• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মধুৰীআম উপকাৰী, কিন্তু সকলোৰে বাবে নহয়, কি কি সমস্যা থাকিলে মধুৰীআম নাখাব?

মধুৰীআম উপকাৰী, কিন্তু সকলোৰে বাবে নহয়, কি কি সমস্যা থাকিলে মধুৰীআম নাখাব?

10 months ago
FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

47 minutes ago
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

1 hour ago
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

2 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

3 hours ago
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

11 hours ago
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

11 hours ago
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

12 hours ago
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

12 hours ago
এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

13 hours ago
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

14 hours ago
সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

15 hours ago
শৰীৰৰ ষ্টেমিনা কিয় কমে?

শৰীৰৰ ষ্টেমিনা কিয় কমে?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মধুৰীআম উপকাৰী, কিন্তু সকলোৰে বাবে নহয়, কি কি সমস্যা থাকিলে মধুৰীআম নাখাব?

মধুৰীআম উপকাৰী, কিন্তু সকলোৰে বাবে নহয়, কি কি সমস্যা থাকিলে মধুৰীআম নাখাব?

editor by editor
September 6, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মধুৰীআম উপকাৰী, কিন্তু সকলোৰে বাবে নহয়, কি কি সমস্যা থাকিলে মধুৰীআম নাখাব?
0
SHARES
935
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফলৰ বজাৰত এতিয়া কিউয়িৰ পৰা আৰম্ভ কৰি এভোকাডো, ব্লুবেৰি, ড্ৰেগন ফ্ৰুইটকে ধৰি বহু ফল পোৱা যায়৷ সেই সকলো ফলৰ গুণাগুণো পৃথক৷ ভিন্নদেশী এই ফলতকৈ মধুৰীআমো কোনোগুণে কম নহয়৷ স্বাদৰ দিশৰ পৰাও আৰু পুষ্টিগুণতো আগুৱাই থাকে মধুৰীআম৷ মধুৰীআমত ভিটামিন চি প্ৰচুৰ পৰিমাণে আছে৷ ভিটামিন এ, বি১, বি২, বি৩, বি৫, বি৬ আৰু ফোলেটৰ ওপৰিও নানান খনিজ আছে৷ সেয়ে মধুৰীআম কিন্তু সকলোৰে বাবে নহয়৷ দৈনিক ডায়েটত যদি মধুৰীআম খাই তেন্তে পুষ্টিবিদৰ পৰামৰ্শ লওক৷ জানি থওক কি কি সমস্যা থাকিলে মধুৰীআম খোৱা উচিত নহয়?

কি কি শাৰীৰিক সমস্যাত মধুৰীআম নাখাব?

পেটৰ ৰোগ বা গেছৰ সমস্যা

মধুৰীআমত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে যি হজমৰ বাবে ভাল হলেও ইৰিটেবল বাওৱেল চিনড্ৰোম থাকিলে মধুৰীআম নোখোৱাই ভাল৷ যিসকলে প্ৰচণ্ড গেছৰ সমস্যাত ভূগি আছে তেওঁলোকে মধুৰীআম নোখোৱাই ভাল৷ অতিৰিক্ত মধুৰীআম খালে পেট ফোলা, ডায়েৰিয়াৰ দৰে সমস্যা বাঢ়ি যাব পাৰে৷

কিডনিৰ ৰোগ

মধুৰীআমত পটাছিয়াম পৰ্যাপ্ত পৰিমাণে থাকে৷ অত্যধিক পটাছিয়াম কিডনিৰ ৰোগৰ বাবে ভাল নহয়৷ সেয়ে কিডনিত পাথৰ হোৱাৰ সমস্যা থাকিলে অথৱা কিডনিৰ ৰোগ থাকিলে জানিবুজিহে মধুৰীআম খাব৷

ডায়বেটিছ

মধুৰীআমে ডায়বেটিছ নিয়ন্ত্ৰণত সহায় কৰে কিন্তু অত্যধিক পৰিমাণে খালে হিতে বিপৰীত হয়৷ ইয়াত থকা প্ৰাকৃতিক শৰ্কতাই তেজত শৰ্কৰাৰ মাত্ৰা বঢ়াই দিব পাৰে৷ সেয়ে ডায়বেটিছ ৰোগীৰ বাবে মধুৰীআমৰ পৰিমাণ নিয়ন্ত্ৰণত ৰখা জৰুৰী৷

এলাৰ্জি

ছৰ্দি, কাঁহ বা ডিঙিৰ বিষ থাকিলে সেই সময়ত মধুৰীআম নোখোৱাই ভাল৷ এলাৰ্জিৰ সমস্যা বঢ়াই দিব পাৰে মধুৰীআমে৷ বেছিকৈ খালে চৰ্মৰোগ হব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?
বিনোদন

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

July 16, 2026
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য
জীৱনশৈলী

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

July 16, 2026
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত
বিনোদন

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

July 16, 2026
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!
জীৱনশৈলী

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

July 16, 2026
Next Post
কাইলৈ নিশাৰ আকাশত ১২,৮৪২ ছেকেণ্ড থাকিব ৰক্তবৰ্ণৰ চন্দ্ৰ, ডাঙৰ বিপদৰ সন্মুখীন হ’ব এই ৩ৰাশি

কাইলৈ নিশাৰ আকাশত ১২,৮৪২ ছেকেণ্ড থাকিব ৰক্তবৰ্ণৰ চন্দ্ৰ, ডাঙৰ বিপদৰ সন্মুখীন হ’ব এই ৩ৰাশি

SIP-ত প্ৰতিমাহে ৫০০০ টকা জমা কৰিলে ২০ বছৰত কিমান টকা পোৱা যাব? জানি থওক হিঁচাপ

SIP-ত প্ৰতিমাহে ৫০০০ টকা জমা কৰিলে ২০ বছৰত কিমান টকা পোৱা যাব? জানি থওক হিঁচাপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.