• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই শাৰীৰিক সমস্যাই আপোনাক মানসিকভাৱেও ভাঙি পেলাইছে? শুক্ৰাণু সবল নে দুৰ্বল কেনেকৈ বুজিব আপুনি?

এই শাৰীৰিক সমস্যাই আপোনাক মানসিকভাৱেও ভাঙি পেলাইছে? শুক্ৰাণু সবল নে দুৰ্বল কেনেকৈ বুজিব আপুনি?

8 months ago
কেতিয়া বৃদ্ধি পাব DA? অষ্টম দৰমহা আয়োগ সন্দৰ্ভত আটাইতকৈ ডাঙৰ আপডেট

কৰ্মচাৰীয়ে কেতিয়া লাভ কৰিব DA? আহিছে ডাঙৰ আপডেট

13 minutes ago
কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

2 hours ago
ভাগ্যৰ চকা ঘূৰিব ৪০ৰ পাছত! এই ৩ মূল্যাঙ্কৰ জাতকেই কোটিপতি হয়

ভাগ্যৰ চকা ঘূৰিব ৪০ৰ পাছত! এই ৩ মূল্যাঙ্কৰ জাতকেই কোটিপতি হয়

2 hours ago
খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?

খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?

3 hours ago
আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

3 hours ago
উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

4 hours ago
মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?

মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?

5 hours ago
জনগণৰ মৌলিক অধিকাৰ, জাতীয় সংকট, ঐতিহ্য ৰক্ষাৰ সংকটৰ মাজত জনতাই পৰিবৰ্তন বিচাৰিছে, এইবাৰ জনতাই নতুন অসম গঢ়িবঃ লুৰিণজ্যোতি গগৈ

জনগণৰ মৌলিক অধিকাৰ, জাতীয় সংকট, ঐতিহ্য ৰক্ষাৰ সংকটৰ মাজত জনতাই পৰিবৰ্তন বিচাৰিছে, এইবাৰ জনতাই নতুন অসম গঢ়িবঃ লুৰিণজ্যোতি গগৈ

5 hours ago
মোৰ জনতাৰ ওপৰত বিশ্বাস আছে আজি অসমৰ জনতাই নতুন অসম গঢ়াৰ পক্ষতেই ভোট দিব, ভোটদানৰ বাবে ওলাই আহি কি ক’লে গৌৰৱ গগৈয়ে?

মোৰ জনতাৰ ওপৰত বিশ্বাস আছে আজি অসমৰ জনতাই নতুন অসম গঢ়াৰ পক্ষতেই ভোট দিব, ভোটদানৰ বাবে ওলাই আহি কি ক’লে গৌৰৱ গগৈয়ে?

6 hours ago
সুৰক্ষিত আৰু বিকশিত অসমৰ বাবে যোৰহাটত ভোট দিছো, ৪ তাৰিখে বিজয় উৎসৱত অংশগ্ৰহণৰ বাবে আকৌ আহিমঃ পবিত্ৰ মাৰ্ঘেৰিটা

সুৰক্ষিত আৰু বিকশিত অসমৰ বাবে যোৰহাটত ভোট দিছো, ৪ তাৰিখে বিজয় উৎসৱত অংশগ্ৰহণৰ বাবে আকৌ আহিমঃ পবিত্ৰ মাৰ্ঘেৰিটা

6 hours ago
‘ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দিছপুৰত অৱধাৰিত!’ দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী, নগাওঁৰ ভোটাৰ প্ৰদ্যুত বৰদলৈয়ে নগাওঁত সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ

‘ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দিছপুৰত অৱধাৰিত!’ দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী, নগাওঁৰ ভোটাৰ প্ৰদ্যুত বৰদলৈয়ে নগাওঁত সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ

6 hours ago
মই এইবাৰ ১ লাখতকৈ বেছি ভোটত জয়লাভ কৰিম, ভোট দিবলৈ আহি জিকাটো খাটাং বুলি কৈ কি কি ক’লে প্ৰশান্ত ফুকনে?

মই এইবাৰ ১ লাখতকৈ বেছি ভোটত জয়লাভ কৰিম, ভোট দিবলৈ আহি জিকাটো খাটাং বুলি কৈ কি কি ক’লে প্ৰশান্ত ফুকনে?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই শাৰীৰিক সমস্যাই আপোনাক মানসিকভাৱেও ভাঙি পেলাইছে? শুক্ৰাণু সবল নে দুৰ্বল কেনেকৈ বুজিব আপুনি?

