• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লক্ষ্মীপূজাতেই কৰক এই ৪কাম, লক্ষ্মীৰ কৃপাত টকাৰ বৰষুণ হ’ব আপোনাৰ ঘৰত

লক্ষ্মীপূজাতেই কৰক এই ৪কাম, লক্ষ্মীৰ কৃপাত টকাৰ বৰষুণ হ’ব আপোনাৰ ঘৰত

6 months ago
মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

34 minutes ago
এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

1 hour ago
LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

2 hours ago
কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

2 hours ago
পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

3 hours ago
মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে

মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে

3 hours ago
PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

18 hours ago
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

19 hours ago
মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে!  শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে! শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

19 hours ago
প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

20 hours ago
কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

20 hours ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

লক্ষ্মীপূজাতেই কৰক এই ৪কাম, লক্ষ্মীৰ কৃপাত টকাৰ বৰষুণ হ’ব আপোনাৰ ঘৰত

লক্ষ্মীপূজাতেই কৰক এই ৪কাম, লক্ষ্মীৰ কৃপাত টকাৰ বৰষুণ হ'ব আপোনাৰ ঘৰত

editor by editor
October 6, 2025
in জীৱনশৈলী
0
লক্ষ্মীপূজাতেই কৰক এই ৪কাম, লক্ষ্মীৰ কৃপাত টকাৰ বৰষুণ হ’ব আপোনাৰ ঘৰত
0
SHARES
252
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক ৬ অক্টোবৰ সোমবাৰে পুৱা ১১ বাজি ২৪ মিনিটৰ পৰা আৰম্ভ হব আৰু পূৰ্ণিমা থাকিব ৭ অক্টোবৰৰ পুৱা ৯ বাজি ৩৩ মিনিটত শেষ হব। এই সময়ৰ মাজত ঘৰত কোজাগৰী লক্ষ্মী পূজা কৰিব পাৰিব। মা লক্ষ্মীৰ কৃপা সম্পূৰ্ণৰূপে পাবলৈ হলে কেইটামান কাম কৰিলে দেৱী সন্তুষ্ট হয়। হিন্দুধৰ্ম অনুসৰি লক্ষ্মী হৈছে ধন সম্পদ, সৌভাগ্য আৰু সৌন্দৰ্যৰ দেৱী। তেওঁ বিষ্ণুৰ পত্নী। তেওঁৰ আন এক নাম হৈছে মহালক্ষ্মী।

লক্ষ্মী হৈছে ৬টা বিশেষ গুণসম্পন্ন দেৱী। তেওঁ বিষ্ণুৰ শক্তিৰো উৎস। বিষ্ণু, ৰাম আৰু কৃষ্ণৰূপে অৱতাৰ গ্ৰহণ কৰিলে লক্ষ্মীয়েও লগে লগে সীতা, ৰাধাৰূপে তেওঁৰ সংগীনী হয়। কৃষ্ণৰ স্ত্ৰীসকলকো লক্ষ্মীৰ অৱতাৰৰূপে কল্পনা কৰা হয়। বিশ্বাস কৰা হয়, লক্ষ্মী যি ঘৰত থাকে, তাত কাহানিও ধনৰ অভাৱ নাথাকে। জানি থওক লক্ষ্মী পূজাৰ দিনা কি কি কাম কৰা উচিত।

চন্দ্ৰৰ পোহৰত পায়স

পদুম ফুলৰ ওপৰত বিৰাজিতা দেৱী লক্ষ্মী হৈছে ধন সম্পদ, সৌভাগ্য আৰু সৌন্দৰ্যৰ দেৱী। ত্ৰিগুণৰ মাজত তেওঁ হৈছে ৰজগুণৰ প্ৰতীক। সংসাৰত জীৱন ধাৰণ কৰাৰ বাবে এই ৰজগুণৰ বিশেষ সমাদৰ আছে। সুস্বাস্থ্য আৰু আৰ্থিক শ্ৰীবৃদ্ধিৰ বাবে কোজাগৰী লক্ষ্মীপূজাত গোবিন্দভোগ চাউলৰ পায়স তৈয়াৰ কৰি সন্ধিয়া চন্দ্ৰৰ পোহৰত ৰাখক। নিশাজুৰি পায়সৰ পাত্ৰ এখন চালনিৰে ধাৰি ৰাখক যাতে পোকপৰুৱা নপৰে। পিছদিনা পুৱা সেই পায়স খাওক। প্ৰচলিত বিশ্বাস অনুসৰি ইয়াৰ ফলত শৰীৰ সুস্থ থাকে আৰু আৰ্থিক শ্ৰীবৃদ্ধিও হয়।

