• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈৰ পৰা ভাল সময় এই ৩ ৰাশিৰ, গজকেশৰী ৰাজযোগত খুলিব সৌভাগ্যৰ দুৱাৰ

কাইলৈৰ পৰা ভাল সময় এই ৩ ৰাশিৰ, গজকেশৰী ৰাজযোগত খুলিব সৌভাগ্যৰ দুৱাৰ

6 months ago
৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?

৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?

28 minutes ago
শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে

শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে

36 minutes ago
জীৱনত ভাল সময় অহাৰ পূৰ্বেই আহে এই ৫সংকেত, জানিব উপচি পৰিব সুখ সৌভাগ্য

জীৱনত ভাল সময় অহাৰ পূৰ্বেই আহে এই ৫সংকেত, জানিব উপচি পৰিব সুখ সৌভাগ্য

2 hours ago
৩০ এপ্ৰিল পৰ্যন্ত মঙ্গল বুধৰ বিশেষ যুঁটি, বাম্পাৰ ইনকাম হ’ব ৪ ৰাশিৰ

৩০ এপ্ৰিল পৰ্যন্ত মঙ্গল বুধৰ বিশেষ যুঁটি, বাম্পাৰ ইনকাম হ’ব ৪ ৰাশিৰ

2 hours ago
বুধবাৰৰ লাকী ৰাশিঃ বুধবাৰে গণেশৰ কৃপা থাকিব এই ৫ৰাশিত

বুধবাৰৰ লাকী ৰাশিঃ বুধবাৰে গণেশৰ কৃপা থাকিব এই ৫ৰাশিত

3 hours ago
ভাৰতত এলক’হলেৰে চলিব বাহন! পেট্ৰল থাকিব মাত্ৰ ১৫শতাংশহে, নতুন প্ৰস্তাৱ অনাৰ পথত কেন্দ্ৰীয় চৰকাৰ

ভাৰতত এলক’হলেৰে চলিব বাহন! পেট্ৰল থাকিব মাত্ৰ ১৫শতাংশহে, নতুন প্ৰস্তাৱ অনাৰ পথত কেন্দ্ৰীয় চৰকাৰ

4 hours ago
জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

4 hours ago
ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?

ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?

5 hours ago
একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

5 hours ago
কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

6 hours ago
টোপনিৰ অভাৱ আৰু চকুৰ বিষ, সকাহ পোৱাৰ সহজ উপায় জানক

টোপনিৰ অভাৱ আৰু চকুৰ বিষ, সকাহ পোৱাৰ সহজ উপায় জানক

6 hours ago
গাখীৰৰ সামগ্ৰীৰ পৰা এলাৰ্জী, কেনেকৈ কৰিব দূৰ?

গাখীৰৰ সামগ্ৰীৰ পৰা এলাৰ্জী, কেনেকৈ কৰিব দূৰ?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈৰ পৰা ভাল সময় এই ৩ ৰাশিৰ, গজকেশৰী ৰাজযোগত খুলিব সৌভাগ্যৰ দুৱাৰ

কাইলৈ পৰা ভাল সময় এই ৩ ৰাশিৰ, গজকেশৰী ৰাজযোগত খুলিব সৌভাগ্যৰ দুৱাৰ

editor by editor
October 11, 2025
in জীৱনশৈলী
0
কাইলৈৰ পৰা ভাল সময় এই ৩ ৰাশিৰ, গজকেশৰী ৰাজযোগত খুলিব সৌভাগ্যৰ দুৱাৰ
0
SHARES
4.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ১২ অক্টোবৰ দেওবাৰে নিশা ২ বাজি ২৪ মিনিটত ৰাশি পৰিবৰ্তন কৰিব চন্দ্ৰই৷ বৃষ ৰাশি এৰি এই সময়ত মিথুন ৰাশিত গোচৰ কৰিব চন্দ্ৰই৷ তাতেই পূৰ্বৰে পৰা অৱস্থান কৰিছে গুৰুগ্ৰহ বৃহস্পতিয়ে৷ পুৰাণ অনুসৰি বৃহস্পতি দেৱতাসকলৰ আচাৰ্য৷ এই গ্ৰহক গুৰুগ্ৰহ বা দেৱাচাৰ্য বুলি কোৱা হয়৷ মিথুন ৰাশিত বৃহস্পতি আৰু চন্দ্ৰৰ মিলনত গঠিত হৈছে গজকেশৰী ৰাজযোগ৷

