• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১ কোটি চাকৰি, বিনামূলীয়া বিদ্যুৎ, ১ কোটি লাখপতি দিদি, মহিলা মিছন কোটিপতি… বিহাৰ ইস্তাহাৰত কি কি ঘোষণা কৰিলে NDAই?

১ কোটি চাকৰি, বিনামূলীয়া বিদ্যুৎ, ১ কোটি লাখপতি দিদি, মহিলা মিছন কোটিপতি… বিহাৰ ইস্তাহাৰত কি কি ঘোষণা কৰিলে NDAই?

6 months ago
ভাল সুযোগ দিছে এই চৰকাৰী প্ৰকল্পই! প্ৰতি মাহে ২০০০, ৩০০০ অথৱা ৫০০০ টকা জমা কৰিলে ৫ বছৰত কিমান ধন ৰিটাৰ্ণ পাব?

ভাল সুযোগ দিছে এই চৰকাৰী প্ৰকল্পই! প্ৰতি মাহে ২০০০, ৩০০০ অথৱা ৫০০০ টকা জমা কৰিলে ৫ বছৰত কিমান ধন ৰিটাৰ্ণ পাব?

1 hour ago
পঞ্জাৱ নেচনেল বেংকত ৩ বছৰৰ এফ ডিত ১,০০,০০০ টকা জমা কৰিলে কিমান সুদ পাব? জানক সবিশেষ

পঞ্জাৱ নেচনেল বেংকত ৩ বছৰৰ এফ ডিত ১,০০,০০০ টকা জমা কৰিলে কিমান সুদ পাব? জানক সবিশেষ

3 hours ago
কাইলৈৰ ৰাশিফলঃ শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে সুসময়, ভাগ্য চমকিব ৪ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে সুসময়, ভাগ্য চমকিব ৪ৰাশিৰ

3 hours ago
মোৰ অলৌকিক ক্ষমতা আছে… মহিলাক ল’জৰ কোঠালৈ নি ধৰ্মগুৰুৱে কৰিলে এই কাম, মুখ খুলিলেই শেষ কৰাৰ ভাবুকি, অৱশেষত ভণ্ড ধৰ্মগুৰুক কি কৰিলে মহিলাই?

মোৰ অলৌকিক ক্ষমতা আছে… মহিলাক ল’জৰ কোঠালৈ নি ধৰ্মগুৰুৱে কৰিলে এই কাম, মুখ খুলিলেই শেষ কৰাৰ ভাবুকি, অৱশেষত ভণ্ড ধৰ্মগুৰুক কি কৰিলে মহিলাই?

4 hours ago
সকলোতকৈ খঙাল, আগ্নেয়গিৰিৰ দৰে বিস্ফোৰিত হয় খং, জ্যোতিষমতে আটাইতকৈ খঙাল ৩ৰাশি কি কি?

সকলোতকৈ খঙাল, আগ্নেয়গিৰিৰ দৰে বিস্ফোৰিত হয় খং, জ্যোতিষমতে আটাইতকৈ খঙাল ৩ৰাশি কি কি?

4 hours ago
পুৰুষৰ বগা স্ৰাৱ কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি? জানক কি কি লক্ষণ দেখিলে সতৰ্ক হোৱা জৰুৰী?

পুৰুষৰ বগা স্ৰাৱ কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি? জানক কি কি লক্ষণ দেখিলে সতৰ্ক হোৱা জৰুৰী?

5 hours ago
অনলাইন জুৱাৰ নিচা, টকাৰ বাবেই দিল্লীৰ মেধাৱী যুৱতীৰ সৈতে কৰিলে ভাৱিব নোৱৰা ঘটনা, জীৱন শেষ কৰাতেই শান্ত নাথাকি কৰিলে এই ঘৃণনীয় কাম

অনলাইন জুৱাৰ নিচা, টকাৰ বাবেই দিল্লীৰ মেধাৱী যুৱতীৰ সৈতে কৰিলে ভাৱিব নোৱৰা ঘটনা, জীৱন শেষ কৰাতেই শান্ত নাথাকি কৰিলে এই ঘৃণনীয় কাম

6 hours ago
আপোনাৰ বগা জোতা দাগৰ বাবেই পিন্ধিব নোৱৰা হৈছে? এইকেইটা টিপছ ব্যৱহাৰ কৰক, মিনিটতে বগা হৈ পৰিব আপোনাৰ জোতা

আপোনাৰ বগা জোতা দাগৰ বাবেই পিন্ধিব নোৱৰা হৈছে? এইকেইটা টিপছ ব্যৱহাৰ কৰক, মিনিটতে বগা হৈ পৰিব আপোনাৰ জোতা

7 hours ago
চন্দ্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনলৈ আহিব শান্তি, সাফল্য, নিশাৰ ভিতৰত কোটিপতি হ’ব কোন কোন?

