• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নৱমীৰে আৰম্ভ হ’ব অক্টোবৰ মাহ! লাকী কোন কোন ৰাশি?

নৱমীৰে আৰম্ভ হ’ব অক্টোবৰ মাহ! লাকী কোন কোন ৰাশি?

6 months ago
প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

22 minutes ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

1 hour ago
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

2 hours ago
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

2 hours ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

3 hours ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

4 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

5 hours ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

6 hours ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

23 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

1 day ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

1 day ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নৱমীৰে আৰম্ভ হ’ব অক্টোবৰ মাহ! লাকী কোন কোন ৰাশি?

নৱমীৰে আৰম্ভ হ’ব অক্টোবৰ মাহ! লাকী কোন কোন ৰাশি?

editor by editor
September 30, 2025
in জীৱনশৈলী
0
নৱমীৰে আৰম্ভ হ’ব অক্টোবৰ মাহ! লাকী কোন কোন ৰাশি?
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অক্টোবৰ মাহত গ্ৰহৰ গতিবিধি গুৰুত্বপূৰ্ণ হ’ব যিয়ে বহু ৰাশিৰ ওপৰত প্ৰভাৱ পেলাব৷ কেৱল সেয়াই নহয়, বৃহস্পতিৰ পৰা বুধ, শুক্ৰ, শনি, মঙল আৰু সূৰ্য পৰ্যন্ত সমস্ত প্ৰধান গ্ৰহই অক্টোবৰত আটাইবোৰেই ৰাশি পৰিবৰ্তন কৰিব৷ এই গ্ৰহৰ গতিবিধি কিছু ৰাশিৰ বাবে প্ৰচুৰ সুবিধা কঢ়িয়াই আনিব৷ অন্যহাতে কেইটামান ৰাশিৰ জাতক অৱশ্যে সতৰ্ক থাকিব লাগিব৷ অক্টোবৰত ভাগ্যবান ৰাশি কি কি?

অক্টোবৰত মীন ৰাশিয়ে উল্লেখযোগ্য স্বস্তি পাব৷ এই মাহত শনিৰ নক্ষত্ৰ পৰিবৰ্তনো ঘটিছে৷ এইসমূহ ৰাশিৰ জাতকৰ বাবে এই সময় স্বস্তিৰ সময়৷ তেওঁলোকৰ আৰ্থিক অৱস্থাৰ উন্নতি হব৷

বৃশ্চিক ৰাশিৰ জাতকৰ বাবে আয়ৰ উৎস তৈয়াৰ হৈছে৷ তেওঁলোকৰ আয় লাভৰ সম্ভাৱনা আছে৷ চাকৰি আৰু ব্যৱসায় উভয় ক্ষেত্ৰতেই লাভৰ সম্ভাৱনা আছে৷ কৰ্কট ৰাশিৰ জাতকৰ অৰ্থ, শিক্ষা, সন্তান আৰু ভাগ্য সম্পৰ্কিত বিষয়ত ইতিবাচক ফলাফল পাব৷

গ্ৰহৰ গোচৰে কোন কোন ৰাশিৰ ওপৰত প্ৰভাৱ পেলাব?

বুধ তুলা ৰাশিৰ জাতকৰ বাবে উপকাৰী হ’ব৷ ব্যক্তিগত জীৱনত ইতিবাচক প্ৰভাৱ দেখা যাব৷ যোগাযোগৰ সৈতে জড়িতসকলে এই সময়ত উপকৃত হব৷

শুক্ৰই কন্যা ৰাশিৰ জাতকৰ আৰ্থিক জীৱনত প্ৰভাৱ পেলাব৷ কন্যা ৰাশিৰ জাতকে এই সময়ত পূৰ্বৰে পৰা পৰিকল্পনা কৰিব লাগিব৷ ব্যক্তিগত আৰু পেছাগত উভয় ক্ষেত্ৰতেই চেলেঞ্জে দেখা দিব পাৰে৷

তুলা ৰাশিত সূৰ্যৰ গোচৰত বহু ৰাশিৰ জাতকৰ আববে এক চেলেঞ্জিং সময় আহিব৷ বিশেষকৈ তুলা ৰাশিৰ জাতকে উচ্চ আত্মবিশ্বাস বজায় ৰাখিব লাগিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?
জীৱনশৈলী

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

March 15, 2026
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?
স্বাস্থ্য

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

March 15, 2026
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!
স্বাস্থ্য

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

March 15, 2026
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
Next Post
মহানৱমীত ৰাজযোগ! কোন কোন ৰাশিৰ জীৱন সলনি কৰিব শুভ শক্তিয়ে, জানি থওক তালিকা

মহানৱমীত ৰাজযোগ! কোন কোন ৰাশিৰ জীৱন সলনি কৰিব শুভ শক্তিয়ে, জানি থওক তালিকা

অক্টোবৰত গ্ৰহসংকট! শনিৰ ৰোষত পৰিব ৩ ৰাশি, আনহাতে এই দুই ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

অক্টোবৰত গ্ৰহসংকট! শনিৰ ৰোষত পৰিব ৩ ৰাশি, আনহাতে এই দুই ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.