• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্থান পৰিবৰ্তন কৰিব শুক্ৰই, ১৫ ছেপ্টেম্বৰৰ পৰা ভাগ্য খুলিব এই ৩ৰাশিৰ

স্থান পৰিবৰ্তন কৰিব শুক্ৰই, ১৫ ছেপ্টেম্বৰৰ পৰা ভাগ্য খুলিব এই ৩ৰাশিৰ

7 months ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

12 minutes ago
ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

47 minutes ago
শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

1 hour ago
সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

1 hour ago
আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

2 hours ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

3 hours ago
ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

4 hours ago
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

4 hours ago
কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

5 hours ago
মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

7 hours ago
Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

7 hours ago
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

স্থান পৰিবৰ্তন কৰিব শুক্ৰই, ১৫ ছেপ্টেম্বৰৰ পৰা ভাগ্য খুলিব এই ৩ৰাশিৰ

স্থান পৰিবৰ্তন কৰিব শুক্ৰই, ১৫ ছেপ্টেম্বৰৰ পৰা ভাগ্য খুলিব এই ৩ৰাশিৰ

editor by editor
September 6, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
স্থান পৰিবৰ্তন কৰিব শুক্ৰই, ১৫ ছেপ্টেম্বৰৰ পৰা ভাগ্য খুলিব এই ৩ৰাশিৰ
0
SHARES
5.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰ অনুসৰি, শুক্ৰ গ্ৰহক এক শুভ গ্ৰহ হিচাপে ধৰা হয়৷ সম্পদ, মহিমা আৰু সমৃদ্ধিৰ অন্যতম কাৰণ হিচাপে ধৰা হয় শুক্ৰগ্ৰহক৷ জ্যোতিষ শাস্ত্ৰৰ গণনা অনুসৰি, শুক্ৰই নিৰ্দিষ্ট সময়ত স্থান পৰিবৰ্তন কৰে যাৰ প্ৰভাৱ পৰে ১২ ৰাশিৰ ওপৰত৷ আগন্তুক ১৫ ছেপ্টেম্বৰত শুক্ৰ গ্ৰহই মঘা নক্ষত্ৰত গোচৰ কৰিব৷ মঘা নক্ষত্ৰৰ অধিপতি ছায়া গ্ৰহ কেতু৷ কেতুৰ মঘা নক্ষত্ৰত শুক্ৰৰ আগমন কিছু ৰাশিৰ বাবে কল্যাণকৰ আৰু শুভ৷ শুক্ৰৰ নক্ষত্ৰ পৰিবৰ্তনৰ ফলত কোন কোন ৰাশিৰ জাতক জাতিকা উপকৃত হব?

মেষ ৰাশি

শুক্ৰ গ্ৰহৰ স্থান পৰিবৰ্তনৰ ফলত মেষ ৰাশিৰ জাতক জাতিকা উপকৃত হব৷ আগন্তুক দিনত এই ৰাশিৰ জাতক জাতিকাৰ নতুন আয়ৰ উৎস মুকলি হব৷ পৰিয়াললৈ সুখ আহিব৷ কিছু সুসংবাদ পাব পাৰে এই ৰাশিৰ জাতক জাতিকাই৷ ব্যৱসায়ীসকলৰ বাবে এই সময় খুবেই শুভ৷ ৰৈ থকা সমস্ত কাম সম্পন্ন হব এই সময়ত৷

তুলা ৰাশি

শুক্ৰ গ্ৰহৰ গমনে তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে অনুকূল পৰিবেশ তৈয়াৰ কৰিব৷ কৰ্মজীৱী ব্যক্তিয়ে নিজৰ কৰ্মজীৱনলৈ ভাল সুযোগ আহিব৷ আয় বৃদ্ধিৰ সৈতে পদোন্নতি হব ব্যক্তিৰ৷ যিসকলে কৰ্মসংস্থান বিচাৰিছে তেওঁলোকে এই সময়ত নতুন কাম বিচাৰি পাব৷ আৰ্থিক দিশৰ পৰাও শক্তিশালী হব এই ৰাশিৰ জাতক জাতিকাই৷

কুম্ভ ৰাশি

শুক্ৰ গ্ৰহৰ পৰিবৰ্তন কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে ভীষণ লাভৱান প্ৰমাণিত হব৷ এই সময়ত পাৰিবাৰিক সমস্যাৰ পৰা মুক্তি পাব এই ৰাশিৰ জাতক জাতিকাই৷ নতুনকৈ জীৱন সংগীৰ সংগ পাব৷ ৰৈ থকা কাম সম্পন্ন হব৷ আয় বৃদ্ধি পাব৷ আপোনাৰ ব্যক্তিত্বত মানুহ মুগ্ধ হব৷ স্বাস্থ্যৰ উন্নতি হব৷ অবিবাহিত ব্যক্তিসকলৰ বিবাহৰ যোগ আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ
জীৱনশৈলী

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

March 31, 2026
ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?
বাণিজ্য

ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

March 31, 2026
শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!
জীৱনশৈলী

শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

March 31, 2026
সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান
ভাৰত

সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

March 31, 2026
Next Post
সন্ন্যাস লোৱাৰ পূৰ্বে নিজৰ শ্ৰাদ্ধ নিজেই কৰিব লাগে, কিয় কৰিব লাগে এই শ্ৰাদ্ধ? কাৰণ জানিলে আচৰিত হ’ব আপুনি

সন্ন্যাস লোৱাৰ পূৰ্বে নিজৰ শ্ৰাদ্ধ নিজেই কৰিব লাগে, কিয় কৰিব লাগে এই শ্ৰাদ্ধ? কাৰণ জানিলে আচৰিত হ’ব আপুনি

মধুৰীআম উপকাৰী, কিন্তু সকলোৰে বাবে নহয়, কি কি সমস্যা থাকিলে মধুৰীআম নাখাব?

মধুৰীআম উপকাৰী, কিন্তু সকলোৰে বাবে নহয়, কি কি সমস্যা থাকিলে মধুৰীআম নাখাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.