এই শাৰীৰিক সমস্যাই আপোনাক মানসিকভাৱেও ভাঙি পেলাইছে? শুক্ৰাণু সবল নে দুৰ্বল কেনেকৈ বুজিব আপুনি?

editor by editor
August 21, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
এই শাৰীৰিক সমস্যাই আপোনাক মানসিকভাৱেও ভাঙি পেলাইছে? শুক্ৰাণু সবল নে দুৰ্বল কেনেকৈ বুজিব আপুনি?
0
SHARES
4.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অফিচ, পৰিয়াল, নিত্যদিনৰ কাম কৰোতে বহু পুৰুষে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন মুঠেও নলয়৷ এনে বহু দৈহিক সংকেত উপেক্ষা কৰে যিসমূহ কিবা নহয় কিবা শাৰীৰিক সমস্যাৰেই লক্ষণ৷ সেয়ে শেষ পৰ্যন্ত যেতিয়া ৰোগ ধৰা পৰে তেতিয়া বহু দেৰী হৈ যায়৷ আকৌ কোনো কোনোৱে ইমানেই শৃংখলাহীন জীৱন কটায় যে তাৰ নেতিবাচক প্ৰভাৱ পৰে শৰীৰত৷ গভীৰ নিশা পৰ্যন্ত পাৰ্টী, অত্যধিক তেল মছালাযুক্ত খাদ্য, প্ৰচুৰ পৰিমাণে কফি, ঠিকধৰণে শৰীৰ চৰ্চা নকৰা কিংবা মদ্যপান আৰু ধূমপানৰ দৰে অভ্যাস সকলো মিলি মাৰাত্মক ক্ষতিকৰ প্ৰভাৱ পৰে পুৰুষৰ শৰীৰৰ ওপৰত৷ ইয়াৰ স্বাস্থ্যৰ কথা কওঁতে কেৱল কিডনি কিংবা মস্তিষ্কৰ কথা কোৱা হোৱা নাই৷ নিয়মানবৰ্তিতাৰ অভাৱত কামৰ চাপ, মানসিক টনাআঁজোৰাৰ প্ৰভৃতি বিষয়ৰ নেতিবাচক প্ৰভাৱ পৰে যৌনস্বাস্থ্যৰ ওপৰতো৷

গৱেষণাত দেখা গৈছে যে বিগত ৪০ বছৰত পুৰুষৰ শুক্ৰাণুৰ সংখ্য কমিছে প্ৰায় ৫০শতাংশ৷ অধিকাংশ চিকিৎসকে ইয়াৰ বাবে দায়ী কৰিছে দৈনন্দিন জীৱনযাত্ৰা আৰু খাদ্যভাষক৷ আমেৰিকাৰ ছচাইটি ফল ৰিপ্ৰডাক্টিভ মেডিছিনৰ গৱেষণাই কৈছে যে শুক্ৰাণুৱে কেৱলমাত্ৰ সন্তান ধাৰণৰ ক্ষমতাকেই প্রভাৱিত কৰিছে তেনে নহয়৷ দুৰ্বল শুক্ৰাণুৱে হৰমনৰ ভাৰসাম্যহীনতা, বিপাক ক্ৰিয়াৰ সমস্যা আৰু হৃদযন্ত্ৰৰ সমস্যাৰ দৰে নানান ধৰণৰ শাৰীৰিক সমস্যাক চিহ্নিত কৰিব পাৰে৷ কিন্তু কেনেকৈ বুজিব যে আপোনাৰ শুক্ৰাণুৰ সমস্যা আছে?

সন্তানধাৰণত সমস্যা

যদি কোনো দম্পতি এবছৰতকৈ বেছি সময় ধৰি চেষ্টা কৰিও পিতৃ-মাতৃ হব পৰা নাই তেন্তে শুক্ৰাণুৰ সমস্যা তাৰ অন্যতম প্ৰধান কারণ হব পাৰে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ ৰিপৰ্ট অনুসৰি ২০ৰ পৰা ৩০ শতাংশ বন্ধ্যাত্বৰ ঘটনা ঘটে পুৰুষৰ অক্ষমতাৰ কাৰণে৷ কামত সন্তানধাৰণৰ অক্ষমতা দুৰ্বল শুক্ৰাণুৰ লক্ষণ হব পাৰে৷

অণ্ডকোষত বিষ

অণ্ডকোষত বিষ হোৱা বা ফুলি যোৱা বিভিন্ন ধৰণৰ ৰোগৰ সংকেত৷ প্ৰস্তাটাইটিছ, এপিডিডাইমিটিছ, অৰ্কাইটিছৰ দৰে বিভিন্ন সমস্যা হব পাৰে অণ্ডকোষত৷ এই ৰোগসমূহৰ প্ৰভাৱত বীৰ্যত শুক্ৰাণুৰ পৰিমাণ কমি যাব পাৰে৷

