• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেইবা দশকৰ পাছত মকৰ সংক্ৰান্তিত শনি-শুক্ৰৰ বিশেষ যোগ, ৩দিনত ভাগ্য ঘূৰিব এই ৪ৰাশিৰ জাতকৰ

কেইবা দশকৰ পাছত মকৰ সংক্ৰান্তিত শনি-শুক্ৰৰ বিশেষ যোগ, ৩দিনত ভাগ্য ঘূৰিব এই ৪ৰাশিৰ জাতকৰ

6 months ago
আগন্তুক ২৪ ঘণ্টা আপোনাৰ কেনে যাব?

আগন্তুক ২৪ ঘণ্টা আপোনাৰ কেনে যাব?

18 minutes ago
মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

13 hours ago
কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা

কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা

13 hours ago
আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়

আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়

14 hours ago
ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

14 hours ago
এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

15 hours ago
‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ

‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ

16 hours ago
১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

17 hours ago
কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

18 hours ago
সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

19 hours ago
চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

19 hours ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেইবা দশকৰ পাছত মকৰ সংক্ৰান্তিত শনি-শুক্ৰৰ বিশেষ যোগ, ৩দিনত ভাগ্য ঘূৰিব এই ৪ৰাশিৰ জাতকৰ

কেইবা দশকৰ পাছত মকৰ সংক্ৰান্তিত শনি-শুক্ৰৰ বিশেষ যোগ, ৩দিনত ভাগ্য ঘূৰিব এই ৪ৰাশিৰ জাতকৰ

editor by editor
January 12, 2026
in জীৱনশৈলী
0
কেইবা দশকৰ পাছত মকৰ সংক্ৰান্তিত শনি-শুক্ৰৰ বিশেষ যোগ, ৩দিনত ভাগ্য ঘূৰিব এই ৪ৰাশিৰ জাতকৰ
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৪ জানুৱাৰীত মকৰ সংক্ৰান্তি৷ ১৫ জানুৱাৰীত শনিৰ সৈতে ৬০ ডিগ্ৰী কোণত অৱস্থান কৰিব শুক্ৰই৷ শুক্ৰ-শনিৰ এই সংযোগে তৈয়াৰ কৰিছে বিশেষ লাভ দৃষ্টি যোগ৷ জ্যোতিষশাস্ত্ৰত এই যোগক অত্যন্ত শুভ যোগ বুলি কোৱা হয়৷ প্ৰায় কেইবা দশক পাছত মকৰ সংক্ৰান্তিত এনে এক শুভ যোগ তৈয়াৰ হৈছে৷ যিয়ে বৃষ আৰু তুলাসহ চাৰিটা ৰাশিৰ বাবে অত্যন্ত শুভ হ’ব?

বৃষ ৰাশি

বৃষ ৰাশিৰ ওপৰত শুক্ৰ কৰ্তৃক্ত কৰে৷ শনিৰ সৈতে সংযোগত লাভ দৃষ্টি যোগ তৈয়াৰ হলে তাৰ সুফল পাব বৃষ ৰাশিৰ জাতকে৷ এই যোগৰ শুভ ফলত আৰ্থিক উন্নতি, পদোন্নতি, বিলাসিতা বৃদ্ধি পাব৷ সমাজত সন্মান বৃদ্ধি পাব৷ জীৱনলৈ নানান ইতিবাচক পৰিবৰ্তন আহিব পাৰে৷ আপোনাৰ কামৰ প্ৰশংসা পাব৷

তুলা ৰাশি

তুলা ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ৷ শনি আৰু শুক্ৰৰ এই শুভ সংযোগে তুলা ৰাশিৰ অবিবাহিত জাতকৰ বিবাহৰ কথা পাক্কা হব৷ আপোনাৰ মৰ্যদা বৃদ্ধি পাব৷ দীৰ্ঘদিনৰ কঠোৰ পৰিশ্ৰম ফলপ্ৰসূ হব৷ আপোনাৰ ব্যক্তিত্বই অন্যৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব৷

 মকৰ ৰাশি

মকৰ ৰাশিৰ অধিপতি শনি৷ শনি আৰু শুক্ৰৰ এই সংযোগে তৈয়াৰ কৰা লাভ দৃষ্টি যোগ মকৰ ৰাশিৰ জাতকৰ বাবেও শুভ হব৷ কৰ্মজীৱন আৰু শিক্ষাক্ষেত্ৰত সাফল্য লাভৰ সম্ভাৱনা আছে৷ বিদেশ ভ্ৰমণৰ সুযোগ আহিব পাৰে৷ সম্পদ বৃদ্ধি পাব৷ পৈতৃক সম্পত্তিৰ কাৰণে লাভৱান হব৷ নতুন সম্পত্তি ক্ৰয়ৰ সম্ভাৱনা আছে৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ শনি৷ শুক্ৰ শনিৰ লাভ দৃষ্টি যোগে এই জাতকৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব৷ আপোনাৰ বুদ্ধি আৰু বিচক্ষণতাৰ স্বীকৃতি পাব৷ আপোনাৰ প্ৰেম জীৱন সুখৰ হব৷ সংগীৰ সৈতে ঘনিষ্ঠতা বাঢ়িব৷ ৰাজনীতি বা সামাজিক কামৰ সৈতে জড়িতসকলে উচ্চপদ লাভ কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগন্তুক ২৪ ঘণ্টা আপোনাৰ কেনে যাব?
জীৱনশৈলী

আগন্তুক ২৪ ঘণ্টা আপোনাৰ কেনে যাব?

July 9, 2026
মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?
জীৱনশৈলী

মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

July 8, 2026
আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়
জীৱনশৈলী

আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়

July 8, 2026
এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক
জীৱনশৈলী

এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

July 8, 2026
Next Post
লিভাৰৰ সমস্যাৰ পৰাও হ’ব পাৰে ডাৰ্ক চাৰ্কেল, এই লক্ষণসমূহ দেখিলেই সাৱধান হওক

লিভাৰৰ সমস্যাৰ পৰাও হ’ব পাৰে ডাৰ্ক চাৰ্কেল, এই লক্ষণসমূহ দেখিলেই সাৱধান হওক

ভেনিজুৱেলাৰ অন্তৰ্বৰ্তীকালীন প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্প, নিজেই নিজকে ভেনিজুৱেলাৰ শাসক ঘোষণা কৰি কি কৈছে ট্ৰাম্পে?

ভেনিজুৱেলাৰ অন্তৰ্বৰ্তীকালীন প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্প, নিজেই নিজকে ভেনিজুৱেলাৰ শাসক ঘোষণা কৰি কি কৈছে ট্ৰাম্পে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.