• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Guess the Actress: শ্বাহৰুখে খালে চৰ, চলমানৰ বিবাহৰ প্ৰস্তাৱ কৰিলে নাকচ, বিবাহিত পুৰুষৰ সৈতে কিয় অভিনেত্ৰীয়ে গোপনে পাতিলে বিয়া?

Guess the Actress: শ্বাহৰুখে খালে চৰ, চলমানৰ বিবাহৰ প্ৰস্তাৱ কৰিলে নাকচ, বিবাহিত পুৰুষৰ সৈতে কিয় অভিনেত্ৰীয়ে গোপনে পাতিলে বিয়া?

7 minutes ago
সাৱধান! প্ৰতিঘন্টাত ১৪৫কিঃমি গতিবেগেৰে আহি আছে কাল ঘূৰ্ণীবতাহ ‘আকভান’!

সাৱধান! প্ৰতিঘন্টাত ১৪৫কিঃমি গতিবেগেৰে আহি আছে কাল ঘূৰ্ণীবতাহ ‘আকভান’!

29 minutes ago
কান্দিছে কাজিৰঙাই! মৃতকৰ সংখ্যা বৰ্তমানলৈ প্ৰায় ২৬গৰাকীলৈ বৃদ্ধি

কাজিৰঙাৰ দুৰ্ঘটনাই জোকাৰিলে পৰিবহণ বিভাগক, তাৎক্ষণিকভাৱে নিলম্বন ৬ বিষয়া

40 minutes ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

ঘৰত কাজিয়াই অশান্তি কৰিছে? পৰিয়ালত সুখ-শান্তিৰ বাবে মানি চলক এই বাস্তুৰ নিয়ম

49 minutes ago
সোণাক্ষীৰ আপত্তিজনক ফটো ভাইৰেল! কিয় খালী হাতেৰে উভতি আহিল মুম্বাই আৰক্ষী?

সোণাক্ষীৰ আপত্তিজনক ফটো ভাইৰেল! কিয় খালী হাতেৰে উভতি আহিল মুম্বাই আৰক্ষী?

1 hour ago
প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

ভুলতো এঘণ্টা ধৰি নাৰাখিব প্ৰস্ৰাৱ, পৰিব ডাঙৰ বিপদত!

2 hours ago
Badrinath 2026: আজিৰে পৰা ৬ মাহলৈ বন্ধ বদ্ৰীনাথ ধাম, দুৱাৰ বন্ধৰ পূৰ্বে কিয় নাৰীৰ বেশ লয় পূজাৰীয়ে?

Badrinath 2026: আজিৰে পৰা ৬ মাহলৈ বন্ধ বদ্ৰীনাথ ধাম, দুৱাৰ বন্ধৰ পূৰ্বে কিয় নাৰীৰ বেশ লয় পূজাৰীয়ে?

3 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

অসম ৰাইফলছৰ ৩৫৪টা পদৰ বাবে নিযুক্তি, শীঘ্ৰে কৰক আবেদন

3 hours ago
বিশ্বৰ তিনিগৰাকী মহাশক্তিধৰ নেতাৰ মহামিলন! ট্ৰাম্প, ছি জিনপিং আৰু পুটিনৰ ত্ৰিপাক্ষিক বৈঠক

বিশ্বৰ তিনিগৰাকী মহাশক্তিধৰ নেতাৰ মহামিলন! ট্ৰাম্প, ছি জিনপিং আৰু পুটিনৰ ত্ৰিপাক্ষিক বৈঠক

4 hours ago
১ লাখ টকা উপাৰ্জন? ১০ বছৰৰ পাছত কিমান টকা পাব? সম্পূৰ্ণ হিচাপ জানি লওক

১ লাখ টকা উপাৰ্জন? ১০ বছৰৰ পাছত কিমান টকা পাব? সম্পূৰ্ণ হিচাপ জানি লওক

5 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

পুনৰ অনুভূত ভূমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য ৪.১

6 hours ago
আপুনি জানেনে আচলতে ষঠী মাইয়া কোন? কিয় ষট পূজা পালন কৰে জানক

আপুনি জানেনে আচলতে ষঠী মাইয়া কোন? কিয় ষট পূজা পালন কৰে জানক

6 hours ago
কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি, প্ৰেম আৰু কৰ্মক্ষেত্ৰত লাভৰ যোগ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, November 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

Guess the Actress: শ্বাহৰুখে খালে চৰ, চলমানৰ বিবাহৰ প্ৰস্তাৱ কৰিলে নাকচ, বিবাহিত পুৰুষৰ সৈতে কিয় অভিনেত্ৰীয়ে গোপনে পাতিলে বিয়া?

কোন এইগৰাকী অভিনেত্ৰী, যাৰ বাবে অভিনেতা চলমান খানো প্ৰেমত পৰিছিল।

editor by editor
November 16, 2026
in চিনেমা, বিনোদন, বিবিধ, লেখা
0
Guess the Actress: শ্বাহৰুখে খালে চৰ, চলমানৰ বিবাহৰ প্ৰস্তাৱ কৰিলে নাকচ, বিবাহিত পুৰুষৰ সৈতে কিয় অভিনেত্ৰীয়ে গোপনে পাতিলে বিয়া?
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউডৰ একাংশ অভিনেত্ৰীয়ে নিজৰ সৌন্দৰ্য, অভিনয় আৰু উল্লাসিত স্বভাৱেৰে দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। ৮০-৯০ৰ দশকত এনে এগৰাকী অভিনেত্ৰী আছিল যাৰ সৌন্দৰ্য্য আৰু নিৰীহ হাঁহিৰ লাখ লাখ অনুৰাগী আছিল। অভিনেতা ছলমান খানও তেওঁৰ প্ৰেমত পৰিছিল। কেৱল সেয়াই নহয়, চলমানেও বিয়া কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। আনকি বিবাহৰ প্ৰস্তাৱ লৈ পোনে পোনে দেউতাকৰ ওচৰলৈ গৈছিল। অভিনেত্ৰীগৰাকীৰ পিতৃয়ে এই প্ৰস্তাৱ নাকচ কৰে।

পিছত অভিনেত্ৰীগৰাকীয়ে এজন ডাঙৰ ব্যৱসায়ীক বিয়া কৰায়। আমোদজনক কথাটো হ’ল এইগৰাকী অভিনেত্ৰী বৰ্তমান বলীউডৰ অন্যতম ধনী অভিনেত্ৰী। এই অভিনেত্ৰীগৰাকীয়ে শ্বাহৰুখ খানক প্ৰতাৰণা কৰিছিল। যাৰ বাবেই তাইক লৈ বহু উৰাবাতৰি ওলাইছিল। কিন্তু আজি তেওঁ শ্বাহৰুখ খানৰ ঘনিষ্ঠ বন্ধু। তেৱেই হৈছে অভিনেত্ৰী জুহি চাওলা।

অভিনেত্ৰী হোৱাৰ আগতে মডেল হিচাপে খ্যাতি অৰ্জন কৰিছিল। ১৯৮৪ চনত মিছ ইণ্ডিয়া খিতাপ আৰু শ্ৰেষ্ঠ সাজ-পোছাকৰ বঁটা লাভ কৰে। ইয়াৰ পিছতে বলীউডত অভিষেক ঘটায়। এক সাক্ষাৎকাৰত ছলমানে নিজেই জুহি চাওলাক বিয়া কৰাবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। সি জুহিৰ দেউতাকক প্ৰস্তাৱ দিছিল যদিও দেউতাকে সেই প্ৰস্তাৱ নাকচ কৰিছিল।

আনহাতে, শ্বাহৰুখ খানৰ লগতে জুহিৰ নামো বহুবাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে। শ্বাহৰুখ আৰু জুহীয়ে বহু ছবিত একেলগে কাম কৰিছে। কোৱা হয় যে এবাৰ জুহীয়ে শ্বাহৰুখক কাণৰ তলত চৰ মাৰিছিল।

চলমানৰ বিবাহৰ প্ৰস্তাৱ নাকচ কৰাৰ পিছত জুহীয়ে ব্যৱসায়ী জয় মেহতাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ৰাকেশ ৰোশনে আয়োজন কৰা পাৰ্টিত দুয়োৰে প্ৰথম লগ হৈছিল। ১৯৯০ চনত বিমান দুৰ্ঘটনাত জয় মেহতাৰ প্ৰথম পত্নীৰ মৃত্যু হৈছিল।জয় আছিল জুহিৰ বাবে এক বৃহৎ সহযোগী। লাহে লাহে তেওঁলোকৰ বন্ধুত্ব গভীৰ হৈ আহিছিল আৰু পিছত প্ৰেমত পৰি বিয়া হৈছিল।

জুহীয়ে এটা সাক্ষাৎকাৰত কয় যে জয়ে তাইক সঘনাই চিঠি পঠিয়াইছিল। জন্মদিনত এবাৰ জয়ে ট্ৰাক ভৰ্তি ফুল পঠালে। জয়ে জুহিক পতিয়ন নিয়াবলৈ প্ৰায় এবছৰ সময় লাগিল। ইয়াৰ পিছত দুয়োৰে সম্পৰ্ক কিছু সময় গোপন কৰি ৰাখিছিল। ১৯৯৫ চনত গোপনে বিবাহপাশত আবদ্ধ হয়।বৰ্তমান তেওঁলোকৰ দুটা সন্তান আছে।

বিয়াৰ পিছত জুহিয়ে অভিনয়ৰ পৰা অৱসৰ লয়। অৱশ্যে ব্যৱসায় আৰু বিনিয়োগত সফলতা লাভ কৰিছে। শ্বাহৰুখ খানৰ সৈতে কলকাতা নাইট ৰাইডাৰ্ছৰ সহস্ৰগৰাকী। কিছু খবৰ অনুসৰি ২০২৫ চনৰ ভিতৰত তেওঁৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৭,৭৯০ কোটি টকা হ’ব।বৰ্তমান বলীউডৰ অন্যতম ধনী অভিনেত্ৰী।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাৱধান! প্ৰতিঘন্টাত ১৪৫কিঃমি গতিবেগেৰে আহি আছে কাল ঘূৰ্ণীবতাহ ‘আকভান’!
ভাৰত

সাৱধান! প্ৰতিঘন্টাত ১৪৫কিঃমি গতিবেগেৰে আহি আছে কাল ঘূৰ্ণীবতাহ ‘আকভান’!

November 16, 2026
কান্দিছে কাজিৰঙাই! মৃতকৰ সংখ্যা বৰ্তমানলৈ প্ৰায় ২৬গৰাকীলৈ বৃদ্ধি
অসম

কাজিৰঙাৰ দুৰ্ঘটনাই জোকাৰিলে পৰিবহণ বিভাগক, তাৎক্ষণিকভাৱে নিলম্বন ৬ বিষয়া

November 16, 2026
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!
জীৱনশৈলী

ঘৰত কাজিয়াই অশান্তি কৰিছে? পৰিয়ালত সুখ-শান্তিৰ বাবে মানি চলক এই বাস্তুৰ নিয়ম

November 16, 2026
সোণাক্ষীৰ আপত্তিজনক ফটো ভাইৰেল! কিয় খালী হাতেৰে উভতি আহিল মুম্বাই আৰক্ষী?
বিনোদন

সোণাক্ষীৰ আপত্তিজনক ফটো ভাইৰেল! কিয় খালী হাতেৰে উভতি আহিল মুম্বাই আৰক্ষী?

November 16, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.