• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈৰ ৰাশিফলঃ লক্ষ্মীবাৰে ধৃতি যোগ-অনুৰাধা নক্ষত্ৰ, মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

কাইলৈৰ ৰাশিফলঃ লক্ষ্মীবাৰে ধৃতি যোগ-অনুৰাধা নক্ষত্ৰ, মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

10 months ago
শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

11 minutes ago
মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

1 hour ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

Railway Bharti 2026: 12th উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

1 hour ago
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

3 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

3 hours ago
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

4 hours ago
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

4 hours ago
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

5 hours ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

6 hours ago
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

8 hours ago
সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

8 hours ago
এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ লক্ষ্মীবাৰে ধৃতি যোগ-অনুৰাধা নক্ষত্ৰ, মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

কাইলৈৰ ৰাশিফলঃ লক্ষ্মীবাৰে ধৃতি যোগ-অনুৰাধা নক্ষত্ৰ, মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

editor by editor
December 17, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কাইলৈৰ ৰাশিফলঃ লক্ষ্মীবাৰে ধৃতি যোগ-অনুৰাধা নক্ষত্ৰ, মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ১৮ ডিচেম্বৰ ২০২৫ বৃহস্পতিবাৰে চন্দ্ৰই বৃশ্চিক ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ পুহ মাহৰ কৃষ্ণা চতুৰ্দশী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব ধৃতি যোগ আৰু শূল যোগৰ প্ৰভাৱ৷ ইয়াৰোপৰি কাইলৈ থাকিব অনুৰাধা নক্ষত্ৰ আৰু জ্যেষ্ঠা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত বৃহস্পতিবাৰ হৈছে লক্ষ্মী আৰু নাৰায়ণৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

১৮ ডিচেম্বৰ মিথুন ৰাশিফল

কাইলৈ অনুৰাধা নক্ষত্ৰৰ প্ৰভাৱত আত্মীয় বা প্ৰতিবেশীৰ পৰা খুবেই ভাল কোনো খবৰ পাব মিথুন ৰাশিৰ জাতকে৷ ইয়াৰ ফলত আপোনাৰ মন আনন্দেৰে ভৰপুৰ থাকিব৷ বিৰোধীয়ে আপোনাক জব্দ কৰাৰ বাবে নানান চক্ৰান্ত কৰিব পাৰে৷ বিৰোধীৰ এই চেষ্টা আপুনি ব্যৰ্থ কৰি দিব পাৰিব৷ শত্ৰুৱে বৰং নিজৰ মাজতেই যুঁজ আৰম্ভ কৰি দিব৷

১৮ ডিচেম্বৰ সিংহ ৰাশিফল

সামাজিক কামত সক্ৰিয়ভাৱে অংশ লব পাৰে সিংহ ৰাশিৰ জাতকে৷ ধৃতি যোগৰ প্ৰভাৱত সমাজত আপোনাৰ জনপ্ৰিয়তা আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ কাইলৈ নাৰায়ণৰ আশীৰ্বাদত আত্মবিশ্বাস তুংগত থাকিব সিংহ ৰাশিৰ জাতকৰ৷ জীৱনসংগীৰ সৈতে ভুল বুজাবুজি থাকিলে দূৰ হব৷ সংগীৰ সৈতে সুন্দৰ স্থানলৈ ফুৰিবলৈ যাব পাৰে৷

১৮ ডিচেম্বৰ ধনু ৰাশিফল

লক্ষ্মীৰ কৃপাত কাইলৈ ১৮ ডিচেম্বৰত সম্পদ বৃদ্ধিৰ যোগ আছে ধনু ৰাশিৰ জাতকৰ৷ স্বাস্থ্য পূৰ্বতকৈ বহু পৰিমাণে উন্নত থাকিব৷ ধৃতি যোগৰ প্ৰভাৱত মোটা আৰ্থিক লাভৰ যোগ আছে ধনু ৰাশিৰ জাতকৰ সন্মুখত৷ কোনো পুৰণি অসুখৰ পৰা মুক্তি পাব পাৰে৷ সন্তানৰ ভৱিষ্যৎ সম্পৰ্কে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লব পাৰে৷

১৮ ডিচেম্বৰ বৃশ্চিক ৰাশিফল

কাইলৈ বৃহস্পতিবাৰে ইন্দ্ৰ যোগৰ শুভ প্ৰভাৱত যিকোনো কামত হাত দিলে তাতেই সাফল্য লাভ কৰিব মকৰ ৰাশিৰ জাতকে৷ নজৰকাঢ়ি লোৱা উন্নতি কৰিব পাৰে৷ সকলো কাম সম্পূৰ্ণ মনোযোগেৰে কৰিব মকৰ ৰাশিৰ জাতকে৷ আত্মবিশ্বাস তুংগত থাকিব৷ যি কামত হাত নিদিয়ক কিয় সাফল্য লাভ কৰিবই৷ আৰ্থিকভাৱেও উন্নতি কৰিব৷

১৮ ডিচেম্বৰ মীন ৰাশিফল

সন্তানৰ বিষয়ে ভাল খবৰ পোৱাৰ বাবে মনত আনন্দ থাকিব মীন ৰাশিৰ জাতকৰ৷ নীতি আৰু আদৰ্শবোধ অনড় থাকিব আৰু বেয়া কামৰ পৰা দূৰৈত থাকিব৷ ইয়াৰ ফলত প্ৰথমে সমস্যা হলেও শেষত জয় লাভ আপোনাৰেই হব৷ কৰোবাত বিনিয়োগ কৰিলে ভাল লাভ কৰিব পাৰে মীন ৰাশিৰ জাতকে৷ সংগীৰ সৈতে ভাল সময় কটাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!
জীৱনশৈলী

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

October 16, 2026
মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস
জীৱনশৈলী

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

October 16, 2026
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!
নিয়োগ

Railway Bharti 2026: 12th উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

October 16, 2026
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন
নিয়োগ

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

October 16, 2026
Next Post
বুমৰাহৰ ৮ বছৰীয়া পুৰণি ৰেকৰ্ড ভংগ, ইতিহাস ৰচিলে বৰুণ চক্ৰৱৰ্তীয়ে

বুমৰাহৰ ৮ বছৰীয়া পুৰণি ৰেকৰ্ড ভংগ, ইতিহাস ৰচিলে বৰুণ চক্ৰৱৰ্তীয়ে

শতিকাৰ দীৰ্ঘতম সূৰ্যগ্ৰহণ, ৬ মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব সকলো, কেতিয়া পাব দেখা

শতিকাৰ দীৰ্ঘতম সূৰ্যগ্ৰহণ, ৬ মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব সকলো, কেতিয়া পাব দেখা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.