• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বটলৰ পুৰণি পানী নেপেলোৱাকৈ তাতেই আকৌ পানী ভৰাইছে? প্ৰতিদিনে ব্যৱহাৰ কৰা বটল সদায়ে ধুৱেনে? পানী বটলৰ পৰাই বিয়পিব পাৰে এইকেইটা ৰোগ

বটলৰ পুৰণি পানী নেপেলোৱাকৈ তাতেই আকৌ পানী ভৰাইছে? প্ৰতিদিনে ব্যৱহাৰ কৰা বটল সদায়ে ধুৱেনে? পানী বটলৰ পৰাই বিয়পিব পাৰে এইকেইটা ৰোগ

1 year ago
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

23 minutes ago
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

25 minutes ago
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

57 minutes ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

1 hour ago
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

1 hour ago
মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

3 hours ago
২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

4 hours ago
আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

4 hours ago
আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

9 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

আজি কোন ৰাশিৰ কেনে যাব দিনটো? ভাগ্যই দেখুৱাব নতুন ৰূপ!

10 hours ago
১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

18 hours ago
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বটলৰ পুৰণি পানী নেপেলোৱাকৈ তাতেই আকৌ পানী ভৰাইছে? প্ৰতিদিনে ব্যৱহাৰ কৰা বটল সদায়ে ধুৱেনে? পানী বটলৰ পৰাই বিয়পিব পাৰে এইকেইটা ৰোগ

পুৰণি পানী নেপেলোৱাকৈ তাতেই আকৌ পানী ভৰাইছে? প্ৰতিদিনে ব্যৱহাৰ কৰা বটল সদায়ে ধুৱেনে? পানী বটলৰ পৰাই বিয়পিব পাৰে এইকেইটা ৰোগ

editor by editor
August 21, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বটলৰ পুৰণি পানী নেপেলোৱাকৈ তাতেই আকৌ পানী ভৰাইছে? প্ৰতিদিনে ব্যৱহাৰ কৰা বটল সদায়ে ধুৱেনে? পানী বটলৰ পৰাই বিয়পিব পাৰে এইকেইটা ৰোগ

Woman with bottle of fresh water indoors, closeup

0
SHARES
472
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঘৰতেই হওক বা কাৰ্যালয় সকলোৱে ঘৰত পানী বটল ৰাখেই৷ বটলত নতুনকৈ পানী ভৰাইয়ো থকা হয়৷ পানী ভৰাওঁতে কোনো কোনো লোকে পুৰণি পানীৰ ওপৰতেই আকৌ নতুন পানী ভৰাই দিয়ে৷ ধোৱা দূৰৈৰ কথা তেনেকৈ পানী ভৰাই সেই পানী সেৱনো কৰে৷ এই ব্যৱস্থাত আপুনিও অভ্যস্থ নেকি? কিমান ক্ষতিকৰ এই অভ্যাস?

পানীৰ বটল হলেও তাতো ৰোগৰ জীৱাণুৰ সংক্ৰমণ হব পাৰে বুলি জনাইছে চিকিৎসকে৷ নোধোৱা পানীৰ বটলত লুকাই থাকে জীৱাণু৷ আপাতদৃষ্টিত যি পৰিষ্কাৰ ধাৰণা কৰা হয় তাতেই থাকে অসুখৰ ঘৰ৷ পানীৰ মাধ্যমেৰে বেক্টেৰিয়া মানৱশৰীৰত প্ৰৱেশ কৰে৷ মনত প্ৰশ্ন আহিব পাৰে, সদায়ে বটল পৰিস্কাৰ কৰা ধোৱা জৰুৰী নেকি? কেইদিনৰ মূৰে মূৰে পানীৰ বটল পৰিস্কাৰ কৰিব লাগে?

বহুতেই বটলত মুখ লগাই পানী খায়৷ সেই সময়ত মুখ গহ্বৰত থকা ৰোগৰ জীৱাণু পানীত মিহলি হৈ পৰে৷ মুখত থকা খাদ্যকণাও সেই সময়ত পানীত মিহলি হব পাৰে৷ তাৰপৰাই ৰোগৰ জীৱাণু বাঢ়িব পাৰে৷ সেই কাৰণেই বটলৰ পুৰণি পানীৰ সৈতে নতুন পানীৰ মিশ্ৰণ কৰাটো সঠিক নহয়৷ সেয়ে কোৱা হয়, এজনৰ পানীৰ বটলো অন্যজনে ব্যৱহাৰ কৰা উচিত নহয়৷ বিশেষকৈ অসুস্থ মানুহৰ বটল কেতিয়াও অন্যজনে ব্যৱহাৰ কৰা উচিত নহয়৷

সকলোতকৈ ভাল অভ্যাস হৈছে নিয়মিত পানীৰ বটল পৰিষ্কাৰ কৰা৷ প্ৰথমেই বটলত যি পানী থাকে সেয়া পেলাই তাৰপিছত বটল পৰিষ্কাৰ কৰি পানী ভৰাব৷ বহু সময়ত বটলত গোন্ধও ওলায়৷ তেনে হলে নেমুৰ ৰস বা পানীত ভিনেগাৰ মিহলাই সেই পানীৰে বটল ধুব৷ নেমু আৰু ভিনেগাৰত থকা এছিড জাতীয় উপাদানে দুৰ্গন্ধ আৰু ৰোগৰ জীৱাণু দূৰ কৰাত সহায় কৰে৷ গৰম পানীৰেও বটল পৰিষ্কাৰ কৰিব পাৰে৷ বটল চাবোনেৰে ধুলে ৰদত অলপ সময় শুকুৱাই ব্যৱহাৰ কৰাটো ভাল তেতিয়া সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস পাব৷ দুৰ্গন্ধও নাহে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা
অপৰাধ

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

September 15, 2026
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং
জীৱনশৈলী

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

September 15, 2026
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ
অসম

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

September 15, 2026
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে
জীৱনশৈলী

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

September 15, 2026
Next Post
চুলি সৰি মূৰৰ তালু ওলাই গৈছে? ঘৰতেই থকা এইবিধ সামগ্ৰীৰেই ৰোধ কৰিব পাৰে চুলি সৰাৰ সমস্যা

চুলি সৰি মূৰৰ তালু ওলাই গৈছে? ঘৰতেই থকা এইবিধ সামগ্ৰীৰেই ৰোধ কৰিব পাৰে চুলি সৰাৰ সমস্যা

কৌশিকী অমাবস্যাত লক্ষ্মী নাৰায়ণ যোগ, ভাগ্য সোণৰ দৰে চমকিব ৫ৰাশিৰ

কৌশিকী অমাবস্যাত লক্ষ্মী নাৰায়ণ যোগ, ভাগ্য সোণৰ দৰে চমকিব ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.