• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মকৰ সংক্ৰান্তিত সূৰ্য আৰু শনিদেৱৰ কৃপা, লাভৱান হ’ব এই ৩ৰাশিৰ জাতক-জাতিকা

মকৰ সংক্ৰান্তিত সূৰ্য আৰু শনিদেৱৰ কৃপা, লাভৱান হ’ব এই ৩ৰাশিৰ জাতক-জাতিকা

8 months ago
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

50 seconds ago
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

37 minutes ago
‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

56 minutes ago
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

2 hours ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

2 hours ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

3 hours ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

4 hours ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

6 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

7 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

7 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

8 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মকৰ সংক্ৰান্তিত সূৰ্য আৰু শনিদেৱৰ কৃপা, লাভৱান হ’ব এই ৩ৰাশিৰ জাতক-জাতিকা

মকৰ সংক্ৰান্তিত সূৰ্য আৰু শনিদেৱৰ কৃপা, লাভৱান হ’ব এই ৩ৰাশিৰ জাতক-জাতিকা

editor by editor
January 12, 2026
in জীৱনশৈলী
0
মকৰ সংক্ৰান্তিত সূৰ্য আৰু শনিদেৱৰ কৃপা, লাভৱান হ’ব এই ৩ৰাশিৰ জাতক-জাতিকা
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দু পঞ্জিকাত মকৰ সংক্ৰান্তিৰ বিশেষ তাৎপৰ্য আছে৷ এই উৎসৱ পালিত হয় যেতিয়া সূৰ্যদেৱে ধনু ৰাশি ত্যাগ কৰি শনিৰ ৰাশি মকৰত প্ৰৱেশ কৰিছে৷ এই সৌৰ গোচৰ ১৪ জানুৱাৰী বুধবাৰে ঘটিব৷ যাৰ বাবে এই দিনটোত দেশজুৰি পবিত্ৰ মকৰ সংক্ৰান্তিৰ উৎসৱ পালিত হ’ব৷ এই শুভ উৎসৱ উপলক্ষে ভক্তই পুৱাই পবিত্ৰ নদীত স্নান কৰে আৰু সূৰ্যদেৱ আৰু মা গংগাৰ পূজা কৰে৷ বিশ্বাস কৰা হয় যে এই দিনটোত স্নান আৰু দান অত্যন্ত ফলপ্ৰসূ হয়৷

বিশ্বাস অনুসৰি মকৰ সংক্ৰান্তিত সূৰ্যদেৱৰ উপাসনা কৰিলে শৰীৰে শক্তি পায় আৰু সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ আশীৰ্বাদ লাভ কৰে৷ এই কাৰণেই এই দিনটোত দান, তপস্যা আৰু সেৱামূলক কৰ্মৰ বিশেষ গুৰুত্ব দিয়া হয়৷ এই বছৰ মকৰ সংক্ৰান্তিক অত্যন্ত শুভ বুলি ধাৰণা কৰা হৈছে৷ কাৰণ এই দিনটোত সূৰ্যৰ শনিৰ ৰাশিত প্ৰৱেশ নিৰ্দিষ্ট কিছু ৰাশিৰ বাবে বিশেষ সুবিধা কঢ়িয়াই আনিব পাৰে৷ বিশ্বাস কৰা হয় যে এই দিনটোত ন্যায়ৰ দেৱতা শনিয়ে কিছু ৰাশিৰ ওপৰত নিজৰ বিশেষ আশীৰ্বাদ বৰ্ষণ কৰিব৷ যিয়ে স্থগিত কামসমূহ সম্পন্ন কৰাত সহায় কৰিব৷ জানি থওক সেই ভাগ্যবান ৰাশিসমূহ কি কি?

মেষ ৰাশি

মকৰ সংক্ৰান্তিয়ে মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে ইতিবাচক পৰিবৰ্তন আনিব পাৰে৷ শনিদেৱৰ আশীৰ্বাদত আপোনাৰ মনত সুখ থাকিব আৰু আপোনাৰ জীৱনত এক নতুন দিশা আহিব৷ আপুনি বিনিয়োগ বা ভৱিষ্যতৰ পৰিকল্পনা কৰিলে গুৰুত্বসহকালে চিন্তা কৰিব পাৰে৷ ধৰ্মীয় কাৰ্যকলাপত আগ্ৰহ বৃদ্ধি পাব আৰু আপুনি দান কৰাৰ সুযোগ পাব৷ আয়ৰ নতুন পথ খোলাৰ সম্ভাৱনা আছে৷ এই সময়ত আপোনাৰ কথা নিয়ন্ত্ৰণ কৰা আৰু খং এৰাই চলা উচিত৷ আপোনাৰ কঠোৰ পৰিশ্ৰমে পূৰ্ণ ফল লাভৰ সম্ভাৱনা আছে৷ মকৰ সংক্ৰান্তিত কলা সামগ্ৰী দান কৰিলে উপকাৰ পাব৷

তুলা ৰাশি

মকৰ সংক্ৰান্তিয়ে তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ ফল কঢ়িয়াই আনিছে৷ শনিদেৱৰ আশীৰ্বাদত আৰ্থিক লাভ সম্ভৱ৷ বিশেষকৈ পৰিয়াল বা শহুৰেকৰ ঘৰৰ পৰা সহায়তা পাব৷ সম্পত্তি সংক্ৰান্তিয় বিষয়ত সু সংবাদ আহিব পাৰে৷ চাকৰিয়ালে এই সময়ত অনুকূল ফল পাব আৰু ভাগ্য তেওঁলোকৰ পক্ষত থাকিব৷ আপুনি ভৱিষ্যতৰ পৰিকল্পনা সম্পৰ্কে সচেতন সিদ্ধান্ত ল’বলৈ সক্ষম হব৷ অলসতাৰ পৰা দূৰৈত থকাটো গুৰুত্বপূৰ্ণ৷ এই দিনটোত কেঁচা গাখীৰ বা গংগাজলৰ সৈতে কলা তিল মিহলাই শিৱলিংগত নিবেদন কৰা শুভ বুলি ধাৰণা কৰা হয়৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ অধিপতি হৈছে শনিদেৱ৷ আৰু আৰাধ্য দেৱতা ভগৱান শিৱ৷ এই নতুন সুযোগ আৰু শুভ ফলাফল কঢ়িয়াই আনিব পাৰে৷ দীৰ্ঘদিনৰ অমীমাংসিত কামসমূহ সম্পন্ন হ’ব পাৰে৷ আপোনাৰ কৰ্মজীৱন আৰু ব্যক্তিগত জীৱনলৈ স্থিতিশীলতা আহিব৷ শনিদেৱৰ আশীৰ্বাদত আপোনাৰ জীৱনত ইতিবাচক পৰিবৰ্তনে দেখা দিব আৰু সমস্যাসমূহ ধীৰে ধীৰে অদৃশ্য হৈ পৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা
বিশ্ব

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

September 14, 2026
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক
জীৱনশৈলী

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

September 14, 2026
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?
জীৱনশৈলী

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

September 14, 2026
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়
জীৱনশৈলী

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

September 14, 2026
Next Post
কন্যা সন্তানে কোলা শুৱনি কৰাৰ মাত্ৰ ৮ঘণ্টাৰ পাছতেই শেষ হ’ল সেনা পিতৃৰ জীৱন, মৰ্মান্তিক এই খবৰে সেমেকাইছে বহুতৰে দুচকু, ক’ত এই ঘটনা?

কন্যা সন্তানে কোলা শুৱনি কৰাৰ মাত্ৰ ৮ঘণ্টাৰ পাছতেই শেষ হ’ল সেনা পিতৃৰ জীৱন, মৰ্মান্তিক এই খবৰে সেমেকাইছে বহুতৰে দুচকু, ক’ত এই ঘটনা?

সৰস্বতীৰ প্ৰিয় এই ৪ৰাশি, এওঁলোক বিদ্যা-বুদ্ধিত সকলোতকৈ আগত থাকে

সৰস্বতীৰ প্ৰিয় এই ৪ৰাশি, এওঁলোক বিদ্যা-বুদ্ধিত সকলোতকৈ আগত থাকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.