• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
PNB বেংকৰ পৰা ১৩ লাখৰ হোম লোন ল’লে EMI কিমান হ’ব? জানি থওক হিচাঁপ

PNB বেংকৰ পৰা ১৩ লাখৰ হোম লোন ল’লে EMI কিমান হ’ব? জানি থওক হিচাঁপ

10 months ago
চলমানৰ প্ৰথম প্ৰেমিকাৰ সৈতে কিয়াৰাৰ বিশেষ সম্পৰ্ক, কেনেকৈ?

চলমানৰ প্ৰথম প্ৰেমিকাৰ সৈতে কিয়াৰাৰ বিশেষ সম্পৰ্ক, কেনেকৈ?

26 minutes ago
Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

2 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

ভুলতেও আওকাণ নকৰিব এই ৪ টা সপোনক, পাব ভৱিষ্যতৰ ইংগিত!

3 hours ago
ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

4 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

4 hours ago
২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

13 hours ago
জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

14 hours ago
আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

15 hours ago
অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

15 hours ago
‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

16 hours ago
প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

17 hours ago
‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

PNB বেংকৰ পৰা ১৩ লাখৰ হোম লোন ল’লে EMI কিমান হ’ব? জানি থওক হিচাঁপ

PNB বেংকৰ পৰা ১৩ লাখৰ হোম লোন ল’লে EMI কিমান হ’ব? জানি থওক হিচাঁপ

editor by editor
September 3, 2025
in বাণিজ্য, বিবিধ, ভাৰত
0
PNB বেংকৰ পৰা ১৩ লাখৰ হোম লোন ল’লে EMI কিমান হ’ব? জানি থওক হিচাঁপ
0
SHARES
6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
সপোনৰ ঘৰ এখন সজাৰ পৰিকল্পনা কাৰনো নাথাকে৷ কিন্তু ইয়াৰ বাবে প্ৰচুৰ ধনৰ প্ৰয়োজন৷ বহু ধন গোটাব পৰা ক্ষমতাও সকলোৰে নাথাকে৷ বহুতেই সেয়ে ঘৰ নিৰ্মাণত হোম লোন লয়৷ মাহিলী ই এম আইৰ মাধ্যমেৰে এই ধন বেংকক ঘূৰাব পাৰি৷ ধৰা হল কোনোৱে পঞ্জাৱ নেশ্ব্যনেল বেংক, সংক্ষেপে PNBৰ পৰা ১৩বছৰৰ ম্যাদত ১৩ লাখ টকা হোম লোন হৈছে৷ তেন্তে তেওঁ প্ৰতিমাহে কিমান টকাকৈ EMI দিব লাগিব? EMIৰ পৰিমাণ নিৰ্ভৰ কৰিব সুদৰ ওপৰত৷ আকৌ সুদৰ হাৰ ঠিক হয় ছিবিল স্কোৰৰ ওপৰত ভিত্তি কৰিব৷
ছিবিল স্কোৰ বা ক্ৰেডিট স্কোৰ বেছি হলে কম সুদৰ হাৰত ঋণ পোৱা যায়৷ ছিবিল স্কোৰ উন্নত কৰিবলৈ গ্ৰাহকে আৰ্থিক লেনদেন আৰু অৰ্থ প্ৰদানৰ ক্ষেত্ৰত শৃংখলাবদ্ধ হব লাগিব৷ ছিবিল স্কোৰ বেয়া হলে লোন পোৱাৰ সম্ভাৱনা কম আৰু পালেও সুদৰ হাৰ বেছি হয়৷
PNB হোম লোনৰ বৈশিষ্ট্যসমূহ কি কি?
PNB হাউছিং লোনেৰে এখন নতুন ঘৰ নিৰ্মাণ, ক্ৰয় আৰু সংস্কৰণ কৰিব পাৰি৷ সকলোতকৈ ভাল বিষয় হৈছে পি এন বিয়ে তেওঁলোকৰ গ্ৰাহকক ঘৰৰ দামৰ ৯০ শতাংশ পৰ্যন্ত ঋণ অনুমোদন দিয়ে৷ প্ৰচেছিং ফি সম্পৰ্কে কবলৈ গলে অন্যান্য বেংকৰ তুলনাত বহু কম প্ৰছেচিং ফি দিব লাগিব৷ যদি দৰমহা লাখ টকা হয় তেন্তে এক কোটি টকা পৰ্যন্ত গৃহঋণ পোৱা যায়৷ অন্যহাতে এই ঋণ পৰিশোধৰ বাবে গ্ৰাহকক ৩০ বছৰ সময় দিয়া হয়৷
PNB হোম লোনৰ সুদৰ হাৰ
 আপুনি যদি এজন দৰমহাভোগী ব্যক্তি হয় তেন্তে আৰু ছিবিল স্কোৰ ৮২৫তকৈ বেছি হয় তেতিয়া ৮.২৫শতাংশ সুদৰ হাৰত ঋণ দিয়া হয়৷ আৰু দৰমহাভোগী নহলে এনে ব্যক্তিক ৮.৫৫ শতাংশ সুদৰ হাৰত ঋণ দিয়া হয়৷ ছিবিল স্কোৰ ৭৭৫ৰ পৰা ৭৯৯ৰ মাজত থাকিলে দৰমহাভোগী ব্যক্তিসকলক ৯.০৫শতাংশ আৰু দৰমহাভোগী নহলে তেনে ব্যক্তিক ৯.৫৫ শতাংশ সুদত ঋণ দিয়া হয়৷ আকৌ যদি এজন দৰমহাভোগী ব্যক্তিৰ ছিবিল স্কোৰ ৬৫০ৰ পৰা ৭০০ৰ ভিতৰত হয় তেতিয়া তেওঁলোকক ১০.১৫শতাংশ আৰু দৰমহাভোগী নহলে তেন্তে ব্যক্তিক ১০.৬৫শতাংশ সুদত ঋণ দিয়া হয়৷

