• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চুলি সৰি মূৰৰ তালু ওলাই গৈছে? ঘৰতেই থকা এইবিধ সামগ্ৰীৰেই ৰোধ কৰিব পাৰে চুলি সৰাৰ সমস্যা

চুলি সৰি মূৰৰ তালু ওলাই গৈছে? ঘৰতেই থকা এইবিধ সামগ্ৰীৰেই ৰোধ কৰিব পাৰে চুলি সৰাৰ সমস্যা

8 months ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

15 hours ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

16 hours ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

16 hours ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

17 hours ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

18 hours ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

19 hours ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

19 hours ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

20 hours ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

20 hours ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

21 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

22 hours ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চুলি সৰি মূৰৰ তালু ওলাই গৈছে? ঘৰতেই থকা এইবিধ সামগ্ৰীৰেই ৰোধ কৰিব পাৰে চুলি সৰাৰ সমস্যা

চুলি সৰি মূৰৰ তালু ওলাই গৈছে? ঘৰতেই থকা এইবিধ সামগ্ৰীৰেই ৰোধ কৰিব পাৰে চুলি সৰাৰ সমস্যা

editor by editor
August 21, 2025
in জীৱনশৈলী, বিবিধ, স্বাস্থ্য
0
চুলি সৰি মূৰৰ তালু ওলাই গৈছে? ঘৰতেই থকা এইবিধ সামগ্ৰীৰেই ৰোধ কৰিব পাৰে চুলি সৰাৰ সমস্যা
0
SHARES
935
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্ষাকালত চুলি সৰা সমস্যা বহুতৰে প্ৰধান এক সমস্যা৷ ইয়াৰ সৈতে আকৌ ষ্ট্ৰেচ, দূষণ, বেছি পৰিমাণে ভজা খাদ্য খোৱা আদি অভ্যাসৰ বাবেও চুলি সৰে৷ বহু মানুহেই এতিয়া এই সমস্যাত ভূগি আছে৷ বহুতেই বহুধৰণে চুলি সৰা বন্ধ কৰাৰ বাবে বিভিন্ন চেম্পু, তেল আদিৰ বিজ্ঞাপনো দিয়ে৷ কিন্তু আপুনি ঘৰুৱাভাৱেই এই সমস্যা দূৰ কৰিব পাৰে৷ ঘৰতে থকা সাধাৰণ কিছু সামগ্ৰী ব্যৱহাৰ কৰিয়েই আপুনি চুৰি সৰাৰ সমস্যা কমাই দিব পাৰে৷ কিন্তু ব্যৱহাৰৰ পূৰ্বে সঠিক পদ্ধতি জনাটো খুবেই প্ৰয়োজন৷

পিঁয়াজ চুলিৰ সমস্যাৰ বাবে খুবেই কাৰ্যকৰ এক উপাদান৷ পিঁয়াজৰ ৰস তেলৰ সৈতে মিহলাই চুলিত লগালে চুলিৰ বিভিন্ন সমস্যা দূৰ হয়৷ নতুন চুলি গজা, চুলিৰ গুৰি মজবুত হোৱা, চুলি সৰা বন্ধ কৰা আদিৰ বাবে পিঁয়াজ উপকাৰী৷ পিঁয়াজৰ ৰসত থাকে প্ৰচুৰ পৰিমাণে ছালফাৰ, যিয়ে চুলিৰ স্বাস্থ্য মজবুত কৰে৷ চুলিৰ গঠনো মজবুত কৰে৷ ইয়াৰোপৰি চুলিৰ গুৰিও টান কৰে৷ কেৱল চুলি সৰাৰ সমস্যা দূৰ কৰাই নহয় নতুন চুলি গজোৱাৰ বাবেও পিঁয়াজ খুবেই গুৰুত্বপূৰ্ণ৷ পিঁয়াজে অকালতে চুলি পকা সমস্যাও দূৰ কৰে৷ পিঁয়াজত থকা কিছু নিৰ্দিষ্ট এনজাইমে চুলিৰ অকালপক্কতা দূৰ কৰে৷

পিঁয়াজত পটাছিয়াম, ভিটামিন চি, ভিটামিন বি৬, ফলেটসহ একাধিক উপকাৰী উপাদান আছে৷ ইয়াৰোপৰি আছে এণ্টি অক্সিডেণ্ট৷ এইসমূহৰ সন্মিলিত উপস্থিতিত পিঁয়াজৰ তেলে মূৰৰ ছালৰ জীৱাণু নাশ কৰি খজুৱতি, ছোৰিয়চিচ কমোৱাত সহায় কৰে৷

কেনেকৈ পিঁয়াজৰ তেল ঘৰতে প্ৰস্তুত কৰিব?

এক কাপ পিঁয়াজৰ ৰস আৰু ২ কাপ তেলৰ এক মিশ্ৰণ আপুনি মিহলাই কিছু সময়ৰ বাবে গৰম হবলৈ দিব৷ এইক্ষেত্ৰত আপুনি নাৰিকলৰ তেল, আমণ্ড অইল, কাঠবাদামৰ তেল কিংবা কেষ্টৰ অইলো ব্যৱহাৰ কৰিব পাৰে৷ আপুনি বিচাৰিলে ইয়াত ভিটামিন ই কেপছুলো মিহলাব পাৰে৷ এই মিশ্ৰন চুলিৰ গুৰিৰ পৰা আগ পৰ্যন্ত ভালকৈ লগাই মালিছ কৰিব৷ এক ঘণ্টা তেনেকৈ ৰখাৰ পাছতেই ভালকৈ চুলি ধুই পেলাব৷ নিশা এই তেল লগাই নোথোৱাই ভাল৷ এই তেলৰ গুণত চুলি মাজভাগত চিগি যোৱা, চুলি সৰা সমস্যা কমাৰ ওপৰিও আপোনাৰ নতুনকৈ চুলিও গজিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!
জীৱনশৈলী

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

April 30, 2026
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা
ভাৰত

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

April 30, 2026
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী
বাণিজ্য

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

April 30, 2026
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা
জীৱনশৈলী

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

April 30, 2026
Next Post
কৌশিকী অমাবস্যাত লক্ষ্মী নাৰায়ণ যোগ, ভাগ্য সোণৰ দৰে চমকিব ৫ৰাশিৰ

কৌশিকী অমাবস্যাত লক্ষ্মী নাৰায়ণ যোগ, ভাগ্য সোণৰ দৰে চমকিব ৫ৰাশিৰ

মহালয়াৰ পূৰ্বেই সু সময় আহিছে, ভাগ্য খুলিব কোন কোন ৰাশিৰ? মঙ্গলৰ কৃপা কাৰ কাৰ ওপৰত?

মহালয়াৰ পূৰ্বেই সু সময় আহিছে, ভাগ্য খুলিব কোন কোন ৰাশিৰ? মঙ্গলৰ কৃপা কাৰ কাৰ ওপৰত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.