• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫ বছৰতেই জমা কৰিব পাৰিব ১৭ লাখ টকা, লাখপতি এই স্কিমত মাহিলী কিমান বিনিয়োগ কৰিব?

৫ বছৰতেই জমা কৰিব পাৰিব ১৭ লাখ টকা, লাখপতি এই স্কিমত মাহিলী কিমান বিনিয়োগ কৰিব?

11 months ago
নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

19 minutes ago
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

44 minutes ago
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

2 hours ago
‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

2 hours ago
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

3 hours ago
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

4 hours ago
‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

4 hours ago
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

5 hours ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

6 hours ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

6 hours ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

7 hours ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৫ বছৰতেই জমা কৰিব পাৰিব ১৭ লাখ টকা, লাখপতি এই স্কিমত মাহিলী কিমান বিনিয়োগ কৰিব?

৫ বছৰতেই জমা কৰিব পাৰিব ১৭ লাখ টকা, লাখপতি এই স্কিমত মাহিলী কিমান বিনিয়োগ কৰিব?

editor by editor
November 3, 2025
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত, লেখা
0
৫ বছৰতেই জমা কৰিব পাৰিব ১৭ লাখ টকা, লাখপতি এই স্কিমত মাহিলী কিমান বিনিয়োগ কৰিব?
0
SHARES
372
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিকালি বহু বিনিয়োগৰ বিকল্প পোৱা যায়৷ কিন্তু ইয়াৰ মাজত পোষ্ট অফিচৰ স্কিমসমূহক সকলোতকৈ নিৰাপদ আৰু নিৰ্ভৰযোগ্য বুলি ধাৰণা কৰা হয়৷ এই স্কিমসমূহ চৰকাৰ কৰ্তৃক গেৰাণ্টিযুক্ত৷ এক চমৎকাৰ পোষ্ট অফিচ স্কিম হৈছে ৰেকাৰিং ডিপজিট স্কিম৷ য’ত আপুনি প্ৰতিমাহে নিয়মিতভাৱে অলপ পৰিমাণে জমা কৰি ডাঙৰ ফাণ্ড তৈয়াৰ কৰিব পাৰে৷ সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে এই স্কিমত বিনিয়োগ কৰিলে আপুনি মাত্ৰ পাঁচ বছৰৰ ভিতৰতেই লাখপতি হব পাৰে৷

পোষ্ট অফিচ ৰেকাৰিং ডিপোজিট স্কিম হৈছে এনে এক স্কিমত য’ত আপুনি প্ৰতিমাহে এক নিৰ্দিষ্ট পৰিমাণে বিনিয়োগ কৰিব আৰু ৫ বছৰ পাছত আপুনি নিৰ্দিষ্ট সুদৰ হাৰসহ বিশাল পৰিমাণে অৰ্থ পাব পাৰে৷ বৰ্তমান পোষ্ট অফিচৰ এই স্কিমত প্ৰায় ৬.৭ শতাংশ বাৰ্ষিক সুদৰ হাৰ দিছে যি প্ৰতিমাহে চক্ৰবৃদ্ধি মাহিলী সুদৰ আকাৰত যোগ কৰা হয়৷

যদি এজন ব্যক্তিয়ে প্ৰতিমাহে ২৫,০০০ টকা জমা কৰে তেতিয়া ৫ বছৰ অৰ্থাৎ ৬০ মাহত তেওঁ মুঠ ১৫ লাখ জমা কৰিব৷ যাৰ ওপৰত তেওঁ প্ৰায় ২.৮৪ লাখ সুদ পাব৷ অৰ্থাৎ ম্যাদপূৰ্তিত তেওঁ মুঠ ১৭,৮৪,১৪৮ টকা উভতাই পাব৷ এটা এটা সম্পূৰ্ণ নিৰাপদ আৰু চৰকাৰী গেৰেণ্টিযুক্ত বিনিয়োগ স্কিম, য’ত আপুনি বজাৰৰ ওঠানমাৰ কোনো আশংকা বহন কৰিব নালাগে৷

কোনে একাউণ্ট খুলিব পাৰে?

যিকোনো ভাৰতীয় নাগৰিকে পোষ্ট অফিচ RD স্কিমৰ অধীনত একাউণ্ট খুলিব পাৰে৷ আপুনি এই একাউণ্টটো একক একাউণ্ট, যৌথ একাউণ্ট, আনকি  এজন অভিভাৱকৰ মাধ্যমেৰে নাবালকৰ নামতো খুলিব পাৰে৷ এই স্কিমৰ সকলোতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে প্ৰতিমাহে সৰ্বনিম্ন বিনিয়োগ মাত্ৰ ১০০ টকাৰ পৰা আৰম্ভ হব পাৰে৷ ইয়াৰ পাছতেই আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি যিকোনো পৰিমাণে বিনিয়োগ কৰিব পাৰে৷ সৰ্বোচ্চ কোনো সীমা নাই৷

উল্লেখ্য যদি কোনো বিনিয়োগকাৰীৰ কোনো কাৰণত মৃত্যু হয় তেতিয়া তেওঁৰ মনোনীত ব্যক্তিয়ে RD-ৰ সম্পূৰ্ণ জমা আৰু সুদ পাব৷ ইয়াৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ পোষ্ট অফিচত জমা দিব লাগিব৷ উত্তৰাধিকাৰীয়ে বিচাৰিলে RD একাউণ্টটো চলাই যাব পাৰে৷

সুদৰ হাৰ ম্যাদ কিমান?

পোষ্ট অফিচ RD ম্যাদত ৫ বছৰ৷ সুদৰ হাৰ চৰকাৰে প্ৰতি তিনিমাহত নিৰ্ধাৰণ কৰে আৰু সুদৰ হাৰ চক্ৰবৃদ্ধি হয়, যাৰ অৰ্থ সুদৰ ওপৰত সুদ আৰ্জিত হয়৷ যিয়ে ৰিটাৰ্ণ বৃদ্ধি কৰে৷

উদাহৰণস্বৰূপে-

২৫০০০ মাহিলী বিনিয়োগ- ৫ বছৰৰ পাছত ১৭, ৮৪, ১৪৮ টকা৷

১০০০০ মাহিলী বিনিয়োগ- ৫ বছৰৰ পাছত ৩,৫৬,৮৩০ টকা৷

৫০০০ টকা মাহিলী বিনিয়োগ- ৫ বছৰৰ পাছত ৩,৫৬,৮৩০টকা৷

আপুনি যিমান বেছি বিনিয়োগ কৰিব, ফাণ্ড সিমানেই বৃদ্ধি পাব৷

একাউণ্ট খোলাৰ সময়ত কি কথা মনত ৰাখিব?

প্ৰতিমাহে নিৰ্ধাৰিত তাৰিখৰ পূৰ্বে পোষ্ট অফিচ RD একাউণ্টত ফাণ্ড জমা কৰাটো বাধ্যতামূলক৷ যদি কিস্তি বিলম্বিত হয় তেতিয়া প্ৰতি ১০০ টকাত ১ টকা জৰিমনা ধাৰ্য কৰা হয়৷ ইয়াৰোপৰি জৰুৰি পৰিস্থিতিত উত্তৰাধিকাৰী যাতে সহজেই ফাণ্ড পাব পাৰে আৰু তাৰবাবে নমিনি দিবলৈ নাপাহৰিব৷ যদি আপোনাৰ কোনো কাৰণত অৰ্থৰ প্ৰয়োজন হয়, তেতিয়া আপুনি এবছৰ পাছত আৰ ডিৰ বিপৰীতে ঋণো ল’ব পাৰে৷ তিনি বছৰৰ পাছত ইয়াক বন্ধও কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ
অপৰাধ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

September 14, 2026
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?
অসম

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

September 14, 2026
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?
অসম

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

September 14, 2026
‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’
অসম

‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

September 14, 2026
Next Post
বৰ্ডে দিছে ৫১ কোটি, প্ৰথমবাৰ বিশ্বকাপ জয় কৰি কিমান টকা লাভ কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট দলে?

বৰ্ডে দিছে ৫১ কোটি, প্ৰথমবাৰ বিশ্বকাপ জয় কৰি কিমান টকা লাভ কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট দলে?

এই মাহতেই ৫ টাকৈ ৰাজযোগ, হীৰাৰ দৰে চমকিব ভাগ্য, ভাগ্যবান ৫ ৰাশি কি কি?

এই মাহতেই ৫ টাকৈ ৰাজযোগ, হীৰাৰ দৰে চমকিব ভাগ্য, ভাগ্যবান ৫ ৰাশি কি কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.