১৩ লাখ টকাৰ হোম লোন ললে EMI কিমান হ’ব?

পঞ্জাৱ নেশ্ব্যনেল বেংকৰ পৰা ১৩বছৰৰ বাবে ১৩ লাখ টকাৰ গৃহঋণ ললে আৰু ৮.২৫শতাংশ সুদৰ হাৰত ঋণ পালে সেই অনুসৰি EMI হব ১৩৬১২ টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চলমানৰ প্ৰথম প্ৰেমিকাৰ সৈতে কিয়াৰাৰ বিশেষ সম্পৰ্ক, কেনেকৈ?
বিনোদন

চলমানৰ প্ৰথম প্ৰেমিকাৰ সৈতে কিয়াৰাৰ বিশেষ সম্পৰ্ক, কেনেকৈ?

June 24, 2026
Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!
ভাৰত

Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

June 24, 2026
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!
জীৱনশৈলী

ভুলতেও আওকাণ নকৰিব এই ৪ টা সপোনক, পাব ভৱিষ্যতৰ ইংগিত!

June 24, 2026
ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।
বিনোদন

ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

June 24, 2026
Next Post
কন্যাত এন্ট্ৰী কৰিব বুধে! ছেপ্টেম্বৰতেই কঁপাল ফুলিব ধনুসহ এই ৩ৰাশিৰ জাতকৰ

কন্যাত এন্ট্ৰী কৰিব বুধে! ছেপ্টেম্বৰতেই কঁপাল ফুলিব ধনুসহ এই ৩ৰাশিৰ জাতকৰ

দিয়া হ’ব মোটা অংকৰ দৰমহা! ৫ বছৰত ৩০লাখ ভাৰতীয় কৰ্মীক সংস্থাপন দিবলৈ সাজু ৰাছিয়া, ট্ৰাম্পক চমক দিবলৈ নতুন দিল্লীৰ সৈতে নতুন কি আলোচনা মস্কোৰ?

দিয়া হ’ব মোটা অংকৰ দৰমহা! ৫ বছৰত ৩০লাখ ভাৰতীয় কৰ্মীক সংস্থাপন দিবলৈ সাজু ৰাছিয়া, ট্ৰাম্পক চমক দিবলৈ নতুন দিল্লীৰ সৈতে নতুন কি আলোচনা মস্কোৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.