• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
NPSৰ নিয়মত কেইবাটাও ডাঙৰ পৰিবৰ্তন, NPSধাৰীয়ে এতিয়াৰে পৰা এবাৰতে উঠাব পাৰিব ৮০শতাংশ পৰ্যন্ত ধন, আৰু কি কি সালসলনি?

NPSৰ নিয়মত কেইবাটাও ডাঙৰ পৰিবৰ্তন, NPSধাৰীয়ে এতিয়াৰে পৰা এবাৰতে উঠাব পাৰিব ৮০শতাংশ পৰ্যন্ত ধন, আৰু কি কি সালসলনি?

4 months ago
ভাৰতীয় ৰে’লবিভাগে বিশেষভাৱে সক্ষম লোকৰ বাবে আনিছে নতুন নিয়ম, কি কি লাভলাভ পাব তেওঁলোকে?

ভাৰতীয় ৰে’লবিভাগে বিশেষভাৱে সক্ষম লোকৰ বাবে আনিছে নতুন নিয়ম, কি কি লাভলাভ পাব তেওঁলোকে?

2 hours ago
ভাগ্যৰ চকা ঘূৰিব ৪০ বছৰৰ পাছতহে! এই ৩ মূল্যাংকৰ জাতক ৪০ৰ পাছতহে কোটিপতি হয়

ভাগ্যৰ চকা ঘূৰিব ৪০ বছৰৰ পাছতহে! এই ৩ মূল্যাংকৰ জাতক ৪০ৰ পাছতহে কোটিপতি হয়

2 hours ago
বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

3 hours ago
এটা দুটা নহয় ৩০টাকৈ শিশুৰ জীৱন ৰক্ষা কৰিলে এটা পথৰ কুকুৰে, শিশুকেইটিৰ জীৱন ৰক্ষাৰ বাবে প্ৰাণ দিয়া এটা বিশেষ কুকুৰক লৈ দেশজুৰি চৰ্চা, ক’ত এই ঘটনা?

এটা দুটা নহয় ৩০টাকৈ শিশুৰ জীৱন ৰক্ষা কৰিলে এটা পথৰ কুকুৰে, শিশুকেইটিৰ জীৱন ৰক্ষাৰ বাবে প্ৰাণ দিয়া এটা বিশেষ কুকুৰক লৈ দেশজুৰি চৰ্চা, ক’ত এই ঘটনা?

3 hours ago
ক্ৰান্তিবৃত্ত পৰিবৰ্তন কৰিব বুধে, বাঢ়িব সম্পদ, ব্যৱসায়তো আকাশলংঘী সাফল্য পাব এই ৪ৰাশিয়ে

ক্ৰান্তিবৃত্ত পৰিবৰ্তন কৰিব বুধে, বাঢ়িব সম্পদ, ব্যৱসায়তো আকাশলংঘী সাফল্য পাব এই ৪ৰাশিয়ে

4 hours ago
মোটা অংকৰ দৰমহা, আছিল নিশ্চিত কেৰিয়াৰ! চাকৰি এৰি কিয় বলীউডলৈ আহিল, বিকি, জন, তাপসীৰ দৰে এইসকল অভিনেতা?

মোটা অংকৰ দৰমহা, আছিল নিশ্চিত কেৰিয়াৰ! চাকৰি এৰি কিয় বলীউডলৈ আহিল, বিকি, জন, তাপসীৰ দৰে এইসকল অভিনেতা?

4 hours ago
বিনোদন জগতলৈ আকৌ দুঃসংবাদ! ৩০ বছৰ বয়সতে পৃথিৱীৰ পৰা বিদায় ল’লে জনপ্ৰিয় অভিনেত্ৰী দিব্যাংকাই

বিনোদন জগতলৈ আকৌ দুঃসংবাদ! ৩০ বছৰ বয়সতে পৃথিৱীৰ পৰা বিদায় ল’লে জনপ্ৰিয় অভিনেত্ৰী দিব্যাংকাই

4 hours ago
কেৰিয়াৰত লাভৰ যোগ, মে মাহৰ সকলোতকৈ ভাগ্যবান ৫ৰাশি কি কি?

কেৰিয়াৰত লাভৰ যোগ, মে মাহৰ সকলোতকৈ ভাগ্যবান ৫ৰাশি কি কি?