কম পৰিমাণৰ বীৰ্য

যদি বীৰ্যপাতৰ সময়ত অতি সামান্য বীৰ্য নিৰ্গত হৈছে কিংবা চেষ্টা কৰিও বীৰ্য নিৰ্গত নহয় তেন্তে শুক্ৰনলিত সমস্যা থাকিব পাৰে৷ কেতিয়াবা কেতিয়াবা আকৌ বীৰ্য বাহিৰ নহয় অণ্ডকোষৰ ভিতৰৰ ফালে গুচি যায়৷ ইয়াক ৰেট্ৰোগ্ৰেড ইজাকুলেছন বুলি কোৱা হয়৷ এই সমস্যাতো পুৰুষৰ বন্ধ্যাত্বই দেখা দিব পাৰে৷

বীৰ্যৰ ৰং সলনি

বীৰ্যৰ ৰং সলনি হৈ যোৱা কিংবা বীৰ্যৰ পৰা বেয়া দুৰ্গন্ধ নিৰ্গত হোৱা মুঠেও ভাল লক্ষণ নহয়৷ পুৰুষৰ যৌনাংগ সংক্ৰমণৰ কাৰণে এনে সমস্যাই দেখা দিব পাৰে৷

হৰমনৰ সমস্যা

কেতিয়াবা কেতিয়াবা টেষ্টোষ্টেৰণ হৰমনৰ পৰিমান কমি গলে যৌনস্বাস্থ্যত তাৰ নেতিবাচক প্ৰভাৱ পৰে৷ ইয়াৰ ফলত চুলি সৰা, ডিঙিৰ সুৰ সলনি হৈ যোৱা, যৌন আকাঙ্ক্ষা কমি যোৱা আৰু লিংগ শিথিলতাই দেখা দিয়ে৷ আমেৰিকাৰ এণ্ডোক্ৰাইন ছচাইটিৰ গৱেষণা অনুসৰি ইয়াৰ ফলত শুক্ৰাণুৰ পৰিমাণ কমি যাব পাৰে৷

আঘাত

বহু সময়ত অণ্ডকোষত আঘাত লাগি থাকিলে ট্ৰমা তৈয়াৰ হয়৷ বিশেষকৈ শৈশৱত আঘাত পালে বা অণ্ডকোষৰ অস্ত্ৰোপচাৰ হলে এই সমস্যা বেছিকৈ দেখা যায়৷ এইক্ষেত্ৰত শুক্ৰাণু উৎপাদনতো সমস্যা হব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়া বৃদ্ধি পাব DA? অষ্টম দৰমহা আয়োগ সন্দৰ্ভত আটাইতকৈ ডাঙৰ আপডেট
বাণিজ্য

কৰ্মচাৰীয়ে কেতিয়া লাভ কৰিব DA? আহিছে ডাঙৰ আপডেট

April 9, 2026
ভাগ্যৰ চকা ঘূৰিব ৪০ৰ পাছত! এই ৩ মূল্যাঙ্কৰ জাতকেই কোটিপতি হয়
জীৱনশৈলী

ভাগ্যৰ চকা ঘূৰিব ৪০ৰ পাছত! এই ৩ মূল্যাঙ্কৰ জাতকেই কোটিপতি হয়

April 9, 2026
খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?
জীৱনশৈলী

খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?

April 9, 2026
আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ
অসম

আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

April 9, 2026
Next Post
সিংহত এন্ট্ৰীৰ পাছতেই বুধৰ প্ৰভাৱ পৰিছে ৫ৰাশিত! ৫ ৰাশিৰ বাম্পাৰ অৰ্থলাভ, কোনে কোনে লাভ কৰিব সম্পদ?

সিংহত এন্ট্ৰীৰ পাছতেই বুধৰ প্ৰভাৱ পৰিছে ৫ৰাশিত! ৫ ৰাশিৰ বাম্পাৰ অৰ্থলাভ, কোনে কোনে লাভ কৰিব সম্পদ?

গণেশ চতুৰ্থীত ৫ মহাশুভ যোগ, প্ৰচুৰ অৰ্থলাভ, বেংক একাউণ্ট উপচি পৰিব এই ৫ৰাশিৰ

গণেশ চতুৰ্থীত ৫ মহাশুভ যোগ, প্ৰচুৰ অৰ্থলাভ, বেংক একাউণ্ট উপচি পৰিব এই ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.