• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

6 months ago
এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

4 hours ago
নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

4 hours ago
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

5 hours ago
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

6 hours ago
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

9 hours ago
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

10 hours ago
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

10 hours ago
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

11 hours ago
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

12 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

12 hours ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

24 hours ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

editor by editor
January 14, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
প্ৰায়েই বিনিয়োগ কৰাৰ সময়ত প্রথমে সুদৰ হাৰৰ দিশত নজৰ দিয়ে৷ এনে স্কিমত বিনিয়োগ কৰিব খোজে য’ত উচ্চ সুদৰ হাৰৰ প্ৰতিশ্ৰুতি দিয়ে৷ কিন্তু বাস্তৱতা হৈছে লাভ কেৱল সুদৰ হাৰৰ দ্বাৰা নিৰ্ধাৰিত নহয়৷ প্ৰকৃততে সুদ আহৰণৰ পদ্ধতি চক্ৰবৃদ্ধি হাৰত হয়৷ কেতিয়াবা কেতিয়াবা কম সুদৰ হাৰৰ স্কিমতো উচ্চতৰ ৰিটাৰ্ণ পোৱা যায়৷ পোষ্ট অফিচ এফ ডি আৰু এন এছ চি তেনে একোটা উদাহৰণ৷ জানি থওক ক’ত কিমান লাভ?

পোষ্ট অফিচ এফ ডি বনাম এন এছ চি

৫ বছৰৰ পোষ্ট অফিচ এফ ডিয়ে ৭.৫ শতাংশ সুদ দিয়ে৷ অন্যহাতে এন এছ চিয়ে ৭.৭ শতাংশ সুদ দিয়ে৷ ধাৰণা কৰা হৈছে এন এছ চি ভাল, কিন্তু ৰিটাৰ্ণৰ পৰিসংখ্যা ভিন্ন হয়৷ উদাহৰণৰ মাধ্যমেৰে ধৰা হ’ল কোনোৱে পোষ্ট অফিচ এফ ডিত ৫০০,০০০ টকা বিনিয়োগ কৰিছে৷ যদি কোনোৱে একেই পৰিমাণ NSCত বিনিয়োগ কৰে তেন্তে ৫ বছৰৰ পাছত ৭.৫শতাংশ সুদৰ বিনিময়ত মুঠ আৰ্জিত সুদ হ’ব ২,২৪,৯৭৮৷ মেচিউৰিটিৰ পৰিমাণ হ’ব ৭, ২৮, ৯৭৪ টকা৷ ইয়াত পাৰ্থক্য মাত্ৰ ৪৫৭ টকা৷ কিন্তু প্ৰশ্ন হৈছে কম সুদৰ হাৰ থকা সত্ত্বেও এফ ডিত কিমান বেছি ৰিটাৰ্ণ দিছে?

NSCত সুদ কেনেতৈ গণনা কৰা হয়?

NSC-ত সুদ বাৰ্ষিকভাৱে বৃদ্ধি পায়৷ ইয়াৰ অৰ্থ হৈছে প্ৰতিবছৰে মূলধন আৰু পূৰ্ববৰ্তী বছৰৰ সুদ যোগ কৰি পৰবৰ্তী সুদ গণনা কৰা হয়৷ প্ৰথম বছৰত ৫০০,০০০ৰ ওপৰত ৭.৭শতাংশ সুদ অৰ্থাৎ সুদ হিচাপে পাব ৩৮৫০০ টকা৷ দ্বিতীয় বছৰত ৫৩৮৫০০ টকাৰ ওপৰত ৭.৭শতাংশ সুদ লাগি হ’ব ৪১৬৮৬ টকা৷ একেদৰে প্ৰতিবছৰে সুদ বৃদ্ধি পাব৷ ৫ বছৰত সুদ ৫বাৰ বৃদ্ধি কৰা হয়৷ যাৰ ফলত ম্যাদপূৰ্তিৰ পৰিমাণ হয়গৈ ৭২৮,৫১৭টকা৷
পোষ্ট অফিচত ৩মাহৰ মূৰে মূৰে সুদৰ হিচাপ হয়৷ অৰ্থাৎ পাঁচ বছৰত মুঠ ২০বাৰ ইয়াত সুদ বৃদ্ধি হয়৷ সেই কাৰণেই ৫বছৰৰ ম্যাদপূৰ্তিৰ পৰিমাণ হয়গৈ ৭২৪,৯৭৪৷  অৰ্থাৎ এই ধনৰাশি NSGতকৈ সামান্য বেছি হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা
জীৱনশৈলী

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

July 14, 2026
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?
জীৱনশৈলী

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

July 14, 2026
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’
ভাৰত

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

July 14, 2026
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য
জীৱনশৈলী

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

July 14, 2026
Next Post
৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.