• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মালাইকাৰ নতুন প্ৰেমিক হীৰা ব্যৱসায়ী! ৩৩ বছৰীয়া এই যুৱক প্ৰকৃততে কোন?

মালাইকাৰ নতুন প্ৰেমিক হীৰা ব্যৱসায়ী! ৩৩ বছৰীয়া এই যুৱক প্ৰকৃততে কোন?

11 months ago
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

10 minutes ago
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

56 minutes ago
‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

2 hours ago
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

3 hours ago
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

3 hours ago
‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

4 hours ago
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

5 hours ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

5 hours ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

6 hours ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

6 hours ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

9 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মালাইকাৰ নতুন প্ৰেমিক হীৰা ব্যৱসায়ী! ৩৩ বছৰীয়া এই যুৱক প্ৰকৃততে কোন?

মালাইকাৰ নতুন প্ৰেমিক হীৰা ব্যৱসায়ী! ৩৩ বছৰীয়া এই যুৱক প্ৰকৃততে কোন?

editor by editor
November 3, 2025
in জীৱনশৈলী
0
মালাইকাৰ নতুন প্ৰেমিক হীৰা ব্যৱসায়ী! ৩৩ বছৰীয়া এই যুৱক প্ৰকৃততে কোন?
0
SHARES
895
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মালাইকা আৰোৰাৰ জীৱনলৈ আহিছে নতুন পুৰুষ? এনৰিক ইগলেছিয়াছৰ অনুষ্ঠানৰ পৰাই এই চৰ্চা আৰম্ভ হৈছে অনুৰাগীৰ মাজত৷ অনুষ্ঠানৰ কিছু ভিডিঅ’ সামাজিক মাধ্যমক বিয়পি পৰিছে৷ দেখা গৈছে মালাইকা গানৰ তালে তালে নাচিছে৷ তেওঁৰ কাষতেই ঠিয় হৈ আছে এজন অচিনাকি পুৰুষ৷ অৱশেষত জনা গৈছে এই ৰহস্যময় পুৰুষ কোন? পিন্ধি আছে বগা ছাৰ্ট আৰু ডেনিম পেণ্ট৷ যুৱকৰ বয়স ৩০ ৰ ঘৰত বুলি অনুমান কৰিছে নেটনাগৰিকে৷

মালাইকাৰ চকুত চকু থৈ কথাও পাতিছে যুৱকজনে৷ তাৰপিছতেই নেটনাগৰিকে প্ৰশ্ন তুলিছে কোন এই সুপুৰুষ? বহুতেই আকৌ দাবী কৰিছে, মালাইকাই সুন্দৰ পুৰুষ পছন্দ কৰে৷ সামাজিকমাধ্যমত এই পুৰুষৰ পৰিচয়ক লৈ নানান বক্তব্য বিয়পি পৰিছে৷ বহুকেইজন ইনষ্টাগ্ৰাম ইনফ্লুয়েন্সাৰৰ দাবী, ৩৩ বছৰীয়া এই যুৱকৰ নাম হৰ্ষ মেহতা৷ তেওঁ বেলজিয়ামৰ হীৰাৰ ব্যৱসায়ী৷ বিগত কেইবামাহ ধৰি সম্পৰ্কত আছে মালাইকা আৰু হৰ্ষ৷

২০২৪ চনত অৰ্জূন কাপুৰৰ সৈতে বিচ্ছেদ হয় মালাইকাৰ৷ তাৰপিছৰে পৰা মালাইকাই নিজকে চিংগল বুলিয়েই কৈ আহিছে৷ কিন্তু হৰ্ষক কাষত দেখাৰ পাছতেই বহুতেই কৈছে মালাইকা এতিয়া চিংগল নহয়৷ বিগত বৰ্ষৰ পৰাই হৰ্ষৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্কত আছে মালাইকা৷ তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠা অৱশ্যে বেছি দিন হোৱা নাই৷ অৱশ্যে মালাইকাই নিজে এতিয়াও এই সম্পৰ্কক লৈ মুখ খোলা নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা
বিশ্ব

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

September 14, 2026
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক
জীৱনশৈলী

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

September 14, 2026
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?
জীৱনশৈলী

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

September 14, 2026
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়
জীৱনশৈলী

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

September 14, 2026
Next Post
শুক্ৰৰ গোচৰত লক্ষ্মীলাভ, নৱেম্বৰত ৩ ৰাশিৰ হাতলৈ আহিব অফুৰন্ত বৈভৱ

শুক্ৰৰ গোচৰত লক্ষ্মীলাভ, নৱেম্বৰত ৩ ৰাশিৰ হাতলৈ আহিব অফুৰন্ত বৈভৱ

৫ বছৰতেই জমা কৰিব পাৰিব ১৭ লাখ টকা, লাখপতি এই স্কিমত মাহিলী কিমান বিনিয়োগ কৰিব?

৫ বছৰতেই জমা কৰিব পাৰিব ১৭ লাখ টকা, লাখপতি এই স্কিমত মাহিলী কিমান বিনিয়োগ কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.