• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ নিশাৰ আকাশত ১২,৮৪২ ছেকেণ্ড থাকিব ৰক্তবৰ্ণৰ চন্দ্ৰ, ডাঙৰ বিপদৰ সন্মুখীন হ’ব এই ৩ৰাশি

কাইলৈ নিশাৰ আকাশত ১২,৮৪২ ছেকেণ্ড থাকিব ৰক্তবৰ্ণৰ চন্দ্ৰ, ডাঙৰ বিপদৰ সন্মুখীন হ’ব এই ৩ৰাশি

1 year ago
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

23 minutes ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

59 minutes ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

2 hours ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

3 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

4 hours ago
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

13 hours ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

13 hours ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

14 hours ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

14 hours ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

15 hours ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

15 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ নিশাৰ আকাশত ১২,৮৪২ ছেকেণ্ড থাকিব ৰক্তবৰ্ণৰ চন্দ্ৰ, ডাঙৰ বিপদৰ সন্মুখীন হ’ব এই ৩ৰাশি

কাইলৈ নিশাৰ আকাশত ১২,৮৪২ ছেকেণ্ড থাকিব ৰক্তবৰ্ণৰ চন্দ্ৰ, ডাঙৰ বিপদৰ সন্মুখীন হ’ব এই ৩ৰাশি

editor by editor
September 6, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
কাইলৈ নিশাৰ আকাশত ১২,৮৪২ ছেকেণ্ড থাকিব ৰক্তবৰ্ণৰ চন্দ্ৰ, ডাঙৰ বিপদৰ সন্মুখীন হ’ব এই ৩ৰাশি
0
SHARES
17.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ৭ ছেপ্টেম্বৰৰ নিশা চন্দ্ৰগ্ৰহণ৷ নিশা ৯ বাজি ৫৮ মিনিটৰ পৰা নিশা ১ বাজি ২৬ মিনিট পৰ্যন্ত গ্ৰহণ চলিব৷ এয়া এই বছৰৰ শেষ চন্দ্ৰগ্ৰহণ৷ এই পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ ভাৰতৰ পৰা দেখা যাব৷ আকাশ পৰিষ্কাৰ থাকিলে অসমৰ পৰাও এই গ্ৰহণ দৃশ্যমান হব৷ গ্ৰহণ চলিব প্ৰায় ১২৪৮২ ছেকেণ্ড ধৰি৷ এই সময়ৰ মাজত আকাশত দেখা দিব গ্ৰহণৰ ৰঙা চন্দ্ৰ৷ গ্ৰহণৰ সময়ত পৃথিৱীৰ ছায়া চন্দ্ৰৰ ওপৰত পৰাত চন্দ্ৰই ৰক্তবৰ্ণ ধাৰণ কৰে৷ এই চন্দ্ৰক ৰঙা চন্দ্ৰ বুলি কোৱা হয়৷

এই পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ ভাৰতৰ পৰা দেখা যাব৷ সেই কাৰণেই ভাৰতৰ পৰা সূতক কাল কাৰ্যকৰী হব৷ বৈদিক জ্যোতিষত গ্ৰহণক অশুভ ঘটনা বুলি ধাৰণা কৰা হয়৷ গ্ৰহণৰ প্ৰভাৱ অশুভ বাবেই গ্ৰহণ চলাৰ সময়ত বিভিন্ন সতৰ্কতা অৱলম্বন কৰাৰ পৰামৰ্শ দিয়া হৈছে৷ জ্যোতিষ গণনা অনুসৰি ৭ ছেপ্টেম্ববৰৰ চন্দ্ৰগ্ৰহণে কোন কোনো ৰাশিৰ জাতকৰ বাবে অত্যন্ত ক্ষতিকৰ প্ৰভাৱ কঢ়িয়াই আনিব? ক্ষতিগ্ৰস্থ হ’ব কোন কোন ৰাশিৰ জাতক?

বৃষ ৰাশি

চন্দ্ৰগ্ৰহণৰ প্ৰভাৱত এটাৰ পাছত আনটো সমস্যাত পৰিব বৃষ ৰাশিৰ জাতক৷ সাংসৰিক কোনো পুৰণি ঝামেলাত সোমাই পৰিব পাৰে৷ ব্যৱসায়ীসকলৰ ধন ব্যয় হব পাৰে৷ গ্ৰহণৰ পাছত কিছুদিন ধৰি আৰ্থিক সংকটত ভূগিব পাৰে আপুনি৷ প্ৰবীণ ব্যক্তিয়ে স্বাস্থ্যৰ যত্ন লওক৷ গ্ৰহণৰ পাছত গংগাজলেৰে ঘৰ পৰিষ্কাৰ কৰিলে অশুভ প্ৰভাৱ কাটিব৷

কুম্ভ ৰাশি

বছৰৰ শেষ চন্দ্ৰগ্ৰহণৰ ক্ষতিকৰ প্ৰভাৱ কুম্ভ ৰাশিৰ জাতকৰ ওপৰত লক্ষ্য কৰা যাব৷ এই সময়ত আপোনাৰ মনত অশান্তি থাকিব আৰু দাম্পত্য জীৱনতো সমস্যাত পৰিব পাৰে৷ কাষৰ মানুহৰ সৈতে সম্পৰ্কত দূৰত্ব আহিব৷ গৰ্ভৱতী মহিলাসকলৰ স্বাস্থ্য বেয়া হব পাৰে৷ খোৱাবোৱাৰ দিশত যত্ন ৰাখক আৰু অকলে ঘৰৰ পৰা বাহিৰ নোহোৱাই ভাল৷ কুম্ভ ৰাশিৰ জাতকে গ্ৰহণৰ দিনা পুৱা আৰু সন্ধিয়া আৰাধ্য দেৱদেৱীৰ পূজা কৰক, মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰক৷

মীন ৰাশি

গ্ৰহণৰ প্ৰভাৱত জীৱনত ডাঙৰ সমস্যা আহিব মীন ৰাশিৰ জাতকৰ৷ এই সময়ত আপোনাৰ আৰ্থিক সংকট বাঢ়িব৷ খৰধৰকৈ কোনো সিদ্ধান্ত ললে সেয়া ক্ষতিৰ কাৰণ হব পাৰে৷ ক্লান্তি আৰু দুৰ্বলতাই আপোনাক গ্ৰাস কৰিব৷ প্ৰবীণসকল অসুস্থ হৈ পৰিব পাৰে৷ মহিলাৰ ক্ষেত্ৰত মানসিক অশান্তি বাঢ়িব পাৰে৷ গ্ৰহণৰ অন্তত অৰ্থদান কৰিলে ইয়াৰ প্ৰভাৱৰ পৰা মুক্তি পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ
প্ৰযুক্তি

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

September 30, 2026
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে
অসম

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

September 30, 2026
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে
জীৱনশৈলী

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

September 30, 2026
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ
জীৱনশৈলী

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

September 30, 2026
Next Post
SIP-ত প্ৰতিমাহে ৫০০০ টকা জমা কৰিলে ২০ বছৰত কিমান টকা পোৱা যাব? জানি থওক হিঁচাপ

SIP-ত প্ৰতিমাহে ৫০০০ টকা জমা কৰিলে ২০ বছৰত কিমান টকা পোৱা যাব? জানি থওক হিঁচাপ

এই বছৰ মা দুৰ্গাৰ অহা-যোৱা বাহন কি? শুভ অশুভ প্ৰভাৱ কেনেকৈ পৰিব?

এই বছৰ মা দুৰ্গাৰ অহা-যোৱা বাহন কি? শুভ অশুভ প্ৰভাৱ কেনেকৈ পৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.