• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভেনিজুৱেলাৰ অন্তৰ্বৰ্তীকালীন প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্প, নিজেই নিজকে ভেনিজুৱেলাৰ শাসক ঘোষণা কৰি কি কৈছে ট্ৰাম্পে?

2 months ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

2 minutes ago
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

33 minutes ago
ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

2 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

3 hours ago
যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

22 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

23 hours ago
স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

24 hours ago
দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

1 day ago
মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভেনিজুৱেলাৰ অন্তৰ্বৰ্তীকালীন প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্প, নিজেই নিজকে ভেনিজুৱেলাৰ শাসক ঘোষণা কৰি কি কৈছে ট্ৰাম্পে?

ভেনিজুৱেলাৰ অন্তৰ্বৰ্তীকালীন প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্প, নিজেই নিজকে ভেনিজুৱেলাৰ শাসক ঘোষণা কৰি কি কৈছে ট্ৰাম্পে?

editor by editor
January 12, 2026
in বিবিধ, বিশ্ব
0
ভেনিজুৱেলাৰ অন্তৰ্বৰ্তীকালীন প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্প, নিজেই নিজকে ভেনিজুৱেলাৰ শাসক ঘোষণা কৰি কি কৈছে ট্ৰাম্পে?
0
SHARES
201
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পূৰ্বেই ট্ৰাম্পে জনাইছিল, ভেনিজুৱেলাক বছৰৰ পাছত বছৰ শাসন কৰিব পাৰে আমেৰিকাই৷ আৰু এইবাৰ সেই ধাপতেই আৰু এঢাপ আগুৱাই নিজকে ভেনিজুৱেলাৰ অন্তৰ্বৰ্তীকালীন প্ৰেছিডেণ্ট হিচাপে ঘোষণা কৰিলে ডোনাল্ড ট্ৰাম্পে৷ দেওবাৰে মাৰ্কিন প্ৰেছিডেণ্টে ছচিয়েল মিডিয়াত পোষ্ট কৰিছে এখন বিশেষ ফটো৷ তাতেই নিজকে ভেনিজুৱেলাৰ ভাৰপ্ৰাপ্ত প্ৰেছিডেণ্ট হিচাপে ঘোষণা কৰিছে ডোনাল্ড ট্ৰাম্পে৷

ট্ৰাম্পৰ এই পোষ্টৰ পাছতেই আকৌ বিতৰ্ক৷ ভেনিজুৱেলাৰ তেল খনিজৰ বাবেই এই এয়াৰষ্ট্ৰাইক আৰু ক্ৰমান্বয়ে মাৰ্কিন পদক্ষেপক লৈ বিশ্বজুৰি চৰ্চা চলিছে৷ বিগত ৩ জানুৱাৰীত ভেনিজুৱেলাই এয়াৰষ্ট্ৰাইক কৰি দেশৰ প্ৰেছিডেণ্ট নিকোলা মাদুৰোক ৰাজধানী কাৰাকাছৰ ছেফ হোমৰ পৰা আনি নিউয়ৰ্কত ৰাখিছে আমেৰিকাই৷ লগত তেওঁৰ পত্নীকো লৈ অনা হৈছে৷ বৰ্তমান মাদক গোচৰসহ একাধিক গোচৰত মাদুৰোক বিচাৰাধীন কৰি ৰখা হৈছে৷ আৰু এইসমূহৰ মাজত ভেনিজুৱেলাৰ অন্তৰ্বৰ্তীকালীন প্ৰেছিডেণ্ট হিচাপে নিজকে বহুৱাইছে ডোনাল্ড ট্ৰাম্পে৷

কিয় ভেনিজুৱেলাক নিজৰ দখলত ৰাখিছে ট্ৰাম্পে?

বিশেষজ্ঞই কৈছে বিপুল খনিজ তেলৰ ভাণ্ডাৰ ভেনিজুৱেলা৷ সেই খনিজ তেলতেই নজৰ ট্ৰাম্পৰ৷ ভেনিজুৱেলা এসময়ত বিশ্বৰ অন্যতম বৃহৎ তেল উৎপাদনকাৰী দেশ আছিল৷ OPEC অৰ্থাৎ অৰ্গেনাইজেছন অৱ পেট্ৰোলিয়াম এক্সপোৰ্টিং কান্ট্ৰিজৰ অন্যতম প্ৰতিষ্ঠাতা সদস্য৷ OPEC এনে এক জোঁট য’ত বিশ্বৰ ডাঙৰ ডাঙৰ তেল উৎপাদনকাৰী দেশ আছে আৰু যিসকলৰ সিদ্ধান্তই বিশ্বৰ বজাৰত তেলৰ দাম নিৰ্ধাৰণত ডাঙৰ ভূমিকা গ্ৰহণ কৰে৷ OPECৰ তথ্য অনুসৰি ভেনিজুৱেলাৰ কাষত বিশ্বৰ সকলোতকৈ বেছি তেল মজুত আছে৷ ইয়াৰোপৰি ভেনিজুৱেলাত আছে সোণৰ খনিও৷ ফলত সকলো মিলি ভেনিজুৱেলাৰ দখল যে আমেৰিকাই নিজৰ ওচৰত ৰাখিব সেয়া পূৰ্বেই স্পষ্ট হৈ আছিল৷ কাৰ্যক্ষেত্ৰতো সেয়ে সেই কামেই কৰিলে ট্ৰাম্পে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ
জীৱনশৈলী

March 11, 2026
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

March 11, 2026
যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ
জীৱনশৈলী

যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

March 11, 2026
কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

March 10, 2026
Next Post
নিৰ্বাচনৰ প্ৰাকক্ষণত অসম বিজেপিত মোক্ষম আঘাত, সৰুপথাৰৰ জ্যেষ্ঠ বিজেপি নেতা জীৱন চুতীয়াৰ

মকৰ সংক্ৰান্তিত সূৰ্য আৰু শনিদেৱৰ কৃপা, লাভৱান হ’ব এই ৩ৰাশিৰ জাতক-জাতিকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন