• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰ পৰা শুক্ৰ-শনিৰ ষড়ষ্টক যোগ, ২০২৬ চন আৰম্ভ হোৱাৰ পূৰ্বেই উন্নতিৰ গ্ৰাফে আকাশ চুব ৪ৰাশিৰ

আজিৰ পৰা শুক্ৰ-শনিৰ ষড়ষ্টক যোগ, ২০২৬ চন আৰম্ভ হোৱাৰ পূৰ্বেই উন্নতিৰ গ্ৰাফে আকাশ চুব ৪ৰাশিৰ

10 months ago
আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

4 hours ago
সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

5 hours ago
বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

6 hours ago
যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

7 hours ago
KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

7 hours ago
মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

8 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

শীঘ্ৰে সলনি হ’ব ৩ ৰাশিৰ জীৱন, আছে ৰাজযোগৰ সম্ভাৱনা!

9 hours ago
পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

9 hours ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মাইগ্ৰেণ এটেকে শেষ কৰিব পাৰে জীৱন! আওকাণ নকৰিব এইবোৰ লক্ষণ

10 hours ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

অন্তিম তাৰিখৰ পূৰ্বে কৰক আধাৰ কাৰ্ডৰ এই কাম, UIDAI এ দিলে আপডেট

11 hours ago
পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

11 hours ago
৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজিৰ পৰা শুক্ৰ-শনিৰ ষড়ষ্টক যোগ, ২০২৬ চন আৰম্ভ হোৱাৰ পূৰ্বেই উন্নতিৰ গ্ৰাফে আকাশ চুব ৪ৰাশিৰ

আজিৰ পৰা শুক্ৰ-শনিৰ ষড়ষ্টক যোগ, ২০২৬ চন আৰম্ভ হোৱাৰ পূৰ্বেই উন্নতিৰ গ্ৰাফে আকাশ চুব ৪ৰাশিৰ

editor by editor
November 3, 2025
in জীৱনশৈলী
0
আজিৰ পৰা শুক্ৰ-শনিৰ ষড়ষ্টক যোগ, ২০২৬ চন আৰম্ভ হোৱাৰ পূৰ্বেই উন্নতিৰ গ্ৰাফে আকাশ চুব ৪ৰাশিৰ
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ গণনা অনুসৰি আজি ৩ নৱেম্বৰ ২০২৫ সোমবৰাৰ পৰা এক বিশেষ যোগ গঠিত হৈছে৷ শুক্ৰ আৰু শনিৰ মিলনত আজিৰ পৰাই গঠিত হব ষড়ষ্টক দৃষ্টি যোগ৷ ইয়াক এটা অত্যন্ত বিৰল আৰু প্ৰভাৱশালী যোগ বুলিও জনাইছে জ্যোতিষবিদে৷ এই যোগৰ প্ৰভাৱত বিভিন্ন ৰাশিৰ জাতকৰ জীৱনলৈ নানান ক্ষেত্ৰত উল্লেখযোগ্য পৰিবৰ্তন আহিব৷ শুক্ৰ আৰু শনি পৰস্পৰৰ পৰা ১৫০ ডিগ্ৰী কোণত অৱস্থান কৰিলে এই যোগ গঠিত হয়৷ জ্যোতিষ গণনাই কৈছে এই যোগৰ প্ৰভাৱত চাৰি ৰাশিৰ জাতক বিশেষভাৱে লাভৱান হব৷ জানি থওক ষড়ষ্টক যোগত নতুন বছৰ আৰম্ভ হোৱাৰ পূৰ্বেই বিপুল লাভ হ’ব কাৰ কাৰ?

