অখিল গগৈয়ে নিজক কেতিয়াও জুবিনৰ অনুৰাগী বুলি কোৱা নাছিল
জীৱন কালত অখিল গগৈয়ে জুবিন অনুৰাগী বুলি কৈ নাপালে
জুবিনক লৈ ৰাজনীতি কৰি আছে অখিল গগৈয়ে
অখিল গগৈৰ কথা সাধাৰণ মানুহে বুজি নাপাই
মৃত শৰীৰক লৈ ৰাজনীতি কৰিছে অখিল গগৈয়ে
অখিল শ্যামকানো একে
শ্যামকানুৱে জুবিনৰ লগতে আটাইতকৈ বেছি ফটো উঠিছে
অখিল গগৈয়ে ক ক’লে খ হ’ব পাৰে
আমি ভৰিত ধৰি প্ৰণাম কৰিছো জুবিন গাৰ্গক
কিন্তু অখিল গগৈয়ে বেলেগ অংগী-ভংগী কৰি থাকিল
মই মুখ খুলিলে মহাভাৰত হ’ব
মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