নাৰায়ণৰ পূজা

লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কোজগৰী পূৰ্ণিমাত লক্ষ্মী পূজাৰ সৈতে নাৰায়ণ পূজা কৰিলে সমগ্ৰ বছৰ দেৱীৰ কৃপা লাভ কৰা সম্ভৱ। এই দিনটোত ৫গৰাকী কুমাৰীক পছন্দৰ উপহাৰ দিলেও লক্ষ্মী দেৱী প্ৰসন্ন হয়। ইয়াৰ সৈতে যদি সম্ভৱ হয় এই দিনটোত গংগাত গা ধোৱক ইয়াৰ ফলত পূণ্য লাভৰ সম্ভৱ। এই তিথিত সন্ধিয়া লক্ষ্মীদেৱীৰ পূজা কৰি নাৰিকলৰ পানী আৰু চিৰা খোৱাও ভাল। নিশা জাগি থাকি পাশা খেলাও এই পূজাৰ অংগ।

লক্ষ্মীৰ পাঞ্চালি

লক্ষ্মী পূজাৰ দিনা অৱশ্যেই লক্ষ্মীৰ পাঞ্চালি পঢ়ক আৰু ১০৮বাৰ গায়ত্ৰী মন্ত্ৰ জপ কৰক। লক্ষ্মীপূজাৰ দিনা ঘৰত দক্ষিণাবৰ্ত শংখ স্থাপন কৰিলে শুভ ফল পোৱা যায়য এই দিনটোত দেৱীৰ ভৰিৰ কাষত পাঁচটা কড়ি থৈ পূজা কৰা আৰি সেই কড়িসমূহ কেছবক্সত ৰাখি থওক। লক্ষ্মীপূজাত পাঞ্চালী পঢ়া লক্ষ্মী পূজাৰ এক গুৰুত্বপূৰ্ণ অংশ।

তুলসী গছৰ পূজা

হিন্দুধৰ্মত তুলসী গছক দেৱী হিচাপে পূজা কৰা হয়। পুৰাণত কোৱা হৈছে যে ঘৰত তুলসী গছ থাকিলে নিয়মিত তাৰ পূজা কৰিলে সেই ঘৰত কেতিয়াও অপায় অমংগল নহয়। সেই সংসাৰত সকলো সময়তে সুখ শান্তি বিৰাজমান হৈ থাকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক
জীৱনশৈলী

মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

April 1, 2026
এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো
জীৱনশৈলী

এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

April 1, 2026
LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?
জীৱনশৈলী

LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

April 1, 2026
কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

April 1, 2026
Next Post
লক্ষ্মীপূজাৰে আৰম্ভ হৈছে নতুন সপ্তাহ, কালা যোগে জীৱন সলনি কৰিব এই ৫ ৰাশিৰ

লক্ষ্মীপূজাৰে আৰম্ভ হৈছে নতুন সপ্তাহ, কালা যোগে জীৱন সলনি কৰিব এই ৫ ৰাশিৰ

সময় উকলিছে, আজিও খা-খবৰ নাই বগা চোলা পৰিহিত জুবিন গাৰ্গৰ সৈতে য়াটত থকা ৮ প্ৰৱাসী অসমীয়াৰ

সময় উকলিছে, আজিও খা-খবৰ নাই বগা চোলা পৰিহিত জুবিন গাৰ্গৰ সৈতে য়াটত থকা ৮ প্ৰৱাসী অসমীয়াৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.