• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছেপ্টেম্বৰত মহাসংযোগ! ৪দিনত ৪গ্ৰহৰ মহাজাগতিক সালসলনি, ৪ৰাশিৰ খুলিব সৌভাগ্য

ছেপ্টেম্বৰত মহাসংযোগ! ৪দিনত ৪গ্ৰহৰ মহাজাগতিক সালসলনি, ৪ৰাশিৰ খুলিব সৌভাগ্য

8 months ago
খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

10 hours ago
শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

10 hours ago
কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

11 hours ago
প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

12 hours ago
২৫ মে পৰ্যন্ত থাকিব কালসৰ্প যোগ,ভয় নাই, এই সময়ৰ ভিতৰত প্ৰচুৰ অৰ্থলাভ হ’ব ৫ৰাশিৰ

২৫ মে পৰ্যন্ত থাকিব কালসৰ্প যোগ,ভয় নাই, এই সময়ৰ ভিতৰত প্ৰচুৰ অৰ্থলাভ হ’ব ৫ৰাশিৰ

12 hours ago
২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

13 hours ago
কৃত্তিকা নক্ষত্ৰত মঙ্গলৰ এন্ট্ৰি, জুনৰ পৰা জুলাইলৈকে অৰ্থৰ চিন্তা নাই, কেৰিয়াৰতো অগ্ৰগতিৰ যোগ এই ৪ৰাশিৰ

কৃত্তিকা নক্ষত্ৰত মঙ্গলৰ এন্ট্ৰি, জুনৰ পৰা জুলাইলৈকে অৰ্থৰ চিন্তা নাই, কেৰিয়াৰতো অগ্ৰগতিৰ যোগ এই ৪ৰাশিৰ

13 hours ago
জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক

জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক

14 hours ago
আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?

আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?

14 hours ago
এদিনতেই বুধ-শুক্ৰ ২ গ্ৰহৰ ৰাশি পৰিবৰ্তন, উন্নতিৰ যোগ আছে কোন কোন ৰাশিৰ জাতক-জাতিকাৰ?

এদিনতেই বুধ-শুক্ৰ ২ গ্ৰহৰ ৰাশি পৰিবৰ্তন, উন্নতিৰ যোগ আছে কোন কোন ৰাশিৰ জাতক-জাতিকাৰ?

15 hours ago
শনিৰ সৈতে ৯০ ডিগ্ৰী কোণলৈ আহিব বুধ, কেন্দ্ৰ দৃষ্টি যোগত এমাহ পাছতেই টকাৰ বৃষ্টি ৪ৰাশিত

শনিৰ সৈতে ৯০ ডিগ্ৰী কোণলৈ আহিব বুধ, কেন্দ্ৰ দৃষ্টি যোগত এমাহ পাছতেই টকাৰ বৃষ্টি ৪ৰাশিত

15 hours ago
ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?

ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছেপ্টেম্বৰত মহাসংযোগ! ৪দিনত ৪গ্ৰহৰ মহাজাগতিক সালসলনি, ৪ৰাশিৰ খুলিব সৌভাগ্য

ছেপ্টেম্বৰত মহাসংযোগ! ৪দিনত ৪গ্ৰহৰ মহাজাগতিক সালসলনি, ৪ৰাশিৰ খুলিব সৌভাগ্য

editor by editor
September 1, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ছেপ্টেম্বৰত মহাসংযোগ! ৪দিনত ৪গ্ৰহৰ মহাজাগতিক সালসলনি, ৪ৰাশিৰ খুলিব সৌভাগ্য
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষ শাস্ত্ৰ অনুসৰি ছেপ্টেম্বৰ মাহত বিশেষ তাৎপৰ্যপূৰ্ণ হব৷ কাৰণ এই মাহত একাধিক গুৰুত্বপূৰ্ণ গ্ৰহৰ ৰাশিচক্ৰৰ পৰিবৰ্তন ঘটিব৷ ছেপ্টেম্বৰত অন্যান্য গ্ৰহ, নক্ষত্ৰসহ বহু গ্ৰহৰ অৱস্থান পৰিবৰ্তন আহিব৷ এই মাহত সূৰ্য, মঙ্গল, বুধ আৰু শুক্ৰ গ্ৰহৰ গোচৰ হব৷ ইয়াৰোপৰি এই মাহতেই আৰম্ভ হব পিতৃপক্ষ৷ ৭ ছেপ্টেম্বৰ চন্দ্ৰগ্ৰহণ আৰু ২১ ছেপ্টেম্বৰ ২০২৫ চনত দ্বিতীয় আৰু শেষ সূৰ্যগ্ৰহণ ঘটিব৷ ১২ ৰাশিৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব৷ কিছু ৰাশিৰ বাবে এই সময়ত বিশেষ পৰিবৰ্তন আহিব৷ জানি থওক এই ৰাশিসমূহৰ মাজত লাকী ৰাশি কি কি?

