• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অক্টোবৰত গ্ৰহসংকট! শনিৰ ৰোষত পৰিব ৩ ৰাশি, আনহাতে এই দুই ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

অক্টোবৰত গ্ৰহসংকট! শনিৰ ৰোষত পৰিব ৩ ৰাশি, আনহাতে এই দুই ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

10 months ago
বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

3 hours ago
মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

3 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ ভাগ্যই কৰিব সহায়, হ’ব ৫ ৰাশিৰ লোক মালামাল!

4 hours ago
‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

4 hours ago
জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

5 hours ago
আগষ্টত জন্মগ্ৰহণ কৰা ব্যক্তিৰ পৰা সাৱধান, কেতিয়াও নল’ব সহজত!

আগষ্টত জন্মগ্ৰহণ কৰা ব্যক্তিৰ পৰা সাৱধান, কেতিয়াও নল’ব সহজত!

6 hours ago
ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ,  নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!

ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ, নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!

7 hours ago
GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

7 hours ago
বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

8 hours ago
জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা

জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা

9 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰে নেকি? ভুলতো অৱজ্ঞা নকৰিব স্ত্ৰীৰোগ বিশেষজ্ঞৰ এই পৰামৰ্শ

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰে নেকি? ভুলতো অৱজ্ঞা নকৰিব স্ত্ৰীৰোগ বিশেষজ্ঞৰ এই পৰামৰ্শ

10 hours ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অক্টোবৰত গ্ৰহসংকট! শনিৰ ৰোষত পৰিব ৩ ৰাশি, আনহাতে এই দুই ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

অক্টোবৰত গ্ৰহসংকট! শনিৰ ৰোষত পৰিব ৩ ৰাশি, আনহাতে এই দুই ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

editor by editor
September 30, 2025
in জীৱনশৈলী
0
অক্টোবৰত গ্ৰহসংকট! শনিৰ ৰোষত পৰিব ৩ ৰাশি, আনহাতে এই দুই ৰাশিৰ বাঢ়িব অৰ্থসম্পদ
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৩ অক্টোবৰত শনিয়ে নক্ষত্ৰ পৰিবৰ্তন কৰিব। বৰ্তমান শনি উত্তৰাভাদ্ৰপদ নক্ষত্ৰত অৱস্থান কৰিছে। আৰু দশেৰাৰ পাছৰ দিনাই পূৰ্বভাদ্ৰপদ নক্ষত্ৰত প্ৰৱেশ কৰিব। পূৰ্বাভাদ্ৰপদ নক্ষত্ৰৰ অধিপতি হৈছে বৃহস্পতি গ্ৰহ। শনিয়ে যেতিয়া বৃহস্পতিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব তেতিয়াই ই কিছু ৰাশিৰ ওপৰত প্ৰভাৱ পেলাব।

৩ ৰাশিৰ বাবে অশুভ

শনি গ্ৰহৰ এই নক্ষত্ৰ পৰিবৰ্তনে তিনিটা ৰাশিৰ বাবে অশুভ প্ৰভাৱ পেলাব। এই ৰাশিৰ ব্যক্তিয়ে জীৱনত কিছু চেলেঞ্জৰ মুখামুখিও হব পাৰে। কৰ্মজীৱনত উঠানমাই দেখা দিব পাৰে। আৰ্থিক ক্ষতিৰো সম্ভাৱনা আছে।

শনিৰ চাৰেসাতিৰ প্ৰভাৱ

মেষ, কন্য়া, মীন ৰাশিৰ বাবে বিশেষভাৱে প্ৰযোজ্য। এই ৰাশিৰ ব্যক্তিৰ বাবে শনিৰ নক্ষত্ৰ পৰিবৰ্তন শুভ নহয়। তেওঁলোকৰ সৈতে অনাকাঙ্খিত ঘটনা ঘটিব পাৰে। ইয়াৰোপৰি মেষ আৰু মীন ৰাশিৰ ওপৰত শনিৰ চাৰেসাতি চলিছে, যি তেওঁলোকৰ বাবে কষ্টদায়ক। এই সময়ত সেই ব্যক্তিয়ে বিশেষ সতৰ্কতা অৱলম্বন কৰা উচিত। কাৰো সৈতে বিবাদত নোসোমাটোৱেই ভাল।

২ ৰাশিৰ বাবে শুভ

শনিৰ নক্ষত্ৰৰ পৰিবৰ্তন দুটা ৰাশিৰ বাবে শুভ। এই দুই ৰাশিৰ ব্যক্তিয়ে শনিৰ পৰা অৰ্থনৈতিক লাভ পাব। কৰ্মজীৱনত উন্নতি হব। বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা আছে।

শনিৰ নক্ষত্ৰ পৰিবৰ্তন কৰ্কট আৰু কুম্ভ ৰাশিৰ বাবে শুভ হব। কুম্ভ ৰাশিৰ অধিপতি শনি গ্ৰহ সেয়ে এই ৰাশিৰ ব্যক্তিক কৃপা কৰিব শনিয়ে। শনি নক্ষত্ৰৰ এই পৰিবৰ্তনে কুম্ভ আৰু কৰ্কট ৰাশিৰ লোকক অৰ্থনৈতিক লাভ, মান সন্মান, প্ৰেম আৰু ব্যৱসায়িক সফলতা দিব। সংক্ষেপে অক্টোবৰ মাহত এই ৰাশিৰ ব্যক্তিৰ ব্যক্তিগত আৰু পেছাগত জীৱন দুই ক্ষেত্ৰতেই লাভজনক হব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক
জীৱনশৈলী

বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

July 31, 2026
মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক
জীৱনশৈলী

মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

July 31, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

কাইলৈ ভাগ্যই কৰিব সহায়, হ’ব ৫ ৰাশিৰ লোক মালামাল!

July 31, 2026
জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

July 31, 2026
Next Post
এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

হেণ্ডকাফ লগাই গুৱাহাটীলৈ অনা হ’ল সিদ্ধাৰ্থ, শ্যামকানুক, ১৪ দিন CIDৰ জিম্মাত থাকিব অভিযুক্ত সিদ্ধাৰ্থ আৰু শ্যামকানু

হেণ্ডকাফ লগাই গুৱাহাটীলৈ অনা হ'ল সিদ্ধাৰ্থ, শ্যামকানুক, ১৪ দিন CIDৰ জিম্মাত থাকিব অভিযুক্ত সিদ্ধাৰ্থ আৰু শ্যামকানু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.