চন্দ্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনলৈ আহিব শান্তি, সাফল্য, নিশাৰ ভিতৰত কোটিপতি হ’ব কোন কোন?

7 hours ago
১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

8 hours ago
বছৰত ৮০,০০০ টকা জমা কৰি পাব পাৰে ২২লাখ টকা! জানি থওক কি এই স্কিম?

বছৰত ৮০,০০০ টকা জমা কৰি পাব পাৰে ২২লাখ টকা! জানি থওক কি এই স্কিম?

8 hours ago
১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪ মে’ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪ মে’ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

১ কোটি চাকৰি, বিনামূলীয়া বিদ্যুৎ, ১ কোটি লাখপতি দিদি, মহিলা মিছন কোটিপতি… বিহাৰ ইস্তাহাৰত কি কি ঘোষণা কৰিলে NDAই?

১ কোটি চাকৰি, বিনামূলীয়া বিদ্যুৎ, ১ কোটি লাখপতি দিদি, মহিলা মিছন কোটিপতি... বিহাৰ ইস্তাহাৰত কি কি ঘোষণা কৰিলে NDAই?

editor by editor
October 31, 2025
in ভাৰত, ৰাজনীতি
0
১ কোটি চাকৰি, বিনামূলীয়া বিদ্যুৎ, ১ কোটি লাখপতি দিদি, মহিলা মিছন কোটিপতি… বিহাৰ ইস্তাহাৰত কি কি ঘোষণা কৰিলে NDAই?
0
SHARES
144
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

NDA চৰকাৰ গঠন কৰিলে এক কোটি যুৱক-যুৱতীক চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছে৷ সংবাদমেল সম্বোধনত উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপিৰ জাতীয় সভাপতি জে পি নাড্ডা, মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, কেন্দ্ৰীয় মন্ত্ৰী আৰু এইচ এম এৰ পৃষ্ঠপোষক জিতেন ৰাম মাঝি, কেন্দ্ৰীয় মন্ত্ৰী আৰু এল জে পি প্ৰধান চিৰাগ পাছোৱান, আৰ এল এম প্ৰধান উপেন্দ্ৰ কুশৱাহা, ধৰ্মেন্দ্ৰ প্ৰধান, সম্ৰাট চৌধুৰী, দিলীপ জয়ছোৱাল, সঞ্জয় ঝা আৰু লালন সিং৷

এন ডি এৰ যৌথ সংকল্প পত্ন প্ৰকাশৰ পূৰ্বে বিজেপি নেতা জে পি এছ ৰাঠোৰে কৈছিল, ‘ই বিহাৰৰ উন্নয়নৰ বাবে এখন ইস্তাহাৰ, যাৰ মাধ্যমেৰে বিহাৰৰ উন্নয়নৰ গল্প লিখা হব৷ আমাৰ এন ডি এ চৰকাৰে সমস্ত প্ৰতিশ্ৰুতি পূৰণৰ নিশ্চয়তা দিব৷ প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই গেৰেণ্টি দিব আৰু প্ৰতিশ্ৰুতি পূৰণ কৰিব৷ মহাজোটে চৰকাৰ গঠন কৰিব নোৱাৰে বা কোনো প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰে৷ সেয়া জনগন আৰু তেওঁলোক নিজেও জানে৷ ৰাহুল গান্ধী এজন অপৰিণত নেতা৷’

ঘোষণা পত্ৰৰ মূল প্ৰতিশ্ৰুতিসমূহ

কৰ্মসংস্থান দক্ষতাঃ

১ কোটি চৰকাৰী চাকৰি৷

প্ৰতিখন জিলাত দক্ষতা গণনা, মেগা দক্ষতা কেন্দ্ৰ৷

১ কোটি লাখপতি দিদি, মহিলা মিছন কোটিপতি৷

পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ১০ লাখ টকাৰ সহায়তা৷

কৃষিক্ষেত্ৰত বিভিন্ন প্ৰকল্প

কাৰ্পুৰি ঠাকুৰ কিষাণ সন্মান নিধি বছৰি ৯০০০ টকা৷

কৃষি খাতত ১ লাখ কোটি টকা বিনিয়োগ৷

পঞ্চায়ত স্তৰত এম এছ পি ক্ৰয়৷

মৎস্য, গাখীৰ মিছন, ৫ টা মেগা ফুড পাৰ্ক৷

অৱকাঠামোগত ক্ষেত্ৰত বিশেষ কাম কৰা হ’ব

৭ টা এক্সপ্ৰেছৱে, ৩৬০০ কিঃমিঃ ৰে’ল আধুনিকীকৰণ৷

৪খন চহৰত মেট্ৰো, নিউ পাটনা গ্ৰিনফিল্ড৷

১০ খন নতুন চহৰৰ পৰা আভ্যন্তৰীণ বিমান চলাচল৷

শিল্প আৰু বিনিয়োগৰ বিশেষত্ব কি?

১ লাখ কোটি টকা বিহাৰ শিল্প উন্নয়ন মিছন৷

১০ টা নতুন শিল্প পাৰ্ক, ৫০ লাখ কোটি টকা বিনিয়োগ৷

গ্লোবেল বেক এণ্ড হাব, প্ৰতিৰক্ষা কৰিডৰ৷

শিক্ষা আৰু স্বাস্থ্যৰ ওপৰত বিশেষ মনোযোগ

কে জি পৰা পি জি পৰ্যন্ত বিনামূলীয়া শিক্ষা, দুপৰীয়া খাদ্যৰ সৈতে নাস্তা৷

প্ৰতিখন জিলাত মেডিকেল কলেজ, মেডিচিটি৷

প্ৰতিজন নাগৰিকৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা প্ৰশিক্ষণ, এডুকেছন চিটি৷

বিনামূলীয়া বিদ্যুৎ আৰু স্থায়ী ঘৰ

১২৫ ইউনিট বিনামূলীয়া বিদ্যুৎ, ৫লাখ টকালৈকে বিনামূলীয়া চিকিৎসা৷

৫০ লাখ স্থায়ী ঘৰ, বানমুক্ত বিহাৰ৷

ফিল্ম চিটি, শাৰদা সিনহা কলা বিশ্ববিদ্যালয়৷

১ লাখ গ্ৰীণ হোমষ্টে,  মাখানা-মৎস্য ৰপ্তানি হাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাল সুযোগ দিছে এই চৰকাৰী প্ৰকল্পই! প্ৰতি মাহে ২০০০, ৩০০০ অথৱা ৫০০০ টকা জমা কৰিলে ৫ বছৰত কিমান ধন ৰিটাৰ্ণ পাব?
জীৱনশৈলী

ভাল সুযোগ দিছে এই চৰকাৰী প্ৰকল্পই! প্ৰতি মাহে ২০০০, ৩০০০ অথৱা ৫০০০ টকা জমা কৰিলে ৫ বছৰত কিমান ধন ৰিটাৰ্ণ পাব?

April 23, 2026
পঞ্জাৱ নেচনেল বেংকত ৩ বছৰৰ এফ ডিত ১,০০,০০০ টকা জমা কৰিলে কিমান সুদ পাব? জানক সবিশেষ
জীৱনশৈলী

পঞ্জাৱ নেচনেল বেংকত ৩ বছৰৰ এফ ডিত ১,০০,০০০ টকা জমা কৰিলে কিমান সুদ পাব? জানক সবিশেষ

April 23, 2026
কাইলৈৰ ৰাশিফলঃ শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে সুসময়, ভাগ্য চমকিব ৪ৰাশিৰ
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে সুসময়, ভাগ্য চমকিব ৪ৰাশিৰ

April 23, 2026
পুৰুষৰ বগা স্ৰাৱ কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি? জানক কি কি লক্ষণ দেখিলে সতৰ্ক হোৱা জৰুৰী?
জীৱনশৈলী

পুৰুষৰ বগা স্ৰাৱ কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি? জানক কি কি লক্ষণ দেখিলে সতৰ্ক হোৱা জৰুৰী?

April 23, 2026
Next Post
এইকেইটা ৰাশিৰ জাতক ভগৱান বিষ্ণুৰ ভীষণ প্ৰিয়, সকলো সময়তে থাকে বিষ্ণুৰ আশীৰ্বাদ

এইকেইটা ৰাশিৰ জাতক ভগৱান বিষ্ণুৰ ভীষণ প্ৰিয়, সকলো সময়তে থাকে বিষ্ণুৰ আশীৰ্বাদ

আজিৰ পৰা শুক্ৰ-শনিৰ ষড়ষ্টক যোগ, ২০২৬ চন আৰম্ভ হোৱাৰ পূৰ্বেই উন্নতিৰ গ্ৰাফে আকাশ চুব ৪ৰাশিৰ

আজিৰ পৰা শুক্ৰ-শনিৰ ষড়ষ্টক যোগ, ২০২৬ চন আৰম্ভ হোৱাৰ পূৰ্বেই উন্নতিৰ গ্ৰাফে আকাশ চুব ৪ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.