5 hours ago
নিশাটো পাৰ হ’লেই গংগা সপ্তমী, এই দিনটোতেই গজকেশৰী যোগো, অন্ধকাৰ ভেদি জিলিকি উঠিব এই ৪ৰাশি

নিশাটো পাৰ হ’লেই গংগা সপ্তমী, এই দিনটোতেই গজকেশৰী যোগো, অন্ধকাৰ ভেদি জিলিকি উঠিব এই ৪ৰাশি

6 hours ago
গুৰুবাৰে দেৱী লক্ষ্মীৰ কৃপা আছে ৫ৰাশিত, বৃহৎ লাভৰ যোগ কাৰ কাৰ?

গুৰুবাৰে দেৱী লক্ষ্মীৰ কৃপা আছে ৫ৰাশিত, বৃহৎ লাভৰ যোগ কাৰ কাৰ?

6 hours ago
বালেন্দ্ৰ শ্বাহ চৰকাৰৰ ২৬দিন নৌহওঁতেই দুগৰাকীকৈ মন্ত্ৰীয়ে এৰিলে মন্ত্ৰীসভা, কিয় পদত্যাগ কৰিলে গৃহমন্ত্ৰী ছুডান গুৰুঙে?

বালেন্দ্ৰ শ্বাহ চৰকাৰৰ ২৬দিন নৌহওঁতেই দুগৰাকীকৈ মন্ত্ৰীয়ে এৰিলে মন্ত্ৰীসভা, কিয় পদত্যাগ কৰিলে গৃহমন্ত্ৰী ছুডান গুৰুঙে?

7 hours ago
কেইটামান দিনৰ পিছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব কোনে কোনে?

কেইটামান দিনৰ পিছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব কোনে কোনে?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

NPSৰ নিয়মত কেইবাটাও ডাঙৰ পৰিবৰ্তন, NPSধাৰীয়ে এতিয়াৰে পৰা এবাৰতে উঠাব পাৰিব ৮০শতাংশ পৰ্যন্ত ধন, আৰু কি কি সালসলনি?

NPSৰ নিয়মত কেইবাটাও ডাঙৰ পৰিবৰ্তন, NPSধাৰীয়ে এতিয়াৰে পৰা এবাৰতে উঠাব পাৰিব ৮০শতাংশ পৰ্যন্ত ধন, আৰু কি কি সালসলনি?

editor by editor
December 17, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
NPSৰ নিয়মত কেইবাটাও ডাঙৰ পৰিবৰ্তন, NPSধাৰীয়ে এতিয়াৰে পৰা এবাৰতে উঠাব পাৰিব ৮০শতাংশ পৰ্যন্ত ধন, আৰু কি কি সালসলনি?
0
SHARES
535
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জাতীয় পেঞ্চন ব্যৱস্থা NPSত কেইবাটাও সালসলনি আনিছে পেঞ্চন তহবিল নিয়ন্ত্ৰক আৰু উন্নয়ন কৰ্তৃপক্ষই৷ বেচৰকাৰী কৰ্মচাৰীৰ অৱসৰ গ্ৰহণৰ সময় তেওঁলোকৰ অৱসৰ ফাণ্ডৰ ৮০শতাংশ এককালীনভাৱেই তুলি ল’ব পাৰিব৷ ২০ শতাংশ এনিউটি ক্ৰয়ৰ বাবে ৰাখিব লাগিব৷ ইয়াৰ পূৰ্বে ৬০ শতাংশ পৰিমাণ এককালীনভাৱে উঠাই লব পৰাৰ অনুমতি আছিল আৰু ৪০শতাংশ বাৰ্ষিকী ক্ৰয় বাধ্যতামূলক আছিল৷

PFRDA ৰ জাৰি কৰা এই নিয়ম ২০২৫ চনৰ ডিচেম্বৰৰ পৰা কাৰ্যকৰ হোৱা বুলি বিবেচিত হব৷ অৰ্থাৎ যদি কোনো বেচৰকাৰী কৰ্মচাৰীয়ে এতিয়া অৱসৰ গ্ৰহণ কৰে আৰু এজন NPS গ্ৰাহক হয় তেতিয়া তেওঁৰ এককালীন অৰ্থৰ ৮০ শতাংশ তুলি লব পাৰিব৷ কেৱল ২০শতাংশ পৰিমাম বাৰ্ষিকী ক্ৰয়ৰ বাবে ৰাখিব লাগিব৷ এই ২০শতাংশৰ পৰা আপুনি মাহিলী পেঞ্চন লাভ কৰিব৷

