• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

4 months ago
ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

8 hours ago
জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

8 hours ago
টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

9 hours ago
ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

9 hours ago
শাহুৰ হ’ব প্ৰিয় বোৱাৰী, মাত্ৰ আজিয়েই অনুসৰণ কৰক এই উপায়!

শাহুৰ হ’ব প্ৰিয় বোৱাৰী, মাত্ৰ আজিয়েই অনুসৰণ কৰক এই উপায়!

10 hours ago
বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!

বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!

11 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

12 hours ago
গৰমত কুঁহিয়াৰৰ ৰস সেৱন কৰি ভাল পায় নেকি? বিপদৰ পূৰ্বে সাৱধান!

গৰমত কুঁহিয়াৰৰ ৰস সেৱন কৰি ভাল পায় নেকি? বিপদৰ পূৰ্বে সাৱধান!

13 hours ago
ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

13 hours ago
পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

14 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

15 hours ago
অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

editor by editor
January 14, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চলিত বছৰত অষ্টম দৰমহা কমিছন কাৰ্যকৰ কৰিব পাৰে নৰেন্দ্ৰ মোদী চৰকাৰে৷ এই বিষয়ক লৈ জল্পনাৰ মাধ্যমেৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে আহিছে সুখৰ খবৰ৷ বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই মহাৰ্ঘ ভাট্টা বা ডি এ প্ৰায় ৭০ শতাংশ পৰ্যন্ত বাঢ়িব পাৰে বুলি ধাৰণা কৰা হৈছে৷ কমিছনৰ প্ৰস্তাৱ মানি নতুন দৰমহা কাঠামো আৰম্ভ হোৱা পৰ্যন্ত অন্তত তিনিবাৰ ডি এ বৃদ্ধি পাব পাৰে৷

সাধাৰণভাৱে কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীয়ে বছৰে বছৰে দুবাৰ মহাৰ্ঘ ভাট্টা পাব পাৰে৷ প্ৰথম বাৰ মাৰ্চত আৰু দ্বিতীয় বাৰ অক্টোবৰত৷ সূত্ৰৰ খবৰ অনুসৰি কমিছনৰ প্ৰস্তাৱ মানি নতুন দৰমহা কাঠামো আৰম্ভ কৰালৈকে ২০২৭ চনৰ মাৰ্চ পাৰ হৈ যাব৷ আৰু সেয়ে সংশ্লিষ্ট সময়সীমাৰ মাজত নিয়মমাফিক মুঠ তিনিবাৰ ডি এ পোৱা যাব বুলি আশাবাদী কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলৰ একাধিক সংগঠনে? প্ৰশাসনিক স্তৰত এই বিষয়ক লৈ কোনো ঘোষণা হোৱা নাই৷

বৰ্তমান সপ্তম দৰমহা কমিছনৰ নিয়ম মানি মহাৰ্ঘ ভাট্টা পাইছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে৷ ইয়াৰ পৰিমাণ মূল দৰমহাৰ ৫৮ শতাংশ৷ সাধাৰণভাৱে ২ৰ পৰা ৪ শতাংশ পৰ্যন্ত বাঢ়ি থাকে ডি এ৷ সেই হিচাপত মাৰ্চত মহাৰ্ঘ ভাট্টাৰ পৰিমাণ ন্যূনতম ৬০ শতাংশ হোৱাৰ সম্ভাৱনা আছে৷ এই বছৰৰ অক্টোবৰ আৰু ২০২৭ চনৰ মাৰ্চ পৰ্যন্ত সেই হিচাপ ৭০শতাংশলৈ বাঢ়িব পাৰে৷

চৰকাৰী তথ্য অনুসৰি ২০০৬-১৬ চন পৰ্যন্ত চলি থকা ষষ্ঠ দৰমহা কমিছনত ডি এ বৃদ্ধিৰ অংক আছিল সৰ্বাধিক৷ সেই সময়সীমা কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীৰ মহাৰ্ঘ ভাট্টাৰ বাবদ মূল দৰমহাৰ ১২৫ শতাংশ পাইছিল৷ ১০০৬-২০০৬ চন পৰ্যন্ত চলি থকা পঞ্চম দৰমহা কমিছনত ৭৪ শতাংশ বৃদ্ধি পাইছিল ডি এ৷ অৰ্থাৎ তুলনামূলকভাৱে সপ্তম দৰমহা কমিছনত ধীৰ গতিত বাঢ়িছে মহাৰ্ঘ ভাট্টা৷

২০২০চনত কভিডৰ বাবে ১৮ মাহৰ বাবে চৰকাৰী কৰ্মচাৰীৰ ডি এ স্থগিতও ৰাখিছিল কেন্দ্ৰই৷ পাছত অৱশ্যে বকেয়া মহাৰ্ঘ ভাট্টা দি দিয়া হয় কৰ্মচাৰীসকলক৷ কিন্তু ইয়াৰ পৰাই হ্ৰাস পায় ডি এ বৃদ্ধিৰ গতি৷ সূত্ৰৰ খবৰ অনুসৰি এই ধৰণৰ সমস্যা এৰোৱাৰ বাবে তৎপৰ হৈছে অষ্টম দৰমহা কমিছন৷ ফলত আগন্তুক দিনত ডি এ বাঢ়িব পাৰে বুলি আশা কৰিছে বহুজনে৷

বিগত নৱেম্বৰত অষ্টম দৰমহা কমিছন গঠন কৰিছে কেন্দ্রই৷ কৰ্মচাৰীসকলৰ প্ৰস্তাবিত নতুন দৰমহা কাঠামো সংক্ৰান্তিয় ৰিপৰ্ট জমা দিয়াৰ বাবে তেওঁলোকক ১৮ মাহ সময় দিছে মোদী চৰকাৰে৷ ফলত নতুন নিয়মত ২০২৭ চনৰ মাজভাগৰ পূৰ্বে নতুন দৰমহা কাঠামো আৰম্ভ হোৱাৰ সম্ভাৱনা খুবেই কম৷ সেয়া আৰম্ভ হলে অৱশ্যে শূন্যলৈ নামি আহিব মহাৰ্ঘ্য ভাট্টা৷ একেই নিয়ম প্ৰযোজ্য হ’ব পেঞ্চনভোগীসকলৰ বাবেও৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক
জীৱনশৈলী

ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

May 24, 2026
জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!
জীৱনশৈলী

জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

May 24, 2026
টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!
ক্ৰীড়া

টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

May 24, 2026
ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন
বিশ্ব

ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

May 24, 2026
Next Post
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.