• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহানৱমীত ৰাজযোগ! কোন কোন ৰাশিৰ জীৱন সলনি কৰিব শুভ শক্তিয়ে, জানি থওক তালিকা

মহানৱমীত ৰাজযোগ! কোন কোন ৰাশিৰ জীৱন সলনি কৰিব শুভ শক্তিয়ে, জানি থওক তালিকা

7 months ago
বিজেপিয়ে ঘূৰাই দিলে হেৰুওৱা সন্মান!  বিহপুৰীয়াৰ বিধায়ক হৈ অহাৰ সপোন পূৰণ ভূপেন বৰাৰ

বিজেপিয়ে ঘূৰাই দিলে হেৰুওৱা সন্মান! বিহপুৰীয়াৰ বিধায়ক হৈ অহাৰ সপোন পূৰণ ভূপেন বৰাৰ

17 minutes ago
তামিলনাডুৰ ৰাজনীতিৰ নতুন তাৰকা বিজয় থালাপতি কিমান শিক্ষিত?

তামিলনাডুৰ ৰাজনীতিৰ নতুন তাৰকা বিজয় থালাপতি কিমান শিক্ষিত?

54 minutes ago
হঠাৎ মদ্যপানৰ প্ৰতি আসক্ত জাহ্নৱী কাপুৰ, কৰিলে অদ্ভুদ কাণ্ড!

হঠাৎ মদ্যপানৰ প্ৰতি আসক্ত জাহ্নৱী কাপুৰ, কৰিলে অদ্ভুদ কাণ্ড!

1 hour ago
কেনেকৈ পশ্চিম বংগত বিজেপিয়ে উৎখাত কৰিলে মমতাৰ সাম্ৰাজ্য?

কেনেকৈ পশ্চিম বংগত বিজেপিয়ে উৎখাত কৰিলে মমতাৰ সাম্ৰাজ্য?

2 hours ago
দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হ’ব নেকি থালাপতি বিজয়? সম্পত্তি জানি হ’ব আচৰিত

দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হ’ব নেকি থালাপতি বিজয়? সম্পত্তি জানি হ’ব আচৰিত

3 hours ago
জুন মাহত আপুনি হ’ব মালামাল! সংখ্যাতত্ত্বৰ গুৰুত্বপূৰ্ণ সংখ্যকেইটাৰ বিষয়ে জানক

জুন মাহত আপুনি হ’ব মালামাল! সংখ্যাতত্ত্বৰ গুৰুত্বপূৰ্ণ সংখ্যকেইটাৰ বিষয়ে জানক

3 hours ago
কেনেকৈ পাব সফলতা? চাণক্যৰ এইকেইটা কথা জানি লওক

কেনেকৈ পাব সফলতা? চাণক্যৰ এইকেইটা কথা জানি লওক

4 hours ago
8th Pay Commission: কেন্দ্ৰীয় কৰ্মচাৰীৰ নতুন দৰমহা স্কেল কেতিয়া কাৰ্যকৰী হ’ব?

8th Pay Commission: কেন্দ্ৰীয় কৰ্মচাৰীৰ নতুন দৰমহা স্কেল কেতিয়া কাৰ্যকৰী হ’ব?

5 hours ago
শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

5 hours ago
নিৰ্বাচনী ফলাফলৰ মাজত শ্বেয়াৰ বজাৰৰ উত্থান, চেন্সেক্সে দেখুৱালে যাদু!

নিৰ্বাচনী ফলাফলৰ মাজত শ্বেয়াৰ বজাৰৰ উত্থান, চেন্সেক্সে দেখুৱালে যাদু!

6 hours ago
আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!

আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!

6 hours ago
ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি

ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহানৱমীত ৰাজযোগ! কোন কোন ৰাশিৰ জীৱন সলনি কৰিব শুভ শক্তিয়ে, জানি থওক তালিকা

মহানৱমীত ৰাজযোগ! কোন কোন ৰাশিৰ জীৱন সলনি কৰিব শুভ শক্তিয়ে, জানি থওক তালিকা

editor by editor
September 30, 2025
in জীৱনশৈলী
0
মহানৱমীত ৰাজযোগ! কোন কোন ৰাশিৰ জীৱন সলনি কৰিব শুভ শক্তিয়ে, জানি থওক তালিকা
0
SHARES
528
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১ অক্টোবৰ মহানৱমীত নৱৰাত্ৰিৰ সমাপ্তি হব। এই বছৰ নৱৰাত্ৰিৰ সূচনা যেনেকৈ অত্যন্ত শুভ যোগেৰে হৈছিল তেনেকৈ সমাপ্তিও এক অসাধাৰণ ৰাজযোগৰ মহাসংযোগেৰে হব। গ্ৰহ নক্ষত্ৰৰ এই যোগ কিছু ৰাশিৰ বাবে অত্যন্ত শুভ প্ৰমাণিতও হব।

নৱৰাত্ৰিৰ সমাপ্তিত একাধিক ৰাজযোগ গঠিত হৈছে। তুলা ৰাশিত মহালক্ষ্মী ৰাজযোগ, কন্যা ৰাশিত সূৰ্য বুধৰ যুগলবন্দীত বুধাদিত্য যোগ, বুধে নিজ ৰাশি কন্যাত থাকি ভদ্ৰ ৰাজযোগ, সূৰ্য আৰু যমৰ নৱপঞ্চম যোগ, মঙল আৰু যমৰ কেন্দ্ৰ যোগ, মঙল অৰুণৰ ষড়াষ্টক যোগ আৰু গুৰু শুক্ৰৰ মিলনত অৰ্ধকেন্দ্ৰ যোগ তৈয়াৰ হৈছে। এই যোগসমূহে ১২ ৰাশিতেই প্ৰভাৱ পেলাব। কিন্তু ইয়াৰ ফলত তিনি ৰাশিৰ জাতক বিশেষভাৱে উপকৃত হব। মা দুৰ্গাই তেওঁলোকক অলেখ অৰ্থ সমৃদ্ধি আৰু সুখ দান কৰিব।

