• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ

বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ

2 months ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

3 minutes ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

36 minutes ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

1 hour ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

1 hour ago
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

2 hours ago
ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

3 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

3 hours ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

4 hours ago
যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

4 hours ago
কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

23 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

24 hours ago
স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ

বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ

editor by editor
January 3, 2026
in ক্ৰীড়া, জীৱনশৈলী
0
বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ
0
SHARES
120
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাংলাদেশৰ বলাৰ মুস্তাফিজুৰ ৰহমানে খেলিব নোৱাৰিব আই পিএল৷ কলকাতা নাইট ৰাইডাৰ্ছ কৰ্তৃপক্ষক এই নিৰ্দেশ দিছে ভাৰতীয় ক্ৰিকেট বৰ্ডে৷ পৰিবৰ্তে অন্য কোনো ক্ৰিকেটাৰক চহী কৰোৱাৰ সুযোগ পাব কে কে আৰ কৰ্তৃপক্ষই৷ মুস্তাফিজুৰক এৰিবলৈ নিৰ্দেশ দিছে বিচিচিআইৰ সচিব দেৱজিত লন শইকীয়াই৷

ভাৰত-বাংলাদেশৰ বৰ্তমানৰ খামখেয়ালীৰ প্রভাৱ পৰিছে আইপিএলতো! আগন্তুক আই  পি এলত বাংলাদেশৰ একমাত্ৰ ক্ৰিকেটাৰ হিচাপে খেলাৰ কথা আছিল মুস্তাফিজুৰৰ৷ নিলামত তেওঁক ৯ কোটি ২০ লাখ টকাও দিছিল কে কে আৰ কৰ্তৃপক্ষই৷ আই পি এলৰ অন্যতম সফল বলাৰ মুস্তাফিজুৰ৷ বাংলাদেশৰ বাওঁহতীয়া বলাৰ ডেথ অভাৰত নিয়ন্ত্ৰিত বোলিং কৰিব পাৰে৷ সেই কথা মূৰত ৰাখিয়েই দলৰ বোলিং শক্তিশালী কৰাৰ বাবে মুস্তাফিজুৰক দলত লৈছিল বেঙ্কি মাইছোৰে৷ কিন্তু বিচিচিআইৰ নিৰ্দেশৰ পাছত তেওঁক খেলাব নোৱাৰিব শ্বাহৰুখ খানৰ দলে৷

পৰিবৰ্তে অৱশ্যে অন্যান্য কাৰোবাক চহী কৰাব পাৰিব কেকেআৰে৷ বিদেশী ক্ৰিকেটাৰকো ল’ব পাৰিব কেকেআৰে৷ দেৱজিৎ লন শইকীয়াই জনোৱা অনুসৰি, সাম্প্ৰতিক ঘটনাৱলিৰ কাৰণে বিচিচিআইয়ে আইপিএলৰ অন্যতম ফ্ৰেঞ্জাইজি কেকেআৰক এক নিৰ্দেশ দিছে৷ বাংলাদেশৰ ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক এৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷ কেকেআৰৰ পৰিবৰ্তে ক্ৰিকেটাৰ ল’বলৈ আবেদন কৰিলে বোৰ্ডে তেওঁলোকক অনুমতি দিব৷

২০০৮ চনত মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছৰে পৰা ভাৰত-পাকিস্তান দ্বিপাক্ষিক ক্ৰিকেট সম্পৰ্কে কোৱাৰ প্ৰয়োজন নাই৷ ২০০৯ চনৰ পৰাই পাকিস্তানৰ ক্ৰিকেটাৰৰ বাবে আই পিএলৰ দুৱাৰ বন্ধ কৰি দিছে বিচিচিআইয়ে৷ বিগত বছৰ পহেলগ্ৰামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত অপাৰেছন সেন্দূৰে  ভাৰত-পাক ক্ৰিকেট সম্পৰ্কক আৰু জটিল কৰি তুলিছে৷ বাংলাদেশৰ ক্ৰিকেটাৰসকলৰ ক্ষেত্ৰতো তেন্তে একেই অৱস্থান লৈছে নেকি বি চিচিআইয়ে?

মুস্তাফিজুৰক এৰি দিয়াৰ নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত এই প্ৰশ্ন তৈয়াৰ হৈছে ক্ৰিকেটপ্ৰেমীসকলৰ একাংশৰ মনত৷ বাংলাদেশৰ ক্ৰিকেটাৰসকলৰ ক্ষেত্ৰত এই সিদ্ধান্ত সাময়িক নে দীৰ্ঘম্যাদি সেয়া অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই৷ শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছতেই দুই দেশৰ দ্বিপাক্ষিক সম্পৰ্কত কিছু শিথিলতা আহিছে৷ শেহতীয়াকৈ বাংলাদেশত ৩জনকৈ হিন্দু যুৱকক হত্যাও কৰা হৈছে৷ বাংলাদেশত সংখ্যালঘুৰ হিন্দুৰ ওপৰত অত্যাচাৰ বৃদ্ধিৰ বিৰুদ্ধে সোচ্চাৰ হৈছে কেন্দ্ৰৰ শাসক বিজেপিসহ কেইবাটাও দল৷ তাৰপিছতেই আই পি এলত বাংলাদেশৰ ক্ৰিকেটাৰ লোৱাক লৈ প্ৰতিবাদ আৰম্ভ হৈছিল৷ কেকেআৰক বয়কট কৰাৰো দাবী উঠিছিল কেইবাটাও মহলৰ পৰা৷ সকলো মিলি ক্ৰমশ চাপ বাঢ়ে বোৰ্ড আৰু কেকেআৰ কৰ্তাসকলৰ ওপৰত৷

বিতৰ্ক আৰু চাপৰ মুখত পৰিয়েই শুকুৰবাৰে প্ৰথমে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল বিচিচিআইয়ে৷ বোৰ্ডৰ এগৰাকী কৰ্তাই সৰ্বভাৰতীয় এক সংবাদমাধ্যমক কৈছে, ‘বিষয়টো আমাৰ হাতত নাই৷ বাংলাদেশৰ ক্ৰিকেটাৰে আইপিএল খেলিব নোৱাৰিব এনে কোনো নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰে আমাক দিয়া নাই৷ সেয়ে এই বিষয়ক লৈ মন্তব্য কৰা সম্ভৱ নহয়৷’ এই মন্তব্যৰ পাছতেই আকৌ শনিবাৰে পুৱা বিচিচিআইয়ে মুস্তাফিজুৰৰ আইপিএল খেলাক লৈ অৱস্থান স্পষ্ট কৰি দিয়ে৷ বোৰ্ডৰ এই সিদ্ধান্তৰ ফলত আগন্তুক আই পি এলত পাকিস্তানৰ দৰে বাংলাদেশৰো কোনো ক্ৰিকেটাৰক দেখা নাযাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 11, 2026
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?
জীৱনশৈলী

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

March 11, 2026
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই
জীৱনশৈলী

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

March 11, 2026
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?
জীৱনশৈলী

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

March 11, 2026
Next Post
শনিদেৱৰ কৃপাত ৫ৰাশিৰ অৰ্থসুখ বাঢ়িব, বছৰৰ প্ৰথম শনিবাৰৰ পৰাই সুখৰ মুখ দেখিব কোন কোন ৰাশিৰ জাতকে?

শনিদেৱৰ কৃপাত ৫ৰাশিৰ অৰ্থসুখ বাঢ়িব, বছৰৰ প্ৰথম শনিবাৰৰ পৰাই সুখৰ মুখ দেখিব কোন কোন ৰাশিৰ জাতকে?

জুবিন গাৰ্গৰ সৈতে এনে কাম কৰিও তেওঁলোকৰ মুখত মই কোনো অনুশোচনা দেখা নাই, অসুৰ বধ হ’বই লাগিবঃ গৰিমা শইকীয়া গাৰ্গ

জুবিন গাৰ্গৰ সৈতে এনে কাম কৰিও তেওঁলোকৰ মুখত মই কোনো অনুশোচনা দেখা নাই, অসুৰ বধ হ’বই লাগিবঃ গৰিমা শইকীয়া গাৰ্গ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.