জ্যোতিষীৰ হিচাপ অনুসৰি ছেপ্টেম্বৰ মাহত সূৰ্য, মঙ্গল, বুধ আৰু শুক্ৰ গ্ৰহই ৰাশি পৰিবৰ্তন কৰিব৷ মঙ্গলে ১৩ ছেপ্টেম্বৰৰ নিশা ৯.২২ মিনিটত তুলা ৰাশিত প্ৰৱেশ কৰিব৷ ২৩ ছেপ্টেম্বৰত স্বৰাশিত আৰু ১৩ অক্টোবৰত বিশাখা নক্ষত্ৰত গমন কৰিব৷ বুধে ১৫ ছেপ্টেম্বৰত কন্যা ৰাশিত প্ৰৱেশ কৰিব৷ সূৰ্যই ১৭ ছেপ্টেম্বৰত সিংহ ৰাশিৰ এৰি কন্যা ৰাশিত প্ৰৱেশ কৰিব৷ শুক্ৰই ১৫ ছেপ্টেম্বৰত কৰ্কট ৰাশি এৰি সিংহ ৰাশিত প্ৰৱেশ কৰিব৷ এই গ্ৰহ পৰিবৰ্তনৰ প্ৰভাৱ জাতক জাতিকাৰ ওপৰত ইতিবাচক আৰু নেতিবাচক উভয়ভাৱেই পৰিব৷

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতকৰ বাবে ছেপ্টেম্বৰ মাহ বিশেষ শুভ হব৷ এই মাহত সম্পৰ্কৰ ক্ষেত্ৰত উন্নতি হব আৰু মানসিক শান্তি উভতি আহিব৷ যিসকলে নতুনকৈ কোনো কৰ্মজীৱন আৰু ব্যৱসায় আৰম্ভ কৰিব খুজিছে তেওঁলোকৰ বাবেও এই সময় সাফল্যময় হব৷ চাকৰিপ্ৰাৰ্থীসকলৰ বাবে সুখবৰ আহিব পাৰে আৰু ডাঙৰ কোনো চুক্তি বা সুযোগ হাতলৈ অহাৰ সম্ভাৱনা আছে৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকৰ বাবে ছেপ্টেম্বৰ মাহ একেবাৰেই অনুকূল হব৷ এই সময়ত সকলো দুশ্চিন্তা দূৰ হব৷ সন্তানৰ স্বাস্থ্যৰ উন্নতি ঘটিব৷ ব্যৱসায় আৰু যিকোনো পেছাত বৃদ্ধি হব আৰু বাণিজ্য সম্প্ৰসাৰণৰ পৰিকল্পনা সফলভাৱে বাস্তবায়িত হব৷ ভাগ্যৰ পূৰ্ণ সহায়তা পাব আৰু বহুদিনৰ ইচ্ছাপূৰণ হব৷ সম্পত্তিত বিনিয়োগ কৰিলে সেয়া অত্যন্ত লাভজনক হব৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকৰ বাবেও এই মাহত ইতিবাচক খবৰ আহিব৷ ব্যৱসায়ত উন্নতি হব, মানসিক শান্তি আৰু আনন্দ বৃদ্ধি পাব৷ ধৰ্মীয় আৰু আধ্যাত্মিক কামত আগ্ৰহ বাঢ়িব৷ দীৰ্ঘদিন ৰৈ থকা অৰ্থ এইসময় লাভ কৰাৰ সম্ভাৱনা আছে৷ আদালত সংক্ৰান্তিয় বিষয়ত সাফল্য আহিব৷ জীৱনৰ নানান জটিলতা আৰু সমস্যাৰ অৱসান হব৷

ধনু ৰাশি

ছেপ্টেম্বৰ মাহ পৰীক্ষাৰ্থী আৰু প্ৰতিযোগিতামূলক ক্ষেত্ৰত বিশেষভাৱে শুভ৷ পৰীক্ষাৰ ফলাফল বা প্ৰতিযোগিতাত ভাল খবৰ লাভ কৰিব পাৰে৷ আয়ৰ নতুন উৎস তৈয়াৰ হব, ইয়াৰোপৰি নতুন কোনো ব্যৱসায় আৰম্ভ কৰাৰ সম্ভাৱনা থাকিব৷ এই মাহতেই ডাঙৰ কোনো সুসংবাদ বা আনন্দদায়ক ঘটনা ঘটিব পাৰে৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকৰ বাবে ছেপ্টেম্বৰ প্ৰেমজীৱনৰ দিশৰ পৰা বিশেষভাৱে শুভ হব৷ কৰ্মজীৱনত অগ্ৰগতি আহিব৷ ব্যৱসায়ত সাফল্য লাভ কৰিব আৰু স্বাস্থ্যজনিত জটিলতাৰ পৰাও মুক্তি পাব৷ বিনিয়োগ কৰাৰ বাবে এই সময় অত্যন্ত অনুকূল সময়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই
খাদ্য

খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

May 13, 2026
শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

May 13, 2026
কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই
জীৱনশৈলী

কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

May 13, 2026
প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?
জীৱনশৈলী

প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

May 13, 2026
Next Post
ভাৰতৰ প্ৰশংসাত পঞ্চমুখ পুটিন! ইউক্ৰেইনৰ সৈতে যুদ্ধ ৰখাবলৈ ভাৰত আৰু চীনৰ ভূমিকা কি? মোদীৰ সৈতে একেখন বাহনত উঠি ক’লৈ যাত্ৰা কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপ্ৰধানে?

ভাৰতৰ প্ৰশংসাত পঞ্চমুখ পুটিন! ইউক্ৰেইনৰ সৈতে যুদ্ধ ৰখাবলৈ ভাৰত আৰু চীনৰ ভূমিকা কি? মোদীৰ সৈতে একেখন বাহনত উঠি ক’লৈ যাত্ৰা কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপ্ৰধানে?

চন্দ্ৰৰ সৈতে ৰাহুৰ সংঘাত, এটাৰ পাছত আনটো বিপৰ্যয় আহিব পাৰে এই ৪ৰাশিৰ জীৱনলৈ

চন্দ্ৰৰ সৈতে ৰাহুৰ সংঘাত, এটাৰ পাছত আনটো বিপৰ্যয় আহিব পাৰে এই ৪ৰাশিৰ জীৱনলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.