• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন বছৰৰ আৰম্ভণিতেই তৈয়াৰ হ’ব প্ৰতিযুতি যোগ, মুঠিয়ে মুঠিয়ে ধন আহিব ৫ৰাশিৰ হাতলৈ

নতুন বছৰৰ আৰম্ভণিতেই তৈয়াৰ হ’ব প্ৰতিযুতি যোগ, মুঠিয়ে মুঠিয়ে ধন আহিব ৫ৰাশিৰ হাতলৈ

8 months ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

32 minutes ago
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

14 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

14 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

14 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

প্ৰস্ৰাৱত অধিক ফেন? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ

15 hours ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগাস্ৰাৱ? এয়া স্বাভাৱিক নে চিন্তাৰ বিষয় জানক

16 hours ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

পুৰুষৰ তুলনাত এইটো বস্তু বেছি থাকে নাৰীৰ! জানি হ’ব আচৰিত

17 hours ago
২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

17 hours ago
কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

18 hours ago
প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

18 hours ago
সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

19 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

অহা সপ্তাহত বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক গুৰুত্বপূৰ্ণ কাম

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন বছৰৰ আৰম্ভণিতেই তৈয়াৰ হ’ব প্ৰতিযুতি যোগ, মুঠিয়ে মুঠিয়ে ধন আহিব ৫ৰাশিৰ হাতলৈ

নতুন বছৰৰ আৰম্ভণিতেই তৈয়াৰ হ’ব প্ৰতিযুতি যোগ, মুঠিয়ে মুঠিয়ে ধন আহিব ৫ৰাশিৰ হাতলৈ

editor by editor
December 17, 2025
in জীৱনশৈলী, বিবিধ
0
নতুন বছৰৰ আৰম্ভণিতেই তৈয়াৰ হ’ব প্ৰতিযুতি যোগ, মুঠিয়ে মুঠিয়ে ধন আহিব ৫ৰাশিৰ হাতলৈ
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ গণনা অনুসৰি নতুন বছৰৰ আৰম্ভণিতে অৰ্থাৎ ১০ জানুৱাৰী ২০২৬ত সূৰ্য আৰু বৃহস্পতিয়ে এটাই আনটোৰ সৈতে ১৮০ ডিগ্ৰি কোণত অৱস্থান কৰিব৷ দুই গ্ৰহৰ এই অৱস্থানৰ ফলত তৈয়াৰ হব প্ৰতিযুঁটি দৃষ্টি যোগ৷ বিশেষ এই যোগৰ প্ৰভাৱত লাভৱান হব ৫ৰাশিৰ জাতক৷ বছৰৰ আৰম্ভণিতে কোন ৫ ৰাশিৰ শুভ সময় আৰম্ভ হব?

মেষ ৰাশি

মেষ ৰাশিৰ জাতকে এই যোগৰ ফলত বিশেষভাৱে লাভৱান হব৷ সামাজিক ক্ষেত্ৰত সন্মান বৃদ্ধি পাব৷ যদি চৰকাৰী চাকৰি বা ৰাজনীতিত জড়িত হয় তেতিয়া আপুনি উচ্চপদ লাভ কৰিব পাৰে৷ সমাজত মৰ্যাদা বৃদ্ধি পাব৷ চৰকাৰী ক্ষেত্ৰত কোনো কাম দীৰ্ঘদিন ধৰি ৰৈ থাকিলে সেয়াও এইবাৰ সম্পন্ন হব৷

সিংহ ৰাশি

সিংহ ৰাশিৰ অধিপতি গ্ৰহ সূৰ্য৷ বৃহস্পতিৰ সৈতে সূৰ্যই তৈয়াৰ কৰা প্ৰতিযুঁটি দৃষ্টি যোগৰ ফল পাব সিংহ ৰাশিৰ জাতকে৷ ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বাঢ়িব৷ এই সময়ত সন্তানৰ পৰা সু সংবাদ পাব পাৰে৷ তাৰ কাৰণে গৰ্ববোধ কৰিব পাৰে৷ শিক্ষাৰ্থীসকলে এই সময়ত সাফল্য অৰ্জন কৰিব পাৰে৷ নতুন বিনিয়োগৰ বাবে অত্যন্ত ভাল সময় এয়া৷

ধনু ৰাশি

ধনু ৰাশিৰ ওপৰত বৃহস্পতিৰ প্রভাৱ বৰ্তি থাকিব৷ সূৰ্যৰ সৈতে সংযোগে আপোনাৰ আধ্যাত্মিক জ্ঞানৰ বিকাশ ঘটাব৷ দূৰ কৰোবালৈ ভ্ৰমণৰ সুযোগ আহিব পাৰে৷ বিদেশী যোগাযোগ থাকিলে ব্যৱসায়ত লাভ হব পাৰে৷ পৰিয়ালৰ পূৰ্ণ সমৰ্থনত আপুনি আগুৱাই যাব পাৰিব৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকে আৰ্থিক দিশত স্বস্তি অনুভৱ কৰিব৷ আয়ৰ নতুন উৎস তৈয়াৰ হব৷ ব্যৱসায়ত পাৰ্টনাৰ থাকিলে তেওঁৰ কথা মানি চলক৷ ইয়াত লাভৱান হব৷ লাভৰ আশা আছে৷ আপোনাৰ ব্যক্তিত্বৰ উন্নতি হব৷ অন্যসকলে আপোনাৰ কথাত মুগ্ধ হব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকৰ কেৰিয়াৰত এই সময়ত ডাঙৰ পৰিবৰ্তন আহিব পাৰে৷ অগ্ৰগতিৰ সম্ভাৱনাই বেছি৷ চাকৰি কৰিলে পদোন্নতি বা দৰমহা বৃদ্ধি হব পাৰে৷ আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আৰু দক্ষ হব৷ কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰশংসা সকলোৱে কৰিব৷

(জ্যোতিষশাস্ত্ৰৰ ওপৰত ভিত্তি কৰি এই বাতৰি লিখা হৈছে৷ সবিশেষ জানিবৰ বাবে প্ৰফেচনেল জ্যোতিষীৰ সৈতে যোগাযোগ কৰক৷)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!
জীৱনশৈলী

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

August 24, 2026
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?
শিক্ষা

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

August 23, 2026
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

August 23, 2026
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?
জীৱনশৈলী

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

August 23, 2026
Next Post
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

iPhone পাব মাত্ৰ ৪০ হাজাৰ টকাত! বছৰৰ শেষ অফাৰত বৃহৎ ডিছকাউণ্ট

iPhone পাব মাত্ৰ ৪০ হাজাৰ টকাত! বছৰৰ শেষ অফাৰত বৃহৎ ডিছকাউণ্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.