• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শতিকাৰ দীৰ্ঘতম সূৰ্যগ্ৰহণ, ৬ মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব সকলো, কেতিয়া পাব দেখা

শতিকাৰ দীৰ্ঘতম সূৰ্যগ্ৰহণ, ৬ মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব সকলো, কেতিয়া পাব দেখা

9 months ago
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

14 minutes ago
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

1 hour ago
Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

2 hours ago
মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

3 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

3 hours ago
বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

3 hours ago
একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

4 hours ago
সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

4 hours ago
বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

5 hours ago
বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

5 hours ago
শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

6 hours ago
Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শতিকাৰ দীৰ্ঘতম সূৰ্যগ্ৰহণ, ৬ মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব সকলো, কেতিয়া পাব দেখা

editor by editor
December 17, 2025
in জীৱনশৈলী, বিজ্ঞান, বিনোদন, বিশ্ব
0
শতিকাৰ দীৰ্ঘতম সূৰ্যগ্ৰহণ, ৬ মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব সকলো, কেতিয়া পাব দেখা
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শতিকাৰ দীৰ্ঘতম সূৰ্যগ্ৰহণ, ৬ মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব সকলো, কেতিয়া পাব দেখা

২০২৭ চনত হ’বলৈ গৈ আছে ইতিহাসৰ এক অতিকে বিৰল ঐতিহাসিক ক্ষণ। যি ক্ষণৰ সাক্ষী হৈ ৰ’ব সকলো। কিয়নো ২০২৭ চনত হ’বলৈ গৈ আছে এক বিৰল মহাজাগতিক ঘটনা। শতিকাৰ দীৰ্ঘতম সূৰ্যগ্ৰহণৰ সাক্ষী হ’বলৈ গৈ আছে সকলো।

মুঠ ৬ মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব সকলো। এনে সূৰ্যগ্ৰহণ পূৰ্বে কেতিয়াও হোৱা নাছিল আৰু পৰৱৰ্তী ১০০ বছৰলৈ এনে নহয়।

পাছে কেতিয়া হ’বলৈ গৈ আছে এই মহাজাগতিক পৰিঘটনা! ২০২৭ চনৰ ২ আগষ্ট তাৰিখে শাওণ অমাবস্যাৰ দিনা এই সূৰ্যগ্ৰহণ হব। অৱশ্যে প্ৰতিবছৰেই সূৰ্যগ্ৰহণ লাগে যদিও ২০২৭ চনৰ এই গ্ৰহণ ইয়াৰ দীৰ্ঘসময়ৰ বাবে বিশেষ চৰ্চালৈ আহিছে।

বৈজ্ঞানিকৰ ধাৰণা অনুসৰি, এই দীৰ্ঘতম গ্ৰহণ প্ৰায় ৬ মিনিট ২০ ছেকেণ্ডৰ বাবে থাকিব। যি ২১ শতিকাৰ বহু সময়লৈ হব লগা গ্ৰহণ বোৰৰ ভিতৰত অন্যতম।

সাধাৰণতে সূৰ্যগ্ৰহণ ২ ৰ পৰা ৩ মিনিটলৈ থাকে। কিন্তু ২০২৭ চনৰ এই গ্ৰহণ ৬ মিনিটৰো অধিক সময় থাকিব। যাৰ ফলত দিনৰ ভাগতে সন্ধিয়াৰ দৰে অন্ধকাৰ হৈ পৰিব ধৰা। গুৰুত্বপূৰ্ণ কথা যে, এই বিৰল গ্ৰহণ ভাৰতৰ পৰা প্ৰত্যক্ষ কৰাৰ সৌভাগ্য হব। সকলো ভাৰতবাসীয়েই দেখিবলৈ পাব এই শতিকাৰ দীৰ্ঘতম গ্ৰহণ।

ভাৰতীয় সময় অনুসৰি ২০২৭ চনৰ ২ আগষ্ট তাৰিখে দিনৰ ৩ বাজি ৩৪ মিনিটৰ পৰা এই গ্ৰহণ আৰম্ভ হব আৰু সন্ধিয়া ৫ বাজি ৫৩ বজাত সমাপ্ত হব। ৪ বাজি ৩০ মিনিটত গ্ৰহণৰ পূৰ্ণ পৰ্যায় চাবলৈ পাব।

ভাৰতৰ উপৰি এই বিৰল মহাজাগতিক ঘটনাৰ সাক্ষী হৈ ৰব উত্তৰ আফ্ৰিকা, মৰক্কো, আলজেৰিয়া, টিউনিছিয়া, লিবিয়া, আৰব, য়েমেন আৰু মিছৰৰ কিছু কিছু অংশ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!
জীৱনশৈলী

বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

September 21, 2026
একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?
বিনোদন

একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

September 21, 2026
সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?
বিশ্ব

সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

September 21, 2026
বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম
বিনোদন

বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

September 21, 2026
Next Post
NPSৰ নিয়মত কেইবাটাও ডাঙৰ পৰিবৰ্তন, NPSধাৰীয়ে এতিয়াৰে পৰা এবাৰতে উঠাব পাৰিব ৮০শতাংশ পৰ্যন্ত ধন, আৰু কি কি সালসলনি?

NPSৰ নিয়মত কেইবাটাও ডাঙৰ পৰিবৰ্তন, NPSধাৰীয়ে এতিয়াৰে পৰা এবাৰতে উঠাব পাৰিব ৮০শতাংশ পৰ্যন্ত ধন, আৰু কি কি সালসলনি?

জানুৱাৰী মাহত মহাযোগ! ৪ৰাশিৰ বাবে আশীৰ্বাদ, টকা পইছাৰ উন্নতিৰেই বছৰ আৰম্ভ হ’ব

জানুৱাৰী মাহত মহাযোগ! ৪ৰাশিৰ বাবে আশীৰ্বাদ, টকা পইছাৰ উন্নতিৰেই বছৰ আৰম্ভ হ’ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.