এই ৰাজযোগসমূহে আমাৰ জীৱনত এনে সময়ৰ বাৰ্তা দিব যত অৰ্থ, মানসিক শক্তি, আত্মবিশ্বাস আৰু সম্পৰ্কৰ উন্নতি একেলগে সম্ভৱ। এই সময়ত মনৰ শক্তি আৰু আত্মবিশ্বাস বৃদ্ধি পায় যিয়ে আমাৰ জীৱনৰ চেলেঞ্জ মোকাবিলাত সাহস যোগায়। পাৰিবাৰিক বন্ধন আৰু সামাজিক সম্পৰ্ক শক্তিশালী হয়, আৰু ব্যক্তিগত জীৱনলৈ সুখ শান্তি আহিব। ইয়াৰ সৈতে সৃজনশীলতা আৰু নতুন উদ্যোগৰ ক্ষেত্ৰত ইতিবাচক প্ৰভাৱো লক্ষ্য কৰা যাব। যিয়ে নতুন প্ৰজেক্ট, ব্যৱসায়িক পৰিকল্পনা আৰু ব্যক্তিগত লক্ষ্য অৰ্জনৰ পথত সহায়ক হৈ উঠিব।

বৃষ ৰাশি

এই ৰাজযোগে বৃষ ৰাশিৰ জাতক জাতিকাৰ কৰ্মজীৱনলৈ নতুন সুযোগ আনি দিব। দৰমহা বৃদ্ধি পাব পাৰে। মোটা অংকৰ আৰ্থিক লাভ কৰিব পাৰে। পদোন্নতিৰ সম্ভাৱনা আছে। ব্যৱসায়ত উন্নতি হব। পুৰণি সমস্যাৰ সমাধান হব।

কন্যা ৰাশি

কন্যা ৰাশিতেই বুধাদিত্য় আৰু ভদ্ৰ ৰাজযোগ গঠিত হৈছে। যিয়ে জাতক জাতিকাক অৰ্থৰ উপৰিও সন্মানো দিব। মা দুৰ্গাৰ কৃপাত উন্নতি হব। জীৱনলৈ সুখ আহিব। নতুন চাকৰিৰ সম্ভাৱনা আছে। পাৰিবাৰিক জীৱন আনন্দময় হব।

সিংহ ৰাশি

মা দুৰ্গাৰ বাহন সিংহ আৰু সিংহ ৰাশিৰ ইষ্টদেৱীও মা দুৰ্গা। নৱৰাত্ৰিৰ নৱমী তিথিত এই ৰাশিৰ জাতক জাতিকাই অৰ্থলাভ কৰিব পাৰে। কামত সফল হব। মান সন্মান বৃদ্ধি পাব। ব্যৱসায় সম্প্ৰসাৰণ হব। সময় অত্যন্ত লাভজনক থাকিব।

নৱৰাত্ৰিৰ সমাপ্তি কেৱল উৎসৱৰ সমাপ্তিয়েই নহয়, ই নতুন সম্ভাৱনাৰো সূচনা। এই সময়ত তৈয়াৰ হোৱা বিশেষ যোগ বা শুভ সময়ে আমাৰ ব্যক্তিগত আৰু পেছাদাৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাব। ধৈৰ্য আৰু সচেতনতাৰ সৈতে কাম কৰিলে আমি যিকোনো সমস্যাৰেই সমাধান উলিয়াব পাৰো। ই আমাৰ মনোবল বঢ়ায়। সিদ্ধান্তগ্ৰহণক আৰু সুসংহত কৰে আৰু জীৱনৰ নানান ক্ষেত্ৰত সফলতাৰ সম্ভাৱনা বঢ়ায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিজেপিয়ে ঘূৰাই দিলে হেৰুওৱা সন্মান!  বিহপুৰীয়াৰ বিধায়ক হৈ অহাৰ সপোন পূৰণ ভূপেন বৰাৰ
অসম

বিজেপিয়ে ঘূৰাই দিলে হেৰুওৱা সন্মান! বিহপুৰীয়াৰ বিধায়ক হৈ অহাৰ সপোন পূৰণ ভূপেন বৰাৰ

May 4, 2026
জুন মাহত আপুনি হ’ব মালামাল! সংখ্যাতত্ত্বৰ গুৰুত্বপূৰ্ণ সংখ্যকেইটাৰ বিষয়ে জানক
জীৱনশৈলী

জুন মাহত আপুনি হ’ব মালামাল! সংখ্যাতত্ত্বৰ গুৰুত্বপূৰ্ণ সংখ্যকেইটাৰ বিষয়ে জানক

May 4, 2026
কেনেকৈ পাব সফলতা? চাণক্যৰ এইকেইটা কথা জানি লওক
জীৱনশৈলী

কেনেকৈ পাব সফলতা? চাণক্যৰ এইকেইটা কথা জানি লওক

May 4, 2026
শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

May 4, 2026
Next Post
অক্টোবৰত গ্ৰহসংকট! শনিৰ ৰোষত পৰিব ৩ ৰাশি, আনহাতে এই দুই ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

অক্টোবৰত গ্ৰহসংকট! শনিৰ ৰোষত পৰিব ৩ ৰাশি, আনহাতে এই দুই ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.