• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেতুৰ খুবেই পছন্দৰ এই ৫ৰাশি, অশুভ গ্ৰহে এওঁলোকক দিয়ে ভাৱিব নোৱৰা সাফল্য

কেতুৰ খুবেই পছন্দৰ এই ৫ৰাশি, অশুভ গ্ৰহে এওঁলোকক দিয়ে ভাৱিব নোৱৰা সাফল্য

9 months ago
মাহেকীয়াত চেনিটেৰী পেড ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, পৰিব পাৰে বিপদত!

মাহেকীয়াত চেনিটেৰী পেড ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, পৰিব পাৰে বিপদত!

9 minutes ago
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

দুখ-দৰিদ্ৰতা আঁতৰিব, মাত্ৰ সোমবাৰে এইদৰে কৰক শিৱৰ পূজা!

53 minutes ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ সলনি হ’ব ভাগ্য!

14 hours ago
পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

14 hours ago
হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

14 hours ago
মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!

মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!

15 hours ago
১০০-১৫০ জন অতিথি, আমিৰ খানৰ তৃতীয় বিবাহত বিশেষ খাদ্য সম্ভাৰ

১০০-১৫০ জন অতিথি, আমিৰ খানৰ তৃতীয় বিবাহত বিশেষ খাদ্য সম্ভাৰ

16 hours ago
চৰকাৰী কৰ্মচাৰীৰ আহিছে ভালদিন! DA সন্দৰ্ভত পাঁচটা ডাঙৰ দাবী উত্থাপন

চৰকাৰী কৰ্মচাৰীৰ আহিছে ভালদিন! DA সন্দৰ্ভত পাঁচটা ডাঙৰ দাবী উত্থাপন

17 hours ago
WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

17 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

18 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৩ জুলাইৰ পূৰ্বে সাৱধান হওক ৪ ৰাশিৰ লোক, হ’ব পাৰে সৰ্বনাশ!

20 hours ago
সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেতুৰ খুবেই পছন্দৰ এই ৫ৰাশি, অশুভ গ্ৰহে এওঁলোকক দিয়ে ভাৱিব নোৱৰা সাফল্য

কেতুৰ খুবেই পছন্দৰ এই ৫ৰাশি, অশুভ গ্ৰহে এওঁলোকক দিয়ে ভাৱিব নোৱৰা সাফল্য

editor by editor
October 13, 2025
in জীৱনশৈলী
0
কেতুৰ খুবেই পছন্দৰ এই ৫ৰাশি, অশুভ গ্ৰহে এওঁলোকক দিয়ে ভাৱিব নোৱৰা সাফল্য
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শাস্ত্ৰমতে কেতু হৈছে এক ছায়াগ্ৰহ৷ ইয়াৰ কোনো শাৰীৰিক অৱস্থান নাথাকিলেও জ্যোতিষত ইয়াৰ গুৰুত্ব অপৰিসীম৷ কেতুক অশুভ গ্ৰহ হিচাপে বিবেচনা কৰা হলেও ইয়াৰ প্ৰভাৱ সদায় বেয়াই হ’ব তেনে কোনো কথা নাই৷ কেতু জন্মছকত কোন ঘৰত অৱস্থান কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰি শুভ আৰু অশুভ ফল দান কৰে৷ অপাৰ্থিক বস্তু, আধ্যাত্মিকতা আৰু বিলাসিতাৰ প্ৰতীক হৈছে কেতু৷ কেতুৰ অশুভ প্ৰভাৱত যেনেকৈ জীৱন তছনছ হৈ যায় তেনেকৈ কেতুৰ শুভ প্ৰভাৱত মানুহৰ ভাগ্য সলনি হ’বলৈ বেছি সময় নালাগে৷ ১২ ৰাশিৰ মাজত ৫ এনে ৰাশি আছে যাৰ ওপৰত কেতুৰ কৃপা সৰ্বদা বৰ্তি থাকে৷

মেষ ৰাশি

মেষ ৰাশিৰ জাতক জাতিকা স্বভাৱত গুণী হয়৷ কেতুৰ প্ৰভাৱত তেওঁলোকৰ এই গুণৰ মাত্ৰা আৰু বৃদ্ধি পায়৷ এই ৰাশিৰ ব্যক্তিসকলৰ আধ্যাত্মিক চিন্তাধাৰাতো উন্নতি ঘটে৷ কেতুৰ প্ৰভাৱৰ ফলত সমাজত এওঁলোকৰ সন্মান বৃদ্ধি পায়৷

কৰ্কট ৰাশি

কেতুৰ কৃপাত কৰ্কট ৰাশিৰ ব্যক্তিয়ে কৰ্মক্ষেত্ৰত কেতিয়াও কৰ্মক্ষেত্ৰত বিশেষ সমস্যাৰ সন্মুখীন হব৷ সৰু সৰু কোনো ঝামেলাত সোমাই পৰিলেও এই ব্যক্তিয়ে সহজেই বাহিৰলৈ ওলাব পাৰে৷ সম্পত্তিৰ ভাগীদাৰ হোৱাৰ সম্ভাৱনাই দেখা দিয়ে৷ অৰ্থকষ্ট কেতিয়াও তেওঁলোকৰ কাষলৈ আহিব নোৱাৰে৷ ঘৰ, বাহন, সম্পত্তি প্ৰভৃতি সকলো বিলাসিতাৰ সুখ এওঁলোকে বেছি কষ্ট নকৰাকৈ লাভ কৰে৷

কন্যা ৰাশি

সফলতা কন্যা ৰাশিৰ জাতক জাতিকাৰ ওপৰত সদায়ে কেতুৰ আশীৰ্বাদ থাকে৷ যিকোনো ক্ষেত্ৰত এই ৰাশি বিশেষ বাধাৰ সন্মুখীন নহয়৷ জীৱন পথত কেতিয়াও আৰ্থিক সমস্যাৰ সন্মুখীন নহয়৷ কেতুৰ আশীৰ্বাদত এওঁলোকে অনায়াসেই কঠিন সময়ৰ পৰা নিজকে বাহিৰ কৰি আনিব পাৰে৷ কন্যা ৰাশিৰ ব্যক্তিয়ে যিমানেই পৰিশ্ৰম কৰে যিমানেই উপযুক্ত পৰিমাণে ফল পায়৷

বৃশ্চিক ৰাশি

কেতুৰ সুদৃষ্টিৰ কৃপাত বৃশ্চিক ৰাশিৰ ব্যক্তিয়ে কেতিয়াও অৰ্থাভাৱত নপৰে৷ কেতিয়াবা অৰ্থকষ্টৰ মুখামুখি হলেও খুব সহজেই তেওঁলোকে সেই কঠিন সময়ৰ পৰা বাহিৰলৈ ওলাই আহে৷ এওঁলোকৰ কোনো কামত মন দিয়াৰ ক্ষমতা অন্যৰ তুলনাত বেছি হয়৷ সাংসৰিক জীৱনতো সুখী থাকে৷

মীন ৰাশি

মীন ৰাশিৰ জাতক জাতিকাৰ আধ্যাত্মিক ভাৱনা কেতুৰ প্ৰভাৱত বৃদ্ধি পায়৷ সেই কাৰণেই যিকোনো ক্ষেত্ৰতেই এওঁলোকে খুব সহজেই সফলতা লাভ কৰে৷ জীৱন পথত এওঁলোকে বিশেষ কোনো বাধাৰ সন্মুখীন নহয়৷ কেতুৰ কৃপাত এওঁলোকৰ কেতিয়াও অৰ্থৰ অভাৱ নহয়৷ সৌভাগ্য প্ৰায় সকলো সময়তে এওঁলোকৰ লগত থাকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহেকীয়াত চেনিটেৰী পেড ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, পৰিব পাৰে বিপদত!
জীৱনশৈলী

মাহেকীয়াত চেনিটেৰী পেড ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, পৰিব পাৰে বিপদত!

July 6, 2026
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!
জীৱনশৈলী

দুখ-দৰিদ্ৰতা আঁতৰিব, মাত্ৰ সোমবাৰে এইদৰে কৰক শিৱৰ পূজা!

July 6, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ সলনি হ’ব ভাগ্য!

July 5, 2026
হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?
জীৱনশৈলী

হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

July 5, 2026
Next Post
আমাক মিঠাতেল নালাগে, মাটি আছে সৰিয়হ খেতি কৰি মিঠাতেল ওলিয়াই লম, আমাক জুবিন দাৰ ন্যায় লাগে, জুবিন ক্ষেত্ৰত উপস্থিত জনতাৰ স্পষ্ট মত

আমাক মিঠাতেল নালাগে, মাটি আছে সৰিয়হ খেতি কৰি মিঠাতেল ওলিয়াই লম, আমাক জুবিন দাৰ ন্যায় লাগে, জুবিন ক্ষেত্ৰত উপস্থিত জনতাৰ স্পষ্ট মত

দীপাৱলিৰ পূৰ্বেই ৰাজযোগ, ২৪ ঘণ্টাৰ ভিতৰত সলনি হ’ব ভাগ্য

দীপাৱলিৰ পূৰ্বেই ৰাজযোগ, ২৪ ঘণ্টাৰ ভিতৰত সলনি হ’ব ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.