• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সীমা-ছুইটী-সৰস্বতীঃ ভোটাৰ তালিকাত ভিন্ন নাম, ছবিত ব্ৰাজিলৰ মডেল, বিজেপি দলৰ বিৰুদ্ধে ডাঙৰ অভিযোগ আনি কি প্ৰমাণ দিছে ৰাহুল গান্ধীয়ে?

সীমা-ছুইটী-সৰস্বতীঃ ভোটাৰ তালিকাত ভিন্ন নাম, ছবিত ব্ৰাজিলৰ মডেল, বিজেপি দলৰ বিৰুদ্ধে ডাঙৰ অভিযোগ আনি কি প্ৰমাণ দিছে ৰাহুল গান্ধীয়ে?

5 months ago
বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

48 seconds ago
ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

52 minutes ago
সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

2 hours ago
স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

2 hours ago
পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক

পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক

3 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

3 hours ago
বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

4 hours ago
আমাৰ পৰা আঁতৰি জুবিনৰ লগতে ভালে থাককগৈ… পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জুবিন ক্ষেত্ৰ চোৱাচিতা কৰা জ্যোষ্ণ গাৰ’ই

আমাৰ পৰা আঁতৰি জুবিনৰ লগতে ভালে থাককগৈ… পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জুবিন ক্ষেত্ৰ চোৱাচিতা কৰা জ্যোষ্ণ গাৰ’ই

5 hours ago
বিবাহিত পুৰুষ, অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত

বিবাহিত পুৰুষ, অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত

6 hours ago
চকুৰ পলকতেই শেষ হৈছিল ৫০০ সেনা, ধ্বংস প্ৰাসাদ, জাহাজ সকলো! মাত্ৰ ৩৮ মিনিট ধৰি চলিছিল বিশ্বৰ এই যুদ্ধ

চকুৰ পলকতেই শেষ হৈছিল ৫০০ সেনা, ধ্বংস প্ৰাসাদ, জাহাজ সকলো! মাত্ৰ ৩৮ মিনিট ধৰি চলিছিল বিশ্বৰ এই যুদ্ধ

7 hours ago
বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

7 hours ago
জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন

জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সীমা-ছুইটী-সৰস্বতীঃ ভোটাৰ তালিকাত ভিন্ন নাম, ছবিত ব্ৰাজিলৰ মডেল, বিজেপি দলৰ বিৰুদ্ধে ডাঙৰ অভিযোগ আনি কি প্ৰমাণ দিছে ৰাহুল গান্ধীয়ে?

সীমা-ছুইটী-সৰস্বতীঃ ভোটাৰ তালিকাত ভিন্ন নাম, ছবিত ব্ৰাজিলৰ মডেল, বিজেপি দলৰ বিৰুদ্ধে ডাঙৰ অভিযোগ আনি কি প্ৰমাণ দিছে ৰাহুল গান্ধীয়ে?

editor by editor
November 5, 2025
in জীৱনশৈলী, ৰাজনীতি
0
সীমা-ছুইটী-সৰস্বতীঃ ভোটাৰ তালিকাত ভিন্ন নাম, ছবিত ব্ৰাজিলৰ মডেল, বিজেপি দলৰ বিৰুদ্ধে ডাঙৰ অভিযোগ আনি কি প্ৰমাণ দিছে ৰাহুল গান্ধীয়ে?
0
SHARES
580
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেতিয়াবা সীমা, কেতিয়াবা ছুইটী, কেতিয়াবা আকৌ সৰস্বতী! ভোটাৰ তালিকাত ভিন্ন ভিন্ন নাম৷ সকলো নামৰ বিপৰীতে কিন্তু এগৰাকী নাৰীৰেই ছবি? কোন সেই ৰহস্যময়ী নাৰী? কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলনেতা ৰাহুল গান্ধীৰ দাবী, সেই ছবি ব্ৰাজিলৰ এগৰাকী মডেলৰ৷ দিল্লীত সাংবাদিক সন্মিলনত হাৰিয়ানা বিধানসভা নিৰ্বাচনত ভোটচুৰিৰ অভিযোগ তুলিছে ৰাহুল গান্ধীয়ে৷

২০২৪ চনত হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছক হৰুৱাই ক্ষমতালৈ আহিছে বিজেপি৷ ৰাহুলৰ অভিযোগ ভোটচুৰি কৰি সেই নিৰ্বাচনত জয়ী হৈছে পদ্মশিৱিৰ৷ কেৱল অভিযোগ তোলাই নহয় উদাহৰণো দাঙি ধৰিছে ৰাহুলে৷ ৰাহুল গান্ধীৰ দাবী হাৰিয়ানাৰ ভোটাৰ তালিকাত এগৰাকী ব্ৰাজিলিয়ান মডেলৰ ছবি ভিন্ন ভিন্ন নামৰ সৈতে ব্যৱহাৰ কৰা হৈছে৷ অন্তত ২২খন ভুৱা ভোটাৰ কাৰ্ডত সেই মডেলৰ ছবি ব্যৱহাৰ কৰি জালিয়াতি কৰিছে বিজেপিয়ে৷

কংগ্ৰেছ নেতাৰ এই দাবী যে হাৰিয়ানাত মুঠ দুই কোটি ভোটাৰ আছে৷ তাৰ মাজত ২৫ লাখেই ভুৱা৷ এই পৰিসংখ্যা তুলি ধৰি ৰাহুলৰ দাবী, হাৰিয়ানাৰ মুঠ ভোটাৰৰ প্ৰায় ১২ শতাংশই জালভোটাৰ৷ বিজেপিয়ে সেই ভুৱা ভোটাৰক কামত লগাই হাৰিয়ানাত জয়লাভ কৰিছে৷ তেওঁ কয়, হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনত ডাঙৰ জালিয়াতি হৈছে৷ ৰাহুলৰ অভিযোগ, গণতান্ত্ৰিক প্ৰক্ৰিয়া নষ্ট কৰিবলৈ বিজেপিয়ে পৰিকল্পিত কৌশল ব্যৱহাৰ কৰিছে হাৰিয়ানাত৷ আৰু সকলো জানে নিৰ্বাচন কমিছনে৷ ৰাহুলৰ দাবী, ‘কংগ্ৰেছক হৰুৱাবলৈ হাৰিয়ানাত বিজেপি কমিছনৰ সৈতে বুজাপৰা হৈছে৷’ কংগ্ৰেছ নেতাগৰাকীয়ে কয়, ‘হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ প্ৰায় সকলো বুথফেৰত সমীক্ষাত নিশ্চিতভাৱে কোৱা হৈছিল কংগ্ৰেছ জিকিছে৷ কিন্তু ফলপ্ৰকাসৰ পাছত দেখা গৈছে ওলোটা ছবি৷ এয়া কেনেকৈ সম্ভৱ? ৰাহুলৰ দাবী, ‘হাৰিয়ানাৰ ইতিহাসত প্ৰথমবাৰ পোষ্টেল বেলটসমূহ প্ৰকৃত ভোটৰ সৈতে মিলা নাই৷’

ৰাহুল গান্ধীয়ে বিগত কেইবাদিনো ধৰি দাবী কৰিছে, তেওঁ বোমা বিস্ফোৰণ কৰাব৷ কি সেই বোমা এই লৈ নানান মহলত কৌতূহল চলিছিল৷ বুধবাৰে সাংবাদিক সন্মিলনত সেই বোমা ফুটুৱালে ৰাহুলে৷ অৰ্থাৎ হাৰিয়ানা বিধানসভা নিৰ্বাচনত ভোটচুৰিৰ অভিযোগ কৰিছে ৰাহুলে৷ অতীতত বাৰে বাৰে বিভিন্ন ৰাজ্যক লৈ একেই অভিযোগ কৰিছে ৰাহুলে৷ এইবাৰ হাৰিয়ানা৷ ৰাহুলে যিগৰাকী ব্ৰাজিলিয়ান মডেলৰ কথা কৈছে তেওঁৰ নাম মেথুজ ফেৰেৰো৷

ৰাহুলৰ দাবী, সেই ‘ব্ৰাজিলিয়ান মডেল’ য়ে হাৰিয়ানাত অন্তত ১০টা ভিন্ন বুথত ভোট দিছে৷ কিন্তু নাম ভিন্ন ভিন্ন৷ কেৱল এসই মডেলৰ ছবিয়েই নহয়, ৰাহুলে আৰু এগৰাকী মহিলাৰ কথা কৈছে৷ তেওঁৰ দাবী, হাৰিয়ানাৰ এক বিধানসভা কেন্দ্ৰত একেই মহিলাৰ ছবি সম্বলিত ১০০খন ভোটাৰ কাৰ্ড পোৱা গৈছে৷ তেওঁ উদাহৰণ হিচাপে এগৰাকী মহিলাৰ ছবি দেখুৱাইছে৷ ৰাহুলৰ দাবী, দুটা ভোটকেন্দ্ৰৰ ভোটাৰ তালিকাত অন্তত ২২৩বাৰ আছে৷ তেওঁৰ অভিযোগ, এই সকলো কথা লুকুৱাবলৈ কমিছন বুথৰ চিচিটিভি ফুটেজো নষ্ট কৰা হৈছে৷ যদিও নিৰ্বাচন কমিছনে ৰাহুলৰ দাবী খাৰিজ কৰিছে৷ তেওঁ জনায়, হাৰিয়ানাৰ ভোটাৰ তালিকাৰ বিৰুদ্ধে কোনো অভিযোগ জমা হোৱা নাই৷ কোনো গোচৰো তৰা হোৱা নাই৷ পঞ্জাৱ আৰু হাৰিয়ানা হাইকৰ্টত মাত্ৰ ২২ খন নিৰ্বাচনী আবেদন বিচাৰাধীন হৈ আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক
লেখা

বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

March 22, 2026
ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ
জীৱনশৈলী

ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

March 22, 2026
সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!
জীৱনশৈলী

সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

March 22, 2026
স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক
জীৱনশৈলী

স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

March 22, 2026
Next Post
কাতি পূৰ্ণিমাৰ আৰু এক নাম ৰাস পূৰ্ণিমা, সন্ধিয়া এই ৫ স্থানত প্ৰদীপ অৱশ্যেই জ্বলাব

কাতি পূৰ্ণিমাৰ আৰু এক নাম ৰাস পূৰ্ণিমা, সন্ধিয়া এই ৫ স্থানত প্ৰদীপ অৱশ্যেই জ্বলাব

এজন নিৰ্ভেজাল কমিউনিষ্টেই হ’ল নিউয়ৰ্কৰ মেয়ৰ! ট্ৰাম্পে হাৰিব বুলি দাবী কৰা মেয়ৰ জোহৰান মামদানিৰ আছে ভাৰতৰ সৈতে বিশেষ সম্পৰ্ক

এজন নিৰ্ভেজাল কমিউনিষ্টেই হ’ল নিউয়ৰ্কৰ মেয়ৰ! ট্ৰাম্পে হাৰিব বুলি দাবী কৰা মেয়ৰ জোহৰান মামদানিৰ আছে ভাৰতৰ সৈতে বিশেষ সম্পৰ্ক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.