গজকেশৰী ৰাজযোগ জ্যোতিষ অনুসৰি অত্যন্ত শক্তিশালী আৰু কাৰ্যকৰ এক ৰাজযোগ৷ ইয়াৰ প্ৰভাৱে তিনি ৰাশিৰ জাতকক নানান দিশৰ পৰা লাভৱান হ’ব৷ এই দিশত যিমান জ্ঞান আৰু বুদ্ধি বাঢ়িব তেনেকৈ সম্পদ লাভ কৰাৰো সুযোগ আহিব পাৰে৷ এই ৰাজযোগৰ প্ৰভাৱত মানসিক শান্তিও লাভ কৰিব৷ জানি থওক গজকেশৰী ৰাজযোগত ভাগ্য খুলিব কোন কোন ৰাশিৰ?

মিথুন ৰাশি

গজকেশৰী ৰাজযোগত উল্লেখযোগ্যভাৱে লাভৱান হ’ব মিথুন ৰাশিৰ জাতক৷ পূৰ্বে কৰা কামৰ সুফল লাভ কৰিব৷ সন্তানৰ দিশৰ পৰা সুখবৰ পাব পাৰে৷ যি কাম কৰিব সেয়া ঠিকমতে কৰক, অসম্পূৰ্ণকৈ কোনো কাম নেৰিব৷ মানসিক শান্তি থাকিব আৰু আৰ্থিক পৰিস্থিতিৰ উন্নতি হ’ব৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকৰ বাবে গজকেশৰী ৰাজযোগে জীৱনত নানান পৰিবৰ্তন আহিব৷ বিলাসিতাৰ মাজত দিন কটাব৷ মনত আনন্দ আৰু শান্তি থাকিব৷ মন স্থিৰ কৰি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷ পুৰণি বন্ধুৰ সৈতে আকৌ যোগাযোগ গঢ়ি উঠিব৷ উপাৰ্জন বাঢ়িব আৰু কেৰিয়াৰত সাফল্য পাব৷ সমাজত আপোনাৰ মান মৰ্যাদা বাঢ়িব৷

মকৰ ৰাশি

গজকেশৰী ৰাজযোগৰ প্ৰভাৱত চৰকাৰী চাকৰি পাব পাৰে মকৰ ৰাশিৰ জাতকে৷ ব্যৱসায়ত উল্লেখযোগ্য মুনাফা হব পাৰে৷ আয় বঢ়াত আৰ্থিক সমস্যাৰ পৰা বাহিৰলৈ ওলাই আহিব মকৰ ৰাশিৰ জাতক৷ পৰিয়ালৰ সৈতে কোৱালিটি টাইম কটাব৷ বাহিৰলৈ যোৱাৰ সম্ভাৱনা আছে৷ যিসকল চিংগল তেওঁলোকে বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?
জীৱনশৈলী

৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?

April 21, 2026
শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে
জীৱনশৈলী

শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে

April 21, 2026
জীৱনত ভাল সময় অহাৰ পূৰ্বেই আহে এই ৫সংকেত, জানিব উপচি পৰিব সুখ সৌভাগ্য
জীৱনশৈলী

জীৱনত ভাল সময় অহাৰ পূৰ্বেই আহে এই ৫সংকেত, জানিব উপচি পৰিব সুখ সৌভাগ্য

April 21, 2026
৩০ এপ্ৰিল পৰ্যন্ত মঙ্গল বুধৰ বিশেষ যুঁটি, বাম্পাৰ ইনকাম হ’ব ৪ ৰাশিৰ
জীৱনশৈলী

৩০ এপ্ৰিল পৰ্যন্ত মঙ্গল বুধৰ বিশেষ যুঁটি, বাম্পাৰ ইনকাম হ’ব ৪ ৰাশিৰ

April 21, 2026
Next Post
নতুন সপ্তাহত বুধাদিত্য ৰাজযোগ, সূৰ্যৰ দৰে উজ্বলি উঠিব এই ৫ৰাশিৰ ভাগ্য

নতুন সপ্তাহত বুধাদিত্য ৰাজযোগ, সূৰ্যৰ দৰে উজ্বলি উঠিব এই ৫ৰাশিৰ ভাগ্য

কেতুৰ খুবেই পছন্দৰ এই ৫ৰাশি, অশুভ গ্ৰহে এওঁলোকক দিয়ে ভাৱিব নোৱৰা সাফল্য

কেতুৰ খুবেই পছন্দৰ এই ৫ৰাশি, অশুভ গ্ৰহে এওঁলোকক দিয়ে ভাৱিব নোৱৰা সাফল্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.