• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চীনৰ পৰা ৮খন নতুন ছাবমেৰিন ক্ৰয় কৰিলে পাকিস্তানে, ভাৰতক ভয় দেখুওৱাৰেই প্ৰস্তুতি নেকি পাকিস্তানৰ?

চীনৰ পৰা ৮খন নতুন ছাবমেৰিন ক্ৰয় কৰিলে পাকিস্তানে, ভাৰতক ভয় দেখুওৱাৰেই প্ৰস্তুতি নেকি পাকিস্তানৰ?

9 months ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

টোপনিৰ পৰা উঠি ভাগৰুৱা অনুভৱ? জানক কোনো ৰোগৰ সংকেত নেকি

10 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

10 hours ago
বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

10 hours ago
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

11 hours ago
আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

12 hours ago
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

12 hours ago
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

13 hours ago
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

13 hours ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

15 hours ago
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

15 hours ago
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

17 hours ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চীনৰ পৰা ৮খন নতুন ছাবমেৰিন ক্ৰয় কৰিলে পাকিস্তানে, ভাৰতক ভয় দেখুওৱাৰেই প্ৰস্তুতি নেকি পাকিস্তানৰ?

চীনৰ পৰা ৮খন নতুন ছাবমেৰিন ক্ৰয় কৰিলে পাকিস্তানে, ভাৰতক ভয় দেখুওৱাৰেই প্ৰস্তুতি নেকি পাকিস্তানৰ?

editor by editor
November 21, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
চীনৰ পৰা ৮খন নতুন ছাবমেৰিন ক্ৰয় কৰিলে পাকিস্তানে, ভাৰতক ভয় দেখুওৱাৰেই প্ৰস্তুতি নেকি পাকিস্তানৰ?
0
SHARES
163
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ সামুদ্ৰিক নিৰাপত্তা পৰিবেশত নতুনকৈ উদ্বেগ বঢ়াইছে চীনৰ পদক্ষেপে৷ পাকিস্তান নৌবাহিনীক মুঠ ৮খন আধুনিক হাঙ্গৰ শ্ৰেণীৰ চাবমেৰিণ সৰবৰাহ কৰিছে বেইজিঙে৷ এয়াৰ ইণ্ডিপেণ্ডেণ্ট প্ৰপালছন প্ৰযুক্তিসম্পন্ন এই চাবমেৰিনসমূহ দীৰ্ঘ সময় পানীৰ তলত গোপনে চলাচল কৰিব পাৰে৷ প্ৰথমবাৰৰ বাবে ছাবমেৰিনখনএ ২০২৬ চনত পাকিস্তান নৌবাহিনীত যোগ দিব আৰু ২০২৮ চনৰ মাজত ৮টা ছাবমেৰিনৰ ডেলিভাৰি সম্পূৰ্ণ হ’ব৷

চুক্তিৰ মূল্য প্ৰায় ৫ বিলিয়ন ডলাৰ, যিয়ে পাকিস্তানৰ সামুদ্ৰিক শক্তিক উল্লেখযোগ্যভাৱে বঢ়াব আৰু আৰৱ সাগৰত ভাৰতৰ বাবে নতুন চেলেঞ্জো তৈয়াৰ কৰিব৷ কিন্তু সামগ্ৰিক সক্ষমতাৰ বিচাৰেৰে ভাৰত পাকিস্তানতকৈ বহুপৰিমাণে আগুৱাই আছে৷

পাকিস্তানৰ নতুন ছাবমেৰিন কিমান শক্তিশালী

হাঙ্গেৰ শ্ৰেণীৰ ছাবমেৰিনসমূহ চীনৰ Type 039A ‘Yuan’ শ্ৰেণীৰ সংস্কৰণ৷ বৈশিষ্ট্য-

ওজনঃ প্ৰায় ২৮০০ টন

দৈৰ্ঘ্যঃ ৭৭ মিটাৰ

গতিঃ পানীত ১৮নট, পানীৰ তলত ২০ নট

AIP চিষ্টেমঃ পৃষ্ঠত নুঠাকৈয়ে ২-৩ সপ্তাহ পানীৰ তলত লুকাই থাকিব পাৰে৷

ষ্টেলথঃ শব্দ অত্যন্ত কম, চিনাক্ত কৰা কঠিন

অস্ত্ৰসজ্জাঃ ৬টা টৰ্পেডো টিউব

জাহাজ বিধ্বংসী ক্ষেপণাস্ত্ৰ (YJ-18/YJ-82)

টৰ্পেডো

৩টা পাৰমাণৱিক সক্ষম ক্ৰুজ মিছাইল

এই ক্ষমতাসমূহৰ ফলত পাকিস্তানৰ পুৰণি শ্ৰেণীৰ ছাবমেৰিনৰ তুলনাত যুদ্ধক্ষমতা বহুগুণ বাঢ়ি যাব৷

২০২৫ চনত পাকিস্তান নৌবাহিনীৰ শক্তি

মুঠ জাহাজঃ ১২০-১৩০

বৰ্তমান ছাবমেৰিনঃ ৮-৯

নতুন হেঙ্গৰ যুক্ত হলেঃ ১৬-১৭

ফ্ৰিগেটঃ ১০-১২

কৰ্ভেটঃ ৪-৬

ডেষ্ট্ৰয়াৰ, এয়াৰক্ৰাফ্ট কেৰিয়াৰঃ নাই

পাকিস্তান নৌবাহিনী মূলত উপকূল ৰক্ষা অভিযানেই সীমাবদ্ধ৷ গভীৰ সমুদ্ৰত অভিযান চলোৱাৰ সক্ষমতা সীমিত৷

ভাৰতীয় নৌবাহিনীৰ শক্তি

পাকিস্তানতকৈ চাৰিৰ পৰা পাঁচ গুণ বেছি শক্তিশালী ভাৰতীয় নৌবাহিনী৷ ভাৰতৰ নৌবাহিনী বিশ্বৰ অন্যতম বৃহৎ শক্তি৷ বিমানবাহী ৰণতৰী- ২টা আইএনএছ বিক্ৰান্ত, আইএনএছ বিক্ৰমাদিত্য, ছাবমেৰিন-১৯খন, পাৰমাণৱিক ছাবমেৰিন ৩খন, ষ্টেণ্ডাৰ্ড ডুবাৰুজাহাজঃ ১৬-১৭খন৷ কালভাৰি ক্লাছ, সিন্ধুঘোষ ক্লাছ, শিশুমাৰ ক্লাছ, ডেষ্ট্ৰয়াৰ-১৩খন, কলকাতা, বিশাখাপট্টনম শ্ৰেণীসহ সকলো ব্ৰহ্মোছ সজ্জিত৷ ফ্ৰিগেট-১৪-১৭খন, শিবলিক, তালোৱাৰ, নীলগিৰি শ্ৰেণী৷ কৰ্ভেট ২০-২৫খন৷

ভাৰত কিমান প্ৰস্তুত?

পাকিস্তানৰ নতুন AIP ছাবমেৰিন উদ্বেগৰ কাৰণ হ’লেও ভাৰতৰ পাৰমাণৱিক ছাবমেৰিণ কৌশলগতভাৱে বহু বেছি শক্তিশালী৷ ভাৰতৰ নৌবাহিনীয়ে সমুদ্ৰৰ গভীৰৰ পৰা আকাশপথেৰে সকলো দিশতেই প্ৰচণ্ড আধিপত্য বজায় ৰাখে৷ প্ৰকল্প ৭৫ আইৰ অধীনত ভাৰতে আৰু ৬খন আধুনিক AIP ছাবমেৰিন তৈয়াৰ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!
জীৱনশৈলী

টোপনিৰ পৰা উঠি ভাগৰুৱা অনুভৱ? জানক কোনো ৰোগৰ সংকেত নেকি

August 28, 2026
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…
জীৱনশৈলী

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

August 28, 2026
বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ
বিশ্ব

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

August 28, 2026
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

August 28, 2026
Next Post
২০২৬ত একাধিক শুভ যোগ, নতুন বছৰৰ আৰম্ভণিতেই অৰ্থলাভ কৰিব এই ৫ৰাশিৰ জাতকে

২০২৬ত একাধিক শুভ যোগ, নতুন বছৰৰ আৰম্ভণিতেই অৰ্থলাভ কৰিব এই ৫ৰাশিৰ জাতকে

ডিচেম্বৰৰ আৰম্ভণিতে ৩ৰাশিক টকা, চাকৰি, ঘৰ দিব ৰাহুৱে, খুলিব উন্নতিৰ দুৱাৰ

ডিচেম্বৰৰ আৰম্ভণিতে ৩ৰাশিক টকা, চাকৰি, ঘৰ দিব ৰাহুৱে, খুলিব উন্নতিৰ দুৱাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.