কাৰ গাৰ্লফ্ৰেণ্ডে শ্যামকানুৰ ঘৰত গৈ পাৰ্টি কৰে আমি কিবা কৈছো নেকি?
জীৱনকালতেই জুবিনে লুৰিণৰ পাৰ্টীক ফটোৱা পাৰ্টি বুলি কৈ গৈছে।
লুৰিন নাক নাই,লুৰিণৰ একেবাৰে লাজ নাই সেয়ে জঁপিয়াই আছে।
জুবিন গাৰ্গৰ জীৱনকালত লুৰিণ আৰু অখিলে জুবিনৰ হৈ কেতিয়াবা কিবা কৈ পাইছিল নেকি?
জুবিনৰ সঁচা ন্যায় বিচৰা আৰু এচামে বিজেপিক হৰুওৱাৰ ৰাজনীতি আৰম্ভ কৰিছে।
মুখ্যমন্ত্ৰীয়ে সংবাদমেলত কৰিছে কেইবাটাও বিস্ফোৰক মন্তব্য।
মুখ্যমন্ত্ৰীয়ে লগতে কয়- একাংশই এতিয়া গৰিমাক জালুকবাৰীত নিৰ্বাচন খেলাবলৈ কৈছে।
জুবিনৰ গান নুশুনাকৈ মৌলবীয়ে এতিয়া জুবিনৰ হৈ কথা কবলৈ আৰম্ভ কৰিছে।
মৌলবীয়ে কেতিয়াও গীত মাত, নাচ গান নকৰে, তেওঁ কেনেকৈ জুবিনৰ গীত জানে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















