• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লিভাৰৰ সমস্যাৰ পৰাও হ’ব পাৰে ডাৰ্ক চাৰ্কেল, এই লক্ষণসমূহ দেখিলেই সাৱধান হওক

লিভাৰৰ সমস্যাৰ পৰাও হ’ব পাৰে ডাৰ্ক চাৰ্কেল, এই লক্ষণসমূহ দেখিলেই সাৱধান হওক

8 months ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

39 minutes ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

2 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

2 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

3 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

3 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

3 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

4 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

4 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

6 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

6 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

7 hours ago
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

লিভাৰৰ সমস্যাৰ পৰাও হ’ব পাৰে ডাৰ্ক চাৰ্কেল, এই লক্ষণসমূহ দেখিলেই সাৱধান হওক

লিভাৰৰ সমস্যাৰ পৰাও হ’ব পাৰে ডাৰ্ক চাৰ্কেল, এই লক্ষণসমূহ দেখিলেই সাৱধান হওক

editor by editor
January 12, 2026
in জীৱনশৈলী
0
লিভাৰৰ সমস্যাৰ পৰাও হ’ব পাৰে ডাৰ্ক চাৰ্কেল, এই লক্ষণসমূহ দেখিলেই সাৱধান হওক
0
SHARES
221
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চকুৰ তলত কলা দাগ এতিয়া সাধাৰণ সমস্যা হৈ ঠিয় দিছে৷ টোপনিৰ অভাৱ, স্ক্ৰিণ টাইম বা ক্লান্তি ইয়াৰ মূল কাৰণ৷ ইয়াৰোপৰি অইন বিভিন্ন কাৰণত কলা দাগৰ কাৰণ হব পাৰে৷ স্বাস্থ্য বিশেষজ্ঞৰ মতে, সাধাৰণতে কোনো এক কাৰণত নহয়, বিভিন্ন কাৰণত এই কলা দাগে দেখা দিয়ে৷ ইয়াৰ কাৰণ হ’ব পাৰে লিভাৰৰ স্বাস্থ্যও৷

লিভাৰ আৰু ডাৰ্ক চাৰ্কোল

লিভাৰে সঠিকভাৱে কাম নকৰিলে বা অতিৰিক্ত চাপ থাকিলে, ইয়াৰ প্ৰভাৱ মুখৰ ওপৰত দেখা যায়৷ লিভাৰৰ কাম হৈছে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰি দিয়ে৷ যদি আপোনাৰ খাদ্যভাষ বেয়া হয় অথবা অতিৰিক্ত এলকহল খায় অথৱা পৰ্যাপ্ত টোপনি নহয় তেতিয়াই লিভাৰৰ সমস্যা হব পাৰে৷ ইয়াৰ ফলত নিস্তেজ, প্ৰাণহীন চেহেৰা আহে৷ চকুৰ তলত ক’লা দাগ আৰু স্পষ্ট হৈ পৰে৷

লিভাৰৰ বাবেই কেৱল ডাৰ্ক চাৰ্কেলৰ সমস্যা নহয়৷ বেছিভাগ মানুহৰ ক্ষেত্ৰত, অন্যান্য কাৰণতো এই সমস্যা হব পাৰে৷ যেনে জেনেটিক্স, স্ক্ৰিণ টাইম, ক্লান্তি আৰু পানীৰ অভাৱ৷

লিভাৰৰ ৰোগ

যদি ডাৰ্ক চাৰ্কেল লিভাৰৰ ৰোগৰ সৈতে সম্পৰ্কিত হয় তেতিয়া ইয়াৰ সৈতে অন্যান্য লক্ষণো থাকিব পাৰে৷ যেনে ম্লান আভা, চকুৰ তলত ফোলাভাৱ, অথৱা সামান্য হালধীয়াভাৱ৷ ঘনে ঘনে ক্লান্তি, শক্তিৰ অভাৱ বা হজমৰ সমস্যাও অনুভৱ কৰিব পাৰে৷ অন্যহাতে স্বাভাৱিক কলা দাগ সাধাৰণতে চকুৰ চাৰিওপাশে দেখা দিয়ে আৰু ভাল টোপনি, প্ৰচুৰ পানী খোৱা আৰু যত্নই এই সমস্যা কমাব পাৰে৷

ডাৰ্ক চাৰ্কেল কমোৱাৰ উপায়

প্ৰথম ধাপ হৈছে ইয়াৰ কাৰণসমূহ বুজি পোৱা৷ যদি ডাৰ্ক চাৰ্কেল পিগমেণ্টেছনৰ কাৰণে হয় তেন্তে আপুনি ভিটামিন চি, নিয়াচিনামাইড, কোজিক এছিড বা কেফেইনযুক্ত চকুৰ ক্ৰিম ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰোপৰি আপোনাৰ দৈনন্দিন অভ্যাসৰ দিশত মনোযোগ দিয়ক৷ ভাল টোপনি, প্ৰচুৰ পানী পান কৰক৷ ছানস্ক্ৰিণ লগাওক৷ চকুৰ তল মাছাজ কৰক৷ স্ক্ৰিণ টাইমো সীমিত কৰক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়
জীৱনশৈলী

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

August 25, 2026
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?
বাণিজ্য

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

August 25, 2026
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম
জীৱনশৈলী

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

August 25, 2026
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ
ভাৰত

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

August 25, 2026
Next Post
ভেনিজুৱেলাৰ অন্তৰ্বৰ্তীকালীন প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্প, নিজেই নিজকে ভেনিজুৱেলাৰ শাসক ঘোষণা কৰি কি কৈছে ট্ৰাম্পে?

ভেনিজুৱেলাৰ অন্তৰ্বৰ্তীকালীন প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্প, নিজেই নিজকে ভেনিজুৱেলাৰ শাসক ঘোষণা কৰি কি কৈছে ট্ৰাম্পে?

নিৰ্বাচনৰ প্ৰাকক্ষণত অসম বিজেপিত মোক্ষম আঘাত, সৰুপথাৰৰ জ্যেষ্ঠ বিজেপি নেতা জীৱন চুতীয়াৰ

নিৰ্বাচনৰ প্ৰাকক্ষণত অসম বিজেপিত মোক্ষম আঘাত, সৰুপথাৰৰ জ্যেষ্ঠ বিজেপি নেতা জীৱন চুতীয়াৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.