বৃষ ৰাশিত ষড়ষ্টক যোগৰ প্ৰভাৱ

শুক্ৰ আৰু শনিৰ প্ৰভাৱত গঠিত ষড়ষ্টক যোগ অত্যন্ত শুভ ফল কঢ়িয়াই আনিব আপৰে বৃষ ৰাশিৰ জাতকৰ বাবে৷ ষড়ষ্টক যোগৰ শুভ প্ৰভাৱত ২০২৫ চনৰ শেষত সকলো দিশৰ পৰাই সৌভাগ্য  লাভ কৰিব৷ আদালতত কোনো গোচৰ চলিলে তাত জয়লাভ কৰিব আপুনি৷ আৰ্থিক পৰিস্থিতি পূৰ্বতকৈ বহু শক্তিশালী হব৷ সন্তানৰ দিশৰ পৰা শুভ খবৰ পাব পাৰে৷ কেৰিয়াৰত ডাঙৰ সাফল্য লাভ কৰাৰ যোগ আছে৷

কন্যা ৰাশিত ষড়ষ্টক যোগৰ প্ৰভাৱ

২০২৫ শেষ হোৱাৰ পূৰ্বে ষড়ষ্টক যোগৰ শুভ প্ৰভাৱ বৰ্তি থাকিব কন্যা ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত আপোনাৰ ঘৰত সুখৰ পৰিবেশ বৰ্তি থাকিব৷ সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব৷ ব্যৱসায়ত লাভ বাঢ়িব৷ এক কথাত ক’বলৈ গলে জীৱনত সকলো ক্ষেত্ৰতেই প্ৰচুৰ সাফল্য লাভ কৰিব কন্যা ৰাশিৰ জাতকে৷

বৃশ্চিক ৰাশিত ষড়ষ্টক যোগৰ প্রভাৱ

শুক্ৰ আৰু শনিৰ দ্বাৰা গঠিত ষড়ষ্টক যোগৰ প্ৰভাৱত সন্মুখৰ বছৰত ডাঙৰ সাফল্য পাব পাৰে বৃশ্চিক ৰাশিৰ জাতকে৷ আপোনাৰ কামৰ পথত সকলো বাধা দূৰ হব৷ আৰ্থিক লাভ কৰিব বৃশ্চিক ৰাশিৰ জীৱনত৷ আপোনাৰ সম্পদ বৃদ্ধি পাব পাৰে৷ ধৰ্মীয় কামৰ প্ৰতিও আশংকা বাঢ়িব বৃশ্চিক ৰাশিৰ জাতকৰ৷ ঘৰত কোনো শুভ অনুষ্ঠান হব পাৰে৷ এক কথাত এই সময়ত নানান সুখ প্ৰাপ্ত হ’ব৷

মকৰ ৰাশিত ষড়ষ্টক যোগৰ প্রভাৱ

জ্যোতিষ গণনাই কৈছে ষড়ষ্টক যোগ লাভজনক হ’ব মকৰ ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত আপোনাৰ সামাজিক প্ৰতিপত্তি আৰু জনপ্ৰিয়তা বাঢ়িব৷ পৰিয়ালত সুখ, শান্তি আৰু সমৃদ্ধি বিৰাজ কৰিব৷ নতুন কোনো সূত্ৰৰ পৰা অতিৰিক্ত উপাৰ্জন কৰিব পাৰে মকৰ ৰাশিৰ জাতকে৷ প্ৰেমৰ সম্পৰ্কত মাধুৰ্য বাঢ়িব৷ পাৰিবাৰিক আৰু ব্যক্তিগত সম্পৰ্কসমূহ উন্নত হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ
জীৱনশৈলী

বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

August 22, 2026
মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!
জীৱনশৈলী

মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

August 22, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

শীঘ্ৰে সলনি হ’ব ৩ ৰাশিৰ জীৱন, আছে ৰাজযোগৰ সম্ভাৱনা!

August 22, 2026
পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য
জীৱনশৈলী

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

August 22, 2026
Next Post
মালাইকাৰ নতুন প্ৰেমিক হীৰা ব্যৱসায়ী! ৩৩ বছৰীয়া এই যুৱক প্ৰকৃততে কোন?

মালাইকাৰ নতুন প্ৰেমিক হীৰা ব্যৱসায়ী! ৩৩ বছৰীয়া এই যুৱক প্ৰকৃততে কোন?

শুক্ৰৰ গোচৰত লক্ষ্মীলাভ, নৱেম্বৰত ৩ ৰাশিৰ হাতলৈ আহিব অফুৰন্ত বৈভৱ

শুক্ৰৰ গোচৰত লক্ষ্মীলাভ, নৱেম্বৰত ৩ ৰাশিৰ হাতলৈ আহিব অফুৰন্ত বৈভৱ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.