• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই বছৰ মা দুৰ্গাৰ অহা-যোৱা বাহন কি? শুভ অশুভ প্ৰভাৱ কেনেকৈ পৰিব?

এই বছৰ মা দুৰ্গাৰ অহা-যোৱা বাহন কি? শুভ অশুভ প্ৰভাৱ কেনেকৈ পৰিব?

1 year ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

Gold Silver Price Today: হোৰাহোৰে কমিছে সোণ-ৰূপৰ মূল্য, একেদিনাই ৫,০০০ টকা পৰ্যন্ত হ্ৰাস

1 hour ago
‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

2 hours ago
সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

3 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াৰ ভয়ংকৰ পেটৰ বিষ? সহজ উপায়েৰে কৰক দূৰ

4 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, জানক কোন কোন ৰাশি আছে তালিকাত

5 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি ভাগ্যই দেখুৱাব ৰং! কেনে যাব ১২ ৰাশিৰ দিনটো?

5 hours ago
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

16 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

17 hours ago
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

17 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

17 hours ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

18 hours ago
বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই বছৰ মা দুৰ্গাৰ অহা-যোৱা বাহন কি? শুভ অশুভ প্ৰভাৱ কেনেকৈ পৰিব?

এই বছৰ মা দুৰ্গাৰ অহা-যোৱা বাহন কি? শুভ অশুভ প্ৰভাৱ কেনেকৈ পৰিব?

editor by editor
September 6, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
এই বছৰ মা দুৰ্গাৰ অহা-যোৱা বাহন কি? শুভ অশুভ প্ৰভাৱ কেনেকৈ পৰিব?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুৰ্গাপূজা এইবাৰ আগুৱাই আহিছে৷ আগন্তুক ২৯ ছেপ্টেম্বৰত দুৰ্গাপূজাৰ সপ্তমী৷ তাৰপূৰ্বে ২১ ছেপ্টেম্বৰত মহালয়া, দেৱীপক্ষৰ আৰম্ভণি৷ দুৰ্গাৰ আগমন আৰু প্ৰস্থানৰ বাহনক লৈ বহুকথা প্ৰচলিত আছে৷ দেৱী দুৰ্গা আৰু তেওঁৰ পুত্ৰ কন্যাৰ নিজস্ব বাহন থাকিলেও আগমন আৰু প্ৰস্থানৰ বাহনৰ কথা পৃথককৈ পঞ্জিকাত উল্লেখ কৰা থাকে৷ হিন্দুশাস্ত্ৰ অনুসৰি, দুৰ্গাৰ আগমন আৰু প্ৰস্থানৰ বাহন নিৰ্ধাৰণ কৰি মৰ্তলোকৰ বছৰতো কেনেকৈ যাব সেয়া চোৱা হয়৷ প্ৰতিবছৰে দুৰ্গাৰ আগমন আৰু প্ৰস্থান সাধাৰণতে একেই বাহনত নহয়৷ যদি কোনো বছৰত অহা যোৱাৰ বাহন একেই হয় তেতিয়া ই খুবেই অশুভ ইংগিত বহন কৰে৷ এই বছৰ দুৰ্গাৰ আগমন হব গজত আৰু প্ৰস্থান হব দোলাত৷ জানি থওক ইয়াৰ কি প্ৰভাৱ পৰিব?

দুৰ্গাৰ আগমন আৰু গমনৰ হিচাপ

পঞ্জিকা অনুসৰি পূজাৰ সপ্তমীত দেৱীৰ আগমন হয় আৰু গমন হয় দশমীত৷ এই দুই দিন সপ্তাহৰ কোন কোন বাৰে পৰিছে তাৰ ওপৰতেই নিৰ্ভৰ কৰে দেৱীয়ে কিহেৰে আগমন কৰি কিহেৰে গমন কৰিব৷ শাস্ত্ৰ অনুসৰি সপ্তমী দেওবাৰ বা সোমবাৰ হলে দেৱীৰ বাহন হয় গজ বা হাঁতী৷ সপ্তমী শনি বা মঙ্গলবাৰ হলে দেৱীৰ বাহন হয় ঘোঁৰা৷ সপ্তমী বৃহস্পতি বা শুকুৰবাৰ হলে দেৱীৰ বাহন হয় দোলা বা পাল্কী৷ সপ্তমী বুধবাৰ হলে দেৱীৰ বাহন হয় নৌকা৷ একেদৰে দশমী ৰবি বা সোমবাৰ হলে দেৱীৰ বাহন হয় গজ৷ দশমী শনি বা মঙ্গলবাৰ হলে দেৱীয়ে বিদায় লয় ঘোঁৰাত উঠি৷ দশমী বৃহস্পতি বা শুকুৰবাৰ হলে দেৱীৰ গমন হব দোলা বা পাল্কীত৷ আকৌ দশমী বুধবাৰ হলে নৌকাৰে কৈলাশলৈ উভতিব দেৱী৷

এইবছৰ দেৱীৰ আগমন কিহত?

এই বছৰ ২৯ ছেপ্টেম্বৰত সপ্তমী পৰিছে সোমবাৰে৷ সেয়ে দুৰ্গাৰ আগমন গজ অৰ্থাৎ হাঁতীত৷ শাস্ত্ৰমতে গজ দেৱীৰ উৎকৃষ্টতম বাহন৷ দেৱীৰ আগমন বা গমন হাঁতীত হলে মৰ্ত্যলোক ভৰি উঠিব সুখ-শান্তি-সমৃদ্ধিৰে৷ পূৰ্ণ হয় ভক্তৰ মনোবাঞ্ছা৷ পৰিশ্ৰমৰ সুফল পায় মৰ্তলোকৰ অধিবাসীগণে৷ অতিবৃষ্টি বা অনাবৃষ্টি নহয়, যিমান প্ৰয়োজন সিমানেই বৰ্ষণ হয়৷

কি বাহনেৰে উভতিব দেৱী?

আগন্তুক ২ অক্টোবৰত বৃহস্পতিবাৰ পৰিছে বিজয়া দশমী৷ মা দুৰ্গাই পুত্ৰ-কন্যাসহ কৈলাশলৈ উভতিব দোলা অৰ্থাৎ পাল্কিত৷ ফল ‘দোলায়াং মকৰং ভৱেৎ’ অৰ্থাৎ মহামাৰী, ভূমিকম্প, খৰাং, যুদ্ধ আৰু অতিমৃত্যুৰ লক্ষণ৷ দোলা বা পাল্কিত সূচিয় হয় ভয়ংকৰ মহামাৰী৷ যাৰ ফলত প্ৰাণহানী অনিবাৰ্য৷

দুৰ্গাৰ অন্য বাহনসমূহৰ তাৎপৰ্য

দুৰ্গা যদি ঘোঁৰাত আহে বা বিদায় লয় তেতিয়া ‘ছত্ৰ ভংগ স্তৰঙ্গমে’ অৰ্থাৎ সামাজিক, ৰাজনৈতিক আৰু সামৰিক অস্থিৰতা বৃদ্ধি পায়৷ ইয়াৰ ফলত ৰজাই ৰজাই বা ৰাষ্ট্ৰই ৰাষ্ট্ৰই যুদ্ধ সূচিত হয়৷ সামাজিক আৰু ৰাজনৈতিকস্তৰত ধ্বংস আৰু অস্থিৰতাই বিৰাজ কৰে৷ এক কথাত ছত্ৰভঙ্গম৷ দেৱীৰ অহা বা যোৱা যদি নৌকাত হয় তেতিয়া ‘শস্য বুদ্ধিস্তথাজলম’ অৰ্থাৎ প্ৰবল বন্যা বা খৰাঙে দেখা দিব পাৰে৷ নৌকাত মনোকামনা পূৰ্ণ হোৱা সূচিত হয়৷ ধৰিত্ৰী হৈ উঠে শস্য শ্যামলা৷ কিন্তু ইয়াৰ সৈতে বৰ্ষণ বা প্লাবনৰো আশংকা দেখা যায়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

Gold Silver Price Today: হোৰাহোৰে কমিছে সোণ-ৰূপৰ মূল্য, একেদিনাই ৫,০০০ টকা পৰ্যন্ত হ্ৰাস

October 22, 2026
‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই
ভাৰত

‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

October 22, 2026
সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান
জীৱনশৈলী

সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

October 22, 2026
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

মাহেকীয়াৰ ভয়ংকৰ পেটৰ বিষ? সহজ উপায়েৰে কৰক দূৰ

October 22, 2026
Next Post
মাতৃত্বত অনীহা, ভাৰতত ৰেকৰ্ড হাৰত কমিছে প্ৰজননহাৰ, ২০৫০ চনৰ ভিতৰত বাঢ়িব বৃদ্ধৰ সংখ্যা, ৰিপৰ্টত কি কি ভয়ংকৰ তথ্য?

মাতৃত্বত অনীহা, ভাৰতত ৰেকৰ্ড হাৰত কমিছে প্ৰজননহাৰ, ২০৫০ চনৰ ভিতৰত বাঢ়িব বৃদ্ধৰ সংখ্যা, ৰিপৰ্টত কি কি ভয়ংকৰ তথ্য?

পথ সলনি কৰিব কৰ্মফলদাতা শনিয়ে, কোটিপতি হোৱাৰ সুযোগ এই ৩ ৰাশিৰ সন্মুখত

পথ সলনি কৰিব কৰ্মফলদাতা শনিয়ে, কোটিপতি হোৱাৰ সুযোগ এই ৩ ৰাশিৰ সন্মুখত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.