সংশোধিত নিয়মসমূহ অল চিটিজেন মডেল আৰু কৰ্পোৰেট এন পি এছৰ আওঁতাভুক্ত কৰ্মীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য৷ ই বেচৰকাৰী কৰ্মীসকলৰ বাবে এক উল্লেখযোগ্য স্বস্তি৷ পূৰ্বে কৰ্মচাৰীয়ে তেওঁলোকৰ অৱসৰ পৰবৰ্তী সঞ্চয়ৰ এক উল্লেখযোগ্য অংশ পেঞ্চনৰ বাবে বাৰ্ষিকী ক্ৰয়ৰ বাবে ব্যয় কৰিছিল৷

এনুইটি শ্বেয়াৰ কমাই ২০শতাংশ কৰা হৈছে৷

পূৰ্বে কৰ্মীসকলে তেওঁলোকৰ সঞ্চয়ৰ ৪০শতাংশ এনুইটিত বিনিয়োগ কৰিব লাগিছিল৷ তাৰপিছত এই পৰিমাণৰ ওপৰত ভিত্তি কৰি পেঞ্চন লাভ কৰিব৷ এতিয়া সেয়া কমাই ২০শতাংশ কৰা হৈছে৷ ইয়াৰ অৰ্থ হৈছে পেঞ্চনৰ পৰিমাণ পূৰ্বৰ তুলনাত কম হব৷ ই অৱসৰ গ্ৰহণৰ পাছত নিয়মিত পেঞ্চন আয় প্ৰদান কৰে৷ অন্যহাতে অৱশিষ্ট মুলধন এককালীন হিচাপে তুলি লব পাৰে৷ এই নিয়মটো এনে ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য যিয়ে NPSৰ অধীনত নূন্যতম ১৫ বছৰ পূৰ্ণ কৰিছে আৰু ৬০ বছৰ বয়স পূৰ্ণ কৰিছে অথৱা চাকৰিৰ চৰ্তাৱলী অনুসৰি অৱসৰ গ্ৰহণ কৰিছে৷

NPS তোলাৰ নিয়ম- কোনে কিমান টকা তুলিব পাৰিব?

এই নিয়ম পৰিবৰ্তনৰ লগে লগে NPS গ্ৰাহকৰ বাবে নিয়ম পৰিবৰ্তিত হৈছে৷ বিভিন্নধৰণে এই ধন আপুনি তুলিব পাৰে৷ কোনে কিমান টকা তুলিব পাৰিব আৰু কোনে এনুইটি কিনিব পাৰিব তাৰো আছে বিশেষ নিয়ম৷

যদি কোনো গ্ৰাহকৰ মুঠ পৰিমাণ ৮ লাখ টকাৰ কম থাকে তেতিয়া সম্পূৰ্ণ পৰিমাণৰ টকা তুলি লব পাৰিব আৰু বাৰ্ষিকী ক্ৰয়ৰ বিকল্প তেওঁলোকৰ বাবে ঐচ্ছিক হব৷ যদি মুঠ পৰিমাণ ৮ লাখ টকাৰ পৰা ১২ লাখ টকাতকৈ কম থাকে তেতিয়া সৰ্বোচ্চ এককালীন ধনৰ সীমা ৬লাখ টকা৷ বাকী পৰিমাণ বাৰ্ষিকী ক্ৰয়ৰ বাবে অথৱা ৬ বছৰ পৰ্যন্ত পদ্ধতিগতভাৱে ইউনিট উত্তোলনৰ বাবে ব্যৱহাৰ কৰিব পাৰে৷ যদি মুঠ পৰিমাণ ১২ লাখ টকাতকৈ বেছি হয় তেতিয়া এই পৰিমাণৰ কমপক্ষেও ২০ শতাংশ বাৰ্ষিকী ক্ৰয়ৰ বাবে ব্যৱহাৰ কৰা হব৷ বাকী থকা ৮০শতাংশ উঠাই লব পাৰিব বিনিয়োগকাৰীয়ে৷

৬০ বছৰ বয়সৰ পূৰ্বে টকা তোলাৰ নিয়ম

যদি কোনো গ্ৰাহকে ৬০ বছৰ বয়সৰ পূৰ্বে এই পেঞ্চন স্কিমৰ পৰা বাহিৰলৈ ওলাই আহিব খোজে আৰু ৫লাখ টকা জমা থাকে তেন্চে তেওঁ NPS একাউণ্টৰ পৰা সম্পূৰ্ণ ধন তুলি লব পাৰিব৷ যদি জমাৰ পৰিমাণ ৫লাখতকৈ বেছি হয় তেতিয়া ২০শতাংশ এককালীনভাৱে উঠাই লব পাৰিব৷ বাকী ৮০ শতাংশ বাৰ্ষিকীৰ বাবে জমা থাকিব৷

৬০ বছৰ বা তাতকৈ বেছি বয়সৰ NPSত যোগদানকাৰীসকলৰ বাবে নিয়ম

এই গ্ৰাহকৰ বাবে জমা টকাৰ পৰিমান ১২ লাখ টকাতকৈ কম হলে ১০০ শতাংস এককালীন অৰ্থ প্ৰদান অনুমোদিত৷ বাৰ্ষিকী ক্ৰয়ৰ কোনো প্ৰয়োজন নাই৷ যদি বেলেন্স ১২ লাখ টকাতকৈ বেছি হয় তেতিয়া এককালীন ৮০শতাংশ পৰ্যন্ত তুলিব পাৰিব৷ কমপক্ষেও ২০শতাংশ বাৰ্ষিকীত বিনিয়োগ কৰিব পাৰে৷ গ্ৰাহকৰ মৃত্যুৰ ক্ষেত্ৰত APW ৰ ১০০ শতাংশ পৰ্যন্ত নমিনিক দিব পাৰে আৰু বাৰ্ষিকী ক্ৰয়ৰো বিকল্প আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতীয় ৰে’লবিভাগে বিশেষভাৱে সক্ষম লোকৰ বাবে আনিছে নতুন নিয়ম, কি কি লাভলাভ পাব তেওঁলোকে?
জীৱনশৈলী

ভাৰতীয় ৰে’লবিভাগে বিশেষভাৱে সক্ষম লোকৰ বাবে আনিছে নতুন নিয়ম, কি কি লাভলাভ পাব তেওঁলোকে?

April 22, 2026
ভাগ্যৰ চকা ঘূৰিব ৪০ বছৰৰ পাছতহে! এই ৩ মূল্যাংকৰ জাতক ৪০ৰ পাছতহে কোটিপতি হয়
জীৱনশৈলী

ভাগ্যৰ চকা ঘূৰিব ৪০ বছৰৰ পাছতহে! এই ৩ মূল্যাংকৰ জাতক ৪০ৰ পাছতহে কোটিপতি হয়

April 22, 2026
বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?
জীৱনশৈলী

বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

April 22, 2026
এটা দুটা নহয় ৩০টাকৈ শিশুৰ জীৱন ৰক্ষা কৰিলে এটা পথৰ কুকুৰে, শিশুকেইটিৰ জীৱন ৰক্ষাৰ বাবে প্ৰাণ দিয়া এটা বিশেষ কুকুৰক লৈ দেশজুৰি চৰ্চা, ক’ত এই ঘটনা?
জীৱনশৈলী

এটা দুটা নহয় ৩০টাকৈ শিশুৰ জীৱন ৰক্ষা কৰিলে এটা পথৰ কুকুৰে, শিশুকেইটিৰ জীৱন ৰক্ষাৰ বাবে প্ৰাণ দিয়া এটা বিশেষ কুকুৰক লৈ দেশজুৰি চৰ্চা, ক’ত এই ঘটনা?

April 22, 2026
Next Post
জানুৱাৰী মাহত মহাযোগ! ৪ৰাশিৰ বাবে আশীৰ্বাদ, টকা পইছাৰ উন্নতিৰেই বছৰ আৰম্ভ হ’ব

জানুৱাৰী মাহত মহাযোগ! ৪ৰাশিৰ বাবে আশীৰ্বাদ, টকা পইছাৰ উন্নতিৰেই বছৰ আৰম্ভ হ’ব

দৈনিক ৰাশিফল, আজি কলা নিধি যোগৰ বাবে মেষৰ লগতে ৪ ৰাশিৰ জীৱনলৈ আহিব সোণালী সুযোগ

দৈনিক ৰাশিফল, আজি কলা নিধি যোগৰ বাবে মেষৰ লগতে ৪ ৰাশিৰ জীৱনলৈ আহিব সোণালী সুযোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.