• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন বছৰত শনিৰ কৃপা থাকিব ৪ৰাশিত, ২০২৬ত শনিৰ কৃপাত কাৰ কাৰ ভাগ্যৰ চকা ঘূৰিব?

নতুন বছৰত শনিৰ কৃপা থাকিব ৪ৰাশিত, ২০২৬ত শনিৰ কৃপাত কাৰ কাৰ ভাগ্যৰ চকা ঘূৰিব?

11 months ago
কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

14 minutes ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

28 minutes ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

2 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

3 hours ago
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

4 hours ago
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

4 hours ago
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

4 hours ago
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

6 hours ago
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

6 hours ago
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

7 hours ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

7 hours ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন বছৰত শনিৰ কৃপা থাকিব ৪ৰাশিত, ২০২৬ত শনিৰ কৃপাত কাৰ কাৰ ভাগ্যৰ চকা ঘূৰিব?

নতুন বছৰত শনিৰ কৃপা থাকিব ৪ৰাশিত, ২০২৬ত শনিৰ কৃপাত কাৰ কাৰ ভাগ্যৰ চকা ঘূৰিব?

editor by editor
November 21, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
নতুন বছৰত শনিৰ কৃপা থাকিব ৪ৰাশিত, ২০২৬ত শনিৰ কৃপাত কাৰ কাৰ ভাগ্যৰ চকা ঘূৰিব?
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষ অনুসৰি শনি হৈছে কৰ্মফলৰ দেৱতা৷ স্বয়ং মহাদেৱে শনিক কৰ্মফলৰ বিচাৰকৰ দায়িত্ব দিয়ে বুলি শাস্ত্ৰত উল্লেখিত আছে৷ শনিৰ অশুভ দৃষ্টি যাৰ ওপৰত পৰে তেওঁৰো জীৱনো ছাৰখাৰ হৈ যায় বুলি প্ৰচলিত বিশ্বাস৷ সেই কাৰণেই শনিক সকলোৱে ভয় কৰে৷ শনিৰ প্ৰভাৱ সকলো সময়ত মুঠেও বেয়া কিছু ঘটিব তেনে নহয়, বৰং শনিৰ কৃপাত জাতক সৌভাগ্যৰ শিখৰত উঠিব পাৰে৷

আৰু কিছুদিনৰ ভিতৰতেই আৰম্ভ হ’ব ২০২৬ চন৷ নতুন বছৰত শনিয়ে বৃহস্পতিৰ ৰাশি মীনত অৱস্থান কৰিব৷ আগন্তুক বছৰ শনিয়ে ৰাশি পৰিবৰ্তন নকৰিলেও শনিৰ প্ৰভাৱত সুখৰ সময় আহিব চাৰি ৰাশিৰ জাতকৰ জীৱনত৷ ২০২৬ চনত প্ৰচুৰ উন্নতি কৰিব এই সকলো ৰাশিৰ জাতকে৷ আগন্তুক বছৰ শনিৰ কৃপাত পথৰ ভিখাৰিও ৰজা হৈ যাব পাৰে৷ জানি থওক গ্ৰহৰাজৰ দয়াত নতুন বছৰত কেৰিয়াৰত দুৰ্দান্ত উন্নতি কৰাৰ সুযোগ পাব কোন কোন ৰাশিৰ জাতকে?

বৃষ ৰাশি

২০২৬ চনত সুখৰ সময় কটাব বৃষ ৰাশিৰ জাতকে৷ শনিৰ কৃপাত আগন্তুক বছৰত চকুত লগা আৰ্থিক উন্নতি হ’ব এই ৰাশিৰ জাতকে৷ পুৰণি বিনিয়োগৰ পৰা মুনাফা লাভ কৰিব৷ ব্যৱসায়ীয়ে ডাঙৰ লাভ কৰিব পাৰে৷ ব্যৱসায় বঢ়োৱাৰ সুযোগ পাব৷ চাকৰিয়ালে প্ৰমোছন পাব পাৰে৷ পৰিয়ালৰ সকলোৰে সৈতে ভাল সময় কটাব৷

সিংহ ৰাশি

শনিৰ ধাইয়াৰ প্রভাৱ ২০২৬ চনত থাকিব সিংহ ৰাশিত৷ ইয়াৰ শুভ প্ৰভাৱ লাভ কৰিব সিংহ ৰাশিৰ জাতকে৷ আগন্তুক বছৰ পৰিশ্ৰমৰ সম্পূৰ্ণ সুফল লাভ কৰিব৷ ৰৈ থকা কাম সম্পূৰ্ণ হ’ব৷ কেৰিয়াৰত ডাঙৰ উন্নতি কৰিব পাৰে৷ অফিচ আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য বজায় ৰাখিব পাৰিব৷ আপোনাৰ সন্মুখত কিছু চেলেঞ্জ আহিলেও সেই সকলোবোৰৰ সৈতে মোকাবিলা কৰিব পাৰিব৷

তুলা ৰাশি

জীৱনত যি সাফল্য লাভৰ বাবে আপুনি বহুদিন ধৰি অপেক্ষা কৰিছিল আগন্তুক বছৰত শনিৰ কৃপাত সেয়া পাব পাৰে৷ চাকৰি হওক বা ব্যৱসায়, পৰিশ্ৰম কৰিলে ২০২৬ চনত সাফল্য অৱশ্যেই পাব৷ সম্পদৰ পৰিমাণ বাঢ়িব, সম্পৰ্ক মজবুত হ’ব আৰু পৰিকল্পনা মতে কাম কৰি সাফল্য লাভ কৰিব৷ পাৰিবাৰিক জীৱনত সুখ আৰু শান্তি বৰ্তি থাকিব৷

কুম্ভ ৰাশি

শনিৰ চাৰেসাতি দশাৰ শেষ পৰ্যায়ত আছে কুম্ভ ৰাশিৰ জাতক৷ আগন্তুক বছৰ চাৰেসাতি বৰ্তি থাকিব তেওঁলোকৰ ওপৰত৷ ২০২৬ চনত শান্তি আৰু সাফল্য আহিব তেওঁলোকৰ জীৱনত৷ পৰিশ্ৰমৰ সুফল পাব৷ বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰে৷ শনিৰ কৃপাত আৰ্থিক উন্নতি হ’ব কুম্ভ ৰাশিৰ জাতকৰ৷ আত্মবিশ্বাস বাঢ়িব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক
জীৱনশৈলী

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

October 18, 2026
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

October 18, 2026
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো
জীৱনশৈলী

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

October 18, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

October 18, 2026
Next Post
চীনৰ পৰা ৮খন নতুন ছাবমেৰিন ক্ৰয় কৰিলে পাকিস্তানে, ভাৰতক ভয় দেখুওৱাৰেই প্ৰস্তুতি নেকি পাকিস্তানৰ?

চীনৰ পৰা ৮খন নতুন ছাবমেৰিন ক্ৰয় কৰিলে পাকিস্তানে, ভাৰতক ভয় দেখুওৱাৰেই প্ৰস্তুতি নেকি পাকিস্তানৰ?

২০২৬ত একাধিক শুভ যোগ, নতুন বছৰৰ আৰম্ভণিতেই অৰ্থলাভ কৰিব এই ৫ৰাশিৰ জাতকে

২০২৬ত একাধিক শুভ যোগ, নতুন বছৰৰ আৰম্ভণিতেই অৰ্থলাভ কৰিব এই ৫ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.