• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পথ সলনি কৰিব কৰ্মফলদাতা শনিয়ে, কোটিপতি হোৱাৰ সুযোগ এই ৩ ৰাশিৰ সন্মুখত

পথ সলনি কৰিব কৰ্মফলদাতা শনিয়ে, কোটিপতি হোৱাৰ সুযোগ এই ৩ ৰাশিৰ সন্মুখত

11 months ago
‘মোৰ হৃদয়খন অসমতে থাকি যাব…’

‘মোৰ হৃদয়খন অসমতে থাকি যাব…’

18 minutes ago
বিয়াৰ নামত লাখ লাখ টকা খৰচ কৰা নে ভৱিষ্যতৰ বাবে সঞ্চয় কৰা?

বিয়াৰ নামত লাখ লাখ টকা খৰচ কৰা নে ভৱিষ্যতৰ বাবে সঞ্চয় কৰা?

51 minutes ago
অচিৰেই কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ হ’ব নেকি স্মাৰ্ট ফোনৰ ব্যৱহাৰ?

অচিৰেই কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ হ’ব নেকি স্মাৰ্ট ফোনৰ ব্যৱহাৰ?

2 hours ago
হাৰিয়ানাত পশুধনৰ বাবে বিউটী পাৰ্লাৰ খুলি ব্যাপক সঁহাৰি

হাৰিয়ানাত পশুধনৰ বাবে বিউটী পাৰ্লাৰ খুলি ব্যাপক সঁহাৰি

2 hours ago
Loanৰ EMI পৰিশোধ নকৰিলে যাব লাগিব নেকি জে’ললৈ? জানক RBIৰ নিয়ম

Loanৰ EMI পৰিশোধ নকৰিলে যাব লাগিব নেকি জে’ললৈ? জানক RBIৰ নিয়ম

3 hours ago
শিৱসাগৰত অনন্যা বিৰলা, বন্যাৰ্তলৈ বলীউডৰ এইজন অভিনেতাৰ ১ কোটি টকা

শিৱসাগৰত অনন্যা বিৰলা, বন্যাৰ্তলৈ বলীউডৰ এইজন অভিনেতাৰ ১ কোটি টকা

4 hours ago
মাত্ৰ ৩দিনৰ ভিতৰতে সীমা ভাঙি আহিল হাজাৰ হাজাৰ অবৈধ প্ৰব্ৰজনকাৰী!

মাত্ৰ ৩দিনৰ ভিতৰতে সীমা ভাঙি আহিল হাজাৰ হাজাৰ অবৈধ প্ৰব্ৰজনকাৰী!

5 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

5 hours ago
সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

18 hours ago
মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং

মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং

18 hours ago
অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

18 hours ago
বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পথ সলনি কৰিব কৰ্মফলদাতা শনিয়ে, কোটিপতি হোৱাৰ সুযোগ এই ৩ ৰাশিৰ সন্মুখত

পথ সলনি কৰিব কৰ্মফলদাতা শনিয়ে, কোটিপতি হোৱাৰ সুযোগ এই ৩ ৰাশিৰ সন্মুখত

editor by editor
September 8, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
পথ সলনি কৰিব কৰ্মফলদাতা শনিয়ে, কোটিপতি হোৱাৰ সুযোগ এই ৩ ৰাশিৰ সন্মুখত
0
SHARES
17.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰ অনুসৰি শনিৰ নিষ্ঠুৰ গ্ৰহ বুলি কোৱা হয়৷ যিয়ে যেনেকৈ কাম কৰে সেইধৰণেই ফল দিয়ে কৰ্মফলদাতাই৷ আৰু শনি ৰুষ্ট হলে জাতকৰ জীৱনলৈ এটাৰ পাছত আনটো বিপৰ্যয় নামি আহে৷ এই বছৰ শনি বৃহস্পতিৰ ৰাশি মীনত গোচৰ কৰিছে৷ ১৩ জুলাইৰ পৰা শনি বক্ৰীদশাত আছে৷ আগন্তুক নৱেম্বৰ মাহত বিপৰীতমুখী চলন এৰি শনি মাৰ্গী হব অৰ্থাৎ চিধা পথেৰে যাত্ৰা আৰম্ভ কৰিব৷

দীপাৱলিৰ পাছতেই মাৰ্গী হব শনি

এই বছৰ দীপাৱলি পালিত হব আগন্তুক ২০ অক্টোবৰত৷ আৰু ইয়াৰ প্ৰায় এমাহ পাছত ২৮ নৱেম্বৰত শনিয়ে মীন ৰাশিত মাৰ্গী হব৷ শনিৰ চিধা পথেৰে যাত্ৰা আৰম্ভ হলে ২০২৭ পৰ্যন্ত ইয়াৰ প্ৰভাৱত লাভৱান হব তিনি ৰাশিৰ জাতক৷ জানি থওক শনিৰ মাৰ্গীদশাত ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ?

বৃষ ৰাশি

শনিৰ চিধা পথেৰে কৰা গমনত অত্যন্ত শুভ প্ৰভাৱ পৰিব বৃষ ৰাশিৰ জাতকৰ জীৱনত৷ শনিয়ে পথ পৰিবৰ্তন কৰিলে সম্পদ, সন্মান আৰু উচ্চপদ লাভ কৰিব বৃষ ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ উপাৰ্জন বাঢ়িব, ফলত বেংক বেলেন্স বাঢ়িব পাৰে৷ উপাৰ্জনৰ নতুন পথৰ সন্ধান পাব৷ পাবলগীয়া ধন লাভ কৰিব৷ ব্যৱসায়ীসকলে নতুন চুক্তি স্বাক্ষৰ কৰিব পাৰে৷ চাকৰিয়ালে নতুন প্ৰজেক্টত কাম আৰম্ভ কৰিব পাৰে৷ মনৰ ইচ্ছা পূৰণ হব পাৰে৷ অবিবাহিতসকলৰ বিবাহৰ কথা পাক্কা হব পাৰে৷

মিথুন ৰাশি

শনি মাৰ্গী হলে প্ৰচুৰ লাভ কৰাৰ সুযোগ পাব মিথুন ৰাশিৰ জাতকে৷ প্ৰতি পদক্ষেপতেই ভাগ্যই আপোনাক সংগ দিব৷ যি উন্নতিৰ বাবে আপুনি বহুদিন ধৰি চেষ্টা কৰিছিল সেয়া সম্ভৱ হব পাৰে৷ চাকৰিয়ালে প্ৰমোছন আৰু ইনক্ৰিমেণ্ট পাব পাৰে৷ বিনিয়োগৰ পৰা লাভৱান হব৷ সংসাৰত সুখৰ পৰিবেশ থাকিব৷

কুম্ভ ৰাশি

শনিৰ চিধা পথেৰে কৰা যাত্ৰা নানান দিশৰ পৰা লাভজনক হব কুম্ভ ৰাশিৰ জাতকৰ বাবে৷ শনি হৈছে কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ৷ সেয়ে শনি মাৰ্গী হলে লাভৱান হব কুম্ভ ৰাশিৰ জাতক৷ বৰ্তমান চাৰে সাতিৰ তৃতীয় পৰ্যায় চলিছে কুম্ভ ৰাশিত৷ চাৰে সাতিৰ মাজতো এই ৰাশিৰ জাতকক নানান সুফল দিব শনিয়ে৷ নৱেম্বৰত হঠাৎ কিছু অৰ্থলাভ কৰিব পাৰে৷ কাম ভালেই চলিব৷ আৰামেৰে নিশ্চিন্তে সময় কটাব পাৰিব৷ কিছু গুৰুত্বপূৰ্ণ চুক্তি চূড়ান্ত কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মোৰ হৃদয়খন অসমতে থাকি যাব…’
অসম

‘মোৰ হৃদয়খন অসমতে থাকি যাব…’

July 31, 2026
বিয়াৰ নামত লাখ লাখ টকা খৰচ কৰা নে ভৱিষ্যতৰ বাবে সঞ্চয় কৰা?
জীৱনশৈলী

বিয়াৰ নামত লাখ লাখ টকা খৰচ কৰা নে ভৱিষ্যতৰ বাবে সঞ্চয় কৰা?

July 31, 2026
অচিৰেই কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ হ’ব নেকি স্মাৰ্ট ফোনৰ ব্যৱহাৰ?
ভাৰত

অচিৰেই কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ হ’ব নেকি স্মাৰ্ট ফোনৰ ব্যৱহাৰ?

July 31, 2026
হাৰিয়ানাত পশুধনৰ বাবে বিউটী পাৰ্লাৰ খুলি ব্যাপক সঁহাৰি
জীৱনশৈলী

হাৰিয়ানাত পশুধনৰ বাবে বিউটী পাৰ্লাৰ খুলি ব্যাপক সঁহাৰি

July 31, 2026
Next Post
শৰীৰত ৰাখিব নোৱাৰিব কোনো বস্ত্ৰ! ১১ দিন নগ্ন লৈ বিলাসী সমুদ্ৰভ্ৰমণৰ স্বাদ দিছে ‘দ্যা বিগ ন্যুড বোট’য়ে, মানিব লাগিব এইকেইটা চৰ্ত

শৰীৰত ৰাখিব নোৱাৰিব কোনো বস্ত্ৰ! ১১ দিন নগ্ন লৈ বিলাসী সমুদ্ৰভ্ৰমণৰ স্বাদ দিছে ‘দ্যা বিগ ন্যুড বোট’য়ে, মানিব লাগিব এইকেইটা চৰ্ত

‘প্ৰজনন দক্ষ যুৱতীৰ প্ৰয়োজন’,  হাজাৰ হাজাৰ কোটিৰ সম্পত্তিৰ উত্তৰাধিকাৰী হ’বলৈ পাত্ৰী বিচাৰিছে ৭৯ বছৰীয়া এই ধনকুবেৰে, চৰ্ত কি কি?

‘প্ৰজনন দক্ষ যুৱতীৰ প্ৰয়োজন’, হাজাৰ হাজাৰ কোটিৰ সম্পত্তিৰ উত্তৰাধিকাৰী হ’বলৈ পাত্ৰী বিচাৰিছে ৭৯ বছৰীয়া এই ধনকুবেৰে, চৰ্ত কি কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.