তৈয়াৰ কৰিবৰ বাবে বজাৰৰ পৰা বহুতেই এতিয়া ইনষ্টেণ্ট ৰেডি টু ইট খাদ্য আনে৷ নুডলছ, উপমা, চিৰা, ইডলিৰ ওপৰিও বজাৰত এতিয়া পৰঠাও উপলব্ধ৷ এইসমূহ খাদ্য দীৰ্ঘদিন ধৰি ভালে ৰখাৰ বাবে নিমখ আৰু ৰাসায়নিক সামগ্ৰী অত্যধিক মাত্ৰাত মিহলি কৰা থাকে৷ এই ধৰণৰ খাদ্যৰ স্বাদ বৃদ্ধি কৰিবলৈ মিহলি কৰা থাকে নানান ধৰণৰ মছলাও ব্যৱহাৰ কৰা হয় য’ত প্ৰচুৰ পৰিমাণে নিমখ থাকে৷ সেয়ে উচ্চ ৰক্তচাপৰ সমস্যা বা কলষ্টেৰল বৃদ্ধিত এইসমূহো দায়ী হব পাৰে৷

প্ৰক্ৰিয়াজাত মাংস

চিকেন চছেজ, বেকন নাগেটছ খাবলৈ ভালপায়? দৈনিক খাদ্যতালিকাত খুব বেছি মাত্ৰাত প্ৰক্ৰিয়াজাত মাংস ৰাখিলেও ৰক্তচাপ বঢ়াৰ আশংকা থাকে৷ এই মাংসসমূহ দীৰ্ঘ সময় ধৰি সংৰক্ষণৰ বাবে তাত প্ৰচুৰ পৰিমাণে ছডিয়াম মিহলোৱা হয়৷ সেয়ে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিবলৈ এই ধৰণৰ প্ৰছেচড মাংস এৰাই চলাটোৱেই ভাল৷

পৰঠা

বহুতেই ছুটিৰ দিন বুলিলেই পুৱাই পৰঠাৰে ব্ৰেকফাষ্ট কৰে৷ আলুৰ পৰঠা, লাচ্ছা পৰঠা আৰু কত যে কি৷ এইসমূহ খাদ্যত প্ৰচুৰ পৰিমাণে ছাচুৰেটেড ফেট থাকে৷ দৈনিক ডায়েটত পৰঠা ৰাখিলে ৰক্তচাপ বৃদ্ধি, অবেচিটি আৰু হৃদৰোগৰ আশংকা বাঢ়ে৷ পৰঠা মাজে মাজে খালেও তেল অবিহনেই তাক তৈয়াৰ কৰাটো ভাল৷ এইক্ষেত্ৰত পাচলিৰ পৰঠা যেনে মেথি পৰঠা, পালেং পৰঠা আদি ভাল বিকল্প হব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ
বিবিধ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

October 10, 2026
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন
বাণিজ্য

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

October 10, 2026
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা
বাণিজ্য

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

October 10, 2026
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম
বিনোদন

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

October 10, 2026
Next Post
আজি বছৰৰ দ্বিতীয় গুৰুপুষ্য যোগ, সন্ধিয়াৰ পূৰ্বেই মা লক্ষ্মী আহিব এই ৫ ৰাশিৰ ঘৰলৈ

আজি বছৰৰ দ্বিতীয় গুৰুপুষ্য যোগ, সন্ধিয়াৰ পূৰ্বেই মা লক্ষ্মী আহিব এই ৫ ৰাশিৰ ঘৰলৈ

বটলৰ পুৰণি পানী নেপেলোৱাকৈ তাতেই আকৌ পানী ভৰাইছে? প্ৰতিদিনে ব্যৱহাৰ কৰা বটল সদায়ে ধুৱেনে? পানী বটলৰ পৰাই বিয়পিব পাৰে এইকেইটা ৰোগ

বটলৰ পুৰণি পানী নেপেলোৱাকৈ তাতেই আকৌ পানী ভৰাইছে? প্ৰতিদিনে ব্যৱহাৰ কৰা বটল সদায়ে ধুৱেনে? পানী বটলৰ পৰাই বিয়পিব পাৰে এইকেইটা ৰোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.