• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জীৱনত নামি আহিব অশুভ ছায়া, আগন্তুক বছৰত কেতুৰ প্রভাৱ কোন ৩ ৰাশিত?

জীৱনত নামি আহিব অশুভ ছায়া, আগন্তুক বছৰত কেতুৰ প্রভাৱ কোন ৩ ৰাশিত?

3 months ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

2 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

3 hours ago
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

3 hours ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

4 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

5 hours ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

5 hours ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

6 hours ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

6 hours ago
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

7 hours ago
ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

8 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

8 hours ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জীৱনত নামি আহিব অশুভ ছায়া, আগন্তুক বছৰত কেতুৰ প্রভাৱ কোন ৩ ৰাশিত?

জীৱনত নামি আহিব অশুভ ছায়া, আগন্তুক বছৰত কেতুৰ প্রভাৱ কোন ৩ ৰাশিত?

editor by editor
December 12, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
জীৱনত নামি আহিব অশুভ ছায়া, আগন্তুক বছৰত কেতুৰ প্রভাৱ কোন ৩ ৰাশিত?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাহু আৰু কেতু হৈছে ছায়া গ্ৰহ৷ এই দুই গ্ৰহ বৈদিক জ্যোতিষ অনুসৰি অশুভ৷ ৰাহু আৰু কেতুৰ প্ৰভাৱ সৰ্বদা বেয়াই হব তেনে নহয়৷ ২০২৬ চনত কোন কোন ৰাশিৰ জাতকৰ ওপৰত কেতুৰ প্রভাৱ থাকিব? কেনে যাব তেওঁলোকৰ নববৰ্ষ? ২০২৬ চনত কেতুৱে মঘা নক্ষত্ৰত বিচৰণ কৰিব৷ ২৯ মাৰ্চত কেতুৱে মঘা নক্ষত্ৰলৈ যাব আৰু তাৰপিছতেই ২৫ নৱেম্বৰত মঘা এৰি অশ্লেষালৈ যাব কেতু৷ ইয়াৰপাছতেই ৫ ডিচেম্বৰত কেতুৱে সিংহ ৰাশি এৰি কৰ্কট ৰাশিলৈ যাব৷ কেতুক যিহেতু চকুৰে দেখা নাযায় ই এক ছায়া গ্ৰহ৷ ইয়াৰ পাছতেই ৫ ডিচেম্বৰত কেতুৱে সিংহ ৰাশি এৰি কৰ্কট ৰাশিলৈ যাব৷ ইয়াৰ প্ৰভাৱ কোন কোন ৰাশিৰ জাতকৰ ওপৰত পৰিব?

সমুদ্ৰমন্থনৰ পাছত এক অসুৰে চুৰি মাৰি দেৱতাসকলৰ দলত সোমাই অমৃত খাই পেলাইছিল৷ বিষ্ণুৱে তেওঁৰ সুদৰ্শন চক্ৰৰে সেই অসুৰৰ মূৰ আৰু শৰীৰ পৃথক কৰি দিয়ে৷ ডিঙিলৈকে অমৃত যোৱাৰ বাবে তেওঁৰ মূৰটোৰ মৃত্যু নহ’ল৷ সেই কটা মুণ্ডটোৱেই পৰিচিত ৰাহু নামেৰে৷ আৰু শৰীৰভাগ কেতু নামেৰে পৰিচিত৷ পুৰাণ অনুসৰি, কেতুৰ দুখন হাত৷ মূৰৰ মুকুট আৰু পিন্ধনত কলা পোছাক৷ এক হাতত গদা আৰু অন্যহাতত বৰমুদ্ৰা৷ কেতুৰ মহাদশা সাত বছৰ ধৰি চলে৷ কেতু জন্মছকত অশুভ স্থানত থাকিলে জাতকে বাৰে বাৰে অসুস্থ হৈ পৰে৷

আগন্তুক বছৰত কেতুৰ প্ৰভাৱ সকলোতকৈ বেছি থাকিব ৩ ৰাশিত

মেষ ৰাশি

কেতুৰ প্রভাৱত এই ৰাশিৰ জাতকে ব্যৱসায়ত ক্ষতিৰ মুখত পৰিব পাৰে৷ মানসিকভাৱেও অশান্তিত ভূগিব পাৰে৷ প্ৰেমৰ সম্পৰ্কত মনোমালিন্য হব পাৰে৷  ঝামেলাত নোসোমাবলৈ চেষ্টা কৰক৷ উপাৰ্জন মুঠৰ ওপৰত ভালেই হব৷ আয়ক লৈ কোনো সমস্যা নহয়৷

বৃষ ৰাশি

২০২৬ চনত কেতুৰ প্রভাৱ বৃষ ৰাশিৰ জাতকৰ ওপৰত পৰিব৷ যি হিচাপ কৰি আগুৱাব তেওঁৰ সকলো ঠিকেই থাকিব৷ বিনিয়োগ কৰোতে সাৱধান হওক৷ প্ৰেম জীৱনত সমস্যা আহিব পাৰে৷

কন্যা ৰাশি

কন্যা ৰাশিৰ ওপৰত আগন্তুক বছৰত কেতুৰ প্রভাৱ থাকিব৷ অতীতত হোৱা জীৱনৰ সমস্যা আকৌ হব পাৰে৷ আইনী সমস্যাত সোমাই পৰিব পাৰে৷ ব্যৱসায়ত ক্ষতিৰ আশংকা৷ কৰোবাত বিনিয়োগ কৰাৰ পূৰ্বে সকলো দিশ ভালকৈ জানি লোৱা উচিত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

March 11, 2026
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য
জীৱনশৈলী

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

March 11, 2026
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং
জীৱনশৈলী

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

March 11, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 11, 2026
Next Post
অমৃতপ্ৰভাই ছিংগাপুৰ ঘটনাক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা চলাইছিল, সংবাদমেল পাতি বহুকেইটা ভয়ংকৰ তথ্য মুন্নাপ্ৰসাদ গুপ্তাৰ

অমৃতপ্ৰভাই ছিংগাপুৰ ঘটনাক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা চলাইছিল, সংবাদমেল পাতি বহুকেইটা ভয়ংকৰ তথ্য মুন্নাপ্ৰসাদ গুপ্তাৰ

আদিত্য মঙ্গল ৰাজযোগত আগন্তুক সপ্তাহত ভাগ্য চমকিব ৫ৰাশিৰ, সাফল্য আহিব কোন কোন জাতকৰ জীৱনলৈ?

আদিত্য মঙ্গল ৰাজযোগত আগন্তুক সপ্তাহত ভাগ্য চমকিব ৫ৰাশিৰ, সাফল্য আহিব কোন কোন জাতকৰ জীৱনলৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.