• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দীপাৱলিৰ পৰা বক্ৰী হৈছে শনি, পোহৰৰ উৎসৱৰ পৰাই উজলি উঠিব ৩ ৰাশিৰ ভাগ্য

দীপাৱলিৰ পৰা বক্ৰী হৈছে শনি, পোহৰৰ উৎসৱৰ পৰাই উজলি উঠিব ৩ ৰাশিৰ ভাগ্য

11 months ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

8 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

9 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

9 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

10 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

10 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

10 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

11 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

12 hours ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

13 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

14 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

15 hours ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দীপাৱলিৰ পৰা বক্ৰী হৈছে শনি, পোহৰৰ উৎসৱৰ পৰাই উজলি উঠিব ৩ ৰাশিৰ ভাগ্য

দীপাৱলিৰ পৰা বক্ৰী হৈছে শনি, পোহৰৰ উৎসৱৰ পৰাই উজলি উঠিব ৩ ৰাশিৰ ভাগ্য

editor by editor
October 21, 2025
in জীৱনশৈলী
0
দীপাৱলিৰ পৰা বক্ৰী হৈছে শনি, পোহৰৰ উৎসৱৰ পৰাই উজলি উঠিব ৩ ৰাশিৰ ভাগ্য
0
SHARES
4.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষ অনুসৰি শনিৰ চলন আৰু অৱস্থান বিভিন্ন ৰাশিৰ জাতকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ৷ নৱগ্ৰহৰ মাজত শনি হৈছে সকলোতকৈ প্ৰভাৱশালী গ্ৰহ৷ কৰ্মফলৰ দেৱতা শনি সকলো ৰাশিৰ জাতকৰ জীৱনত উল্লেখযোগ্য প্ৰভাৱ বিস্তাৰ কৰিছে৷ ২০ অক্টোবৰত পালিত হৈছে দীপাৱলি৷ সেই দিনতেই বক্ৰী হৈছে শনি, অৰ্থাৎ শনিৰ বিপৰীতমুখী চলন আৰম্ভ হৈছে কালিৰে পৰা৷

জ্যোতিষ গণনাই কৈছে শনিৰ বক্ৰী চলন একাধিক ৰাশিৰ জাতকৰ বাবে অত্যন্ত উল্লেখযোগ্য হ’ব৷ শনিৰ বক্ৰী চলন তিনি ৰাশিৰ জাতকৰ জীৱনলৈ আশীৰ্বাদ হৈ আহিছে৷ হঠাৎ অৰ্থলাভ কৰিব৷ দীপাৱলিত উন্নতিৰ নতুন সুযোগ পাব৷ জানি থওক এই তালিকাত কোন কোন ৰাশি আছে? শনিৰ বক্ৰী চলনৰ প্ৰভাৱত দুৰ্দান্ত লাভ কৰিব মিথুন ৰাশিৰ জাতকে৷ বৰ্তমান মিথুন ৰাশিৰ দশম ঘৰত অৱস্থান কৰিছে শনিয়ে৷ শনিৰ ওলোটা পথত যাত্ৰা কৰাত কেৰিয়াৰত বৃহৎ উন্নতি হ’ব এই ৰাশিৰ জাতকৰ৷ অফিচত নতুন কামৰ দায়িত্ব পাব৷ পদোন্নতি হব পাৰে৷ পছন্দৰ স্থানত চাকৰিও পাব পাৰে৷ ব্যৱসায়ত উন্নতি হোৱাৰ যোগ আছে৷

কৰ্কট ৰাশি

বক্ৰী শনিৰ প্ৰভাৱত দীপাৱলিৰ পৰা নানান দিশৰ পৰা উন্নতি হ’ব কৰ্কট ৰাশিৰ৷ এই সময়ত আপুনি যি কামত হাত দিব তাতেই সাফল্য পাব৷ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷ নতুন ঘৰ, মাটি বা বাহন ক্ৰয়ৰ দীৰ্ঘদিনৰ ইচ্ছা পূৰণ হ’ব৷ কোনো ধৰ্মীয় অনুষ্ঠানত যোগ দিব পাৰে৷ ব্যৱসায়ীয়ে লাভজনক চুক্তি সাক্ষৰ কৰিব পাৰে৷ দৰমহা বাঢ়িব পাৰে৷ বিদেশৰ পৰা অৰ্থপ্ৰাপ্তিৰ যোগ আছে৷

মকৰ ৰাশি

মকৰ ৰাশিৰ অধিপতি গ্ৰহ মকৰ৷ মকৰ ৰাশিৰ তৃতীয় ঘৰত বক্ৰী শনিৰ গোচৰ বিশেষভাৱে লাভজনক হ’ব এই ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত আপুনি নিজৰ পৰিশ্ৰমৰ সম্পূৰ্ণ সুফল পাব৷ কেৰিয়াৰত ডাঙৰ উন্নতি হোৱাৰ যোগ আছে৷ যিসকলে চৰকাৰী চাকৰিৰ বাবে চেষ্টা চলাইছে তেওঁলোকে সাফল্য পাব পাৰে৷ বিদেশৰ পৰা লাভ হ’ব মকৰ ৰাশিৰ৷ পৰিয়ালৰ সমৰ্থন আপোনাৰ সৈতে থাকিব৷ নতুন গাড়ী কিনিব পাৰে৷ আত্মবিশ্বাস বাঢ়িব মকৰ ৰাশিৰ জাতকৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

September 6, 2026
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ
জীৱনশৈলী

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

September 5, 2026
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন
জীৱনশৈলী

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

September 5, 2026
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ
জীৱনশৈলী

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

September 5, 2026
Next Post
শতভিষা নক্ষত্ৰত প্ৰৱেশ কৰিব ৰাহুৱে! ৩ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ, বাঢ়িব ধন সুখ

শতভিষা নক্ষত্ৰত প্ৰৱেশ কৰিব ৰাহুৱে! ৩ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ, বাঢ়িব ধন সুখ

নৱেম্বৰত উপচি পৰিব সম্পদ, সমৃদ্ধি, সুখৰ সময় কটাব এই ৩ ৰাশিৰ জাতকে

নৱেম্বৰত উপচি পৰিব সম্পদ, সমৃদ্ধি, সুখৰ সময় কটাব এই ৩ ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.