• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শুক্ৰই তৈয়াৰ কৰিব মালব্য মহাপুৰুষ ৰাজযোগ, মাৰ্চৰ পৰা ৩ৰাশিৰ সৌভাগ্য খুলিব

শুক্ৰই তৈয়াৰ কৰিব মালব্য মহাপুৰুষ ৰাজযোগ, মাৰ্চৰ পৰা ৩ৰাশিৰ সৌভাগ্য খুলিব

7 months ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

বছৰত ৩টাকৈ ফ্ৰী LPG চিলিণ্ডাৰৰ লগতে দৰিদ্ৰ পৰিয়াললৈ আছে বহু আঁচনি!

5 minutes ago
নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

29 minutes ago
৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

57 minutes ago
উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

1 hour ago
বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

2 hours ago
আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

4 hours ago
২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

5 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

7 hours ago
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

20 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

20 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

20 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

প্ৰস্ৰাৱত অধিক ফেন? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শুক্ৰই তৈয়াৰ কৰিব মালব্য মহাপুৰুষ ৰাজযোগ, মাৰ্চৰ পৰা ৩ৰাশিৰ সৌভাগ্য খুলিব

শুক্ৰই তৈয়াৰ কৰিব মালব্য মহাপুৰুষ ৰাজযোগ, মাৰ্চৰ পৰা ৩ৰাশিৰ সৌভাগ্য খুলিব

editor by editor
January 21, 2026
in জীৱনশৈলী
0
শুক্ৰই তৈয়াৰ কৰিব মালব্য মহাপুৰুষ ৰাজযোগ, মাৰ্চৰ পৰা ৩ৰাশিৰ সৌভাগ্য খুলিব
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি যেতিয়া কোনো গ্ৰহই ৰাশি পৰিবৰ্তন কৰে তেতিয়া কেৱল ব্যক্তিৰ জীৱনকেই নহয় দেশ আৰু বিশ্বকো প্ৰভাৱিত কৰে৷ কিছু গ্ৰহৰ পৰিবৰ্তনে আৰাম আৰু বিলাসিতা কঢ়িয়াই আনে৷ আকৌ কিছু পৰিবৰ্তনে সংগ্ৰাম আৰু চেলেঞ্জ কঢ়িয়াই আনে৷ এই গ্ৰহসমূহৰ পাছত শুক্ৰৰ এক বিশেষ গুৰুত্ব আছে৷ ইয়াক ঐশ্বৰ্য, সুখ, প্ৰেম আৰু সম্পদৰ প্ৰতীক হিচাপে বিবেচনা কৰা হয়৷ শুক্ৰই প্ৰায় প্ৰতিমাহতে ৰাশি পৰিবৰ্তন কৰে আৰু প্ৰতিবাৰেই ইয়াৰ গোচৰে নিৰ্দিষ্ট যোগ তৈয়াৰ কৰে৷

দৃক পঞ্চাঙ্গ অনুসৰি ২০২৬ চনৰ মাৰ্চ মাহত শুক্ৰই তাৰ উচ্চ ৰাশি মীনত প্ৰৱেশ কৰিব৷ জ্যোতিষশাস্ত্ৰীয় দৃষ্টিকোণৰ পৰা মীন ৰাশিত শুক্ৰৰ প্ৰৱেশ অত্যন্ত শুভ বুলি ধাৰণা কৰা হয়৷ এই গোচৰ পঞ্চ মহাপুৰুষ যোগৰ অন্যতম মালব্য মহাপুৰুষ ৰাজযোগ তৈয়াৰ কৰিব৷ এই যোগৰ প্ৰভাৱত কিছু ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ হঠাৎ ইতিবাচক পৰিবৰ্তন আহিব পাৰে৷ অৰ্থ, কৰ্মজীৱন আৰু পাৰিবাৰিক জীৱন সম্পৰ্কিত বহু সমস্যাৰ সমাধান হব পাৰে৷ জানি থওক ২০২৬ চনৰ মাৰ্চ মাহত গঠিত হোৱা মালব্য ৰাজযোগৰ পৰা কোন কোন ৰাশি সকলোতকৈ বেছি উপকৃত হ’ব পাৰে?

কৰ্কট ৰাশি

মাৰ্চ মাহত শুক্ৰৰ প্ৰভাৱত গঠিত মালব্য ৰাজযোগে কৰ্কট ৰাশিৰ জাতকৰ জীৱনলৈ সুখ কঢ়িয়াই আনিব৷ শুক্ৰই কৰ্কট ৰাশিৰ ভাগ্যস্থানত গোচৰ কৰিব৷ ৰৈ থকা প্ৰকল্পসমূহ পুনৰায় সচল হ’ব৷ আৰ্থিক অৱস্থাৰ উন্নতি হব পাৰে৷ পুৰণি বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা আছে৷ এই সময়ত ভ্ৰমণৰ সুযোগ আহিব পাৰে৷ বিশেষকৈ বিদেশ ভ্ৰমণৰ যোগ আছে৷ সামাজিক প্ৰতিপত্তি বৃদ্ধি পাব৷ জীৱনৰ সুযোগ সুবিধা বৃদ্ধি পাব৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে মালব্য মহাপুৰুষ ৰাজযোগ কৰ্মজীৱন সংক্ৰান্তীয় বিষয়ত উপকাৰী হব৷ শুক্ৰৰ প্ৰভাৱত মিথুন ৰাশিৰ কৰ্মভাৱ প্ৰভাৱিত হব