• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সামান্য পৰিশ্ৰমতেই অত্যধিক ঘাম ওলায়? গৰম নহয়, শৰীৰত এই ভিটামিনৰ ঘাটি হ’লেই দেখা দিয়ে এই বিপদসংকেতে

সামান্য পৰিশ্ৰমতেই অত্যধিক ঘাম ওলায়? গৰম নহয়, শৰীৰত এই ভিটামিনৰ ঘাটি হ’লেই দেখা দিয়ে এই বিপদসংকেতে

12 months ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

10 minutes ago
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

1 hour ago
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

2 hours ago
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

4 hours ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

6 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

6 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

7 hours ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

19 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

20 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

21 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

21 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সামান্য পৰিশ্ৰমতেই অত্যধিক ঘাম ওলায়? গৰম নহয়, শৰীৰত এই ভিটামিনৰ ঘাটি হ’লেই দেখা দিয়ে এই বিপদসংকেতে

সামান্য পৰিশ্ৰমতেই অত্যধিক ঘাম ওলায়? গৰম নহয়, শৰীৰত এই ভিটামিনৰ ঘাটি হ’লেই দেখা দিয়ে এই বিপদসংকেতে

editor by editor
September 3, 2025
in জীৱনশৈলী, স্বাস্থ্য
0
সামান্য পৰিশ্ৰমতেই অত্যধিক ঘাম ওলায়? গৰম নহয়, শৰীৰত এই ভিটামিনৰ ঘাটি হ’লেই দেখা দিয়ে এই বিপদসংকেতে
0
SHARES
14.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গৰম কিংবা শৰীৰচৰ্চাৰ সময়ত ঘাম ওলোৱাটো অত্যন্ত স্বাভাৱিক বিষয়৷ কিন্তু মন কৰিব যে সকলোৱে কিন্তু সমানে নাঘামে৷ কিছুসংখ্যকে অতিৰিক্ত পৰিমাণে ঘামে৷ সামান্য পৰিশ্ৰমতেই অতিৰিক্ত ঘাম ওলায়৷ ফলত তেওঁলোক অলপতেই ক্লান্ত হৈ পৰে৷ ঘামৰ সমস্যাৰ সমাধানৰ বাবে নানান উপায় অৱলম্বন কৰিলেও বহু সময়ত অস্বস্তিতো ভূগে৷ অতিৰিক্ত ঘামক আপুনি পাতলকৈ নল’ব৷ ই ৰোগৰ ইংগিত বহন কৰে৷ কি ভিটামিনৰ অভাৱত এই সমস্যা হ’ব পাৰে?

নেশ্ব্যনেল ইনষ্টিটিউট অফ হেলথৰ প্ৰতিবেদন অনুসৰি শৰীৰত ভিটামিন বি-১২ৰ অভাৱত অতিৰিক্ত ঘাম ওলাব পাৰে৷ এই বিশেষ ভিটামিনৰ ঘাটিৰ কাৰণে বিশেষকৈ নিশা বেছিকৈ ঘাম ওলায়৷ প্ৰকৃততে ভিটামিন বি-১২ৰ অভাৱৰ কাৰণে স্নায়ুতন্ত্ৰই ঠিকমতে কাম কৰিব নোৱাৰে৷ যিহেতু স্নায়ুতন্ত্ৰই আমাৰ হৃদস্পন্দন, ৰক্তচাপ আৰু ঘৰ্ম গ্ৰন্থিৰ দৰে শৰীৰৰ বিভিন্ন কাম নিয়ন্ত্ৰণ কৰে সেয়ে স্নায়ুতন্ত্ৰই সঠিকভাৱে কাম কৰিব নোৱাৰিলে অতিৰিক্ত ঘাম ওলায়৷

চিকিৎসকৰ মতে ভিটামিন বি১ (থায়ামিন), বি-৬ আৰু বি-১২য়ে স্নায়ুতন্ত্ৰ আৰু দেহৰ শক্তি উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ ইয়াৰ ঘাটি হলে স্নায়ুৰ ওপৰত প্ৰভাৱ পৰে আৰু হাতৰ তলুৱা বা ভৰিৰ পতাত অস্বাভাৱিক ঘাম ওলাব পাৰে৷ কেৱল সেয়াই নহয়, বি ভিটামিনৰ অভাৱত হাত ভৰি ঝিনঝিন কৰা, দুৰ্বলতা বা মনোযোগৰ ঘাটিও দেখা দিব পাৰে৷ ইয়াৰোপৰি ভিটামিন বি ১২ৰ অভাৱত শৰীৰত লোহিত ৰক্তকণিকা কমাই দিয়ে, যি ৰক্তাল্পতাৰ দৰে অৱস্থাৰ সৃষ্টি কৰিব পাৰে৷ ৰক্তাল্পতা হলে শৰীৰত অক্সিজেন সৰবৰাহৰ বাবে আৰু বেছি পৰিশ্ৰম কৰে আৰু এই প্ৰক্ৰিয়াত শৰীৰত ঘামৰ মাধ্যমেৰে প্ৰতিক্ৰিয়া দেখুৱাই৷ এই পৰিস্থিতিত যদি হঠাৎ ঘাম আৰম্ভ হয়, বিশেষকৈ নিশা ঘাম ওলায়, অৱশ্যেই ভিটামিন বি ১২পৰীক্ষা কৰি উচিত৷

কাৰ কাৰ ভিটামিন বি ১২ৰ অভাৱ বেছি হয়?

সাধাৰণতে নিৰামিষভোজীসকলৰ শৰীৰত ভিটামিন বি-১২ৰ অভাৱ বেছিকৈ দেখা যায়৷ কাৰণ এই ভিটামিন বেছিভাগেই আমিষ খাদ্যৰ পৰা পোৱা যায়৷ ইয়াৰোপৰি বয়সৰ সৈতে ভিটামিন শোষণৰ ক্ষমতা কমি যোৱা ৫০ বছৰতকৈ বেছি বয়সীয়াসকলৰ মাজত এই ভিটামিন কমিব পাৰে৷ আকৌ হজমৰ সমস্যা যেনে গেষ্ট্ৰিক বা অন্ত্ৰৰ ৰোগ হলেও শৰীৰত ভিটামিন বি১২ কম থাকিব পাৰে৷ যিসকলে দীৰ্ঘদিন ধৰি এছিড বিৰোধী বা শৰ্কৰা নিয়ন্ত্ৰণৰ ঔষধ খাইছে তেওঁলোকৰ শৰীৰত ভিটামিন বি১২ সঠিকভাৱে তৈয়াৰ নহয়৷

ইয়াৰোপৰি গৱেষণাত দেখা গৈছে, ভিটামিন ডিৰ ঘাটি থাকিলে মূৰ বা কঁপালত অস্বাভাৱিক ঘাম ওলাব পাৰে৷ মেগনেছিয়ামৰ অভাৱতেই ঘাম বাঢ়ে৷ শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণৰ বাবে মেগনেছিয়াম অপৰিহাৰ্য৷ এই খনিজৰ ঘাটি হলে শৰীৰত স্বাভাৱিক তাপমাত্ৰা ধৰি ৰাখিব নোৱাৰি, ফলত অতিৰিক্ত ঘাম ওলায়৷ গৱেষণাত দেখা গৈছে যিসমূহ ৰোগীৰ দীৰ্ঘদিন ধৰি অতিৰিক্ত ঘাম ওলোৱাৰ সমস্যা আছে তেওঁলোকৰ শৰীৰত ভিটামিন ডি আৰু মেগনেছিয়ামৰ মাত্ৰা স্বাভাৱিকৰ তুলনাত বহু কম থাকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া
জীৱনশৈলী

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

August 26, 2026
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…
জীৱনশৈলী

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

August 26, 2026
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?
জীৱনশৈলী

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

August 26, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

August 26, 2026
Next Post
ভুৱনেশ্বৰী জয়ন্তীত সৌভাগ্য যোগ, উন্নতিৰ জোৱাৰ ৫ৰাশিৰ জীৱনত

ভুৱনেশ্বৰী জয়ন্তীত সৌভাগ্য যোগ, উন্নতিৰ জোৱাৰ ৫ৰাশিৰ জীৱনত

PNB বেংকৰ পৰা ১৩ লাখৰ হোম লোন ল’লে EMI কিমান হ’ব? জানি থওক হিচাঁপ

PNB বেংকৰ পৰা ১৩ লাখৰ হোম লোন ল’লে EMI কিমান হ’ব? জানি থওক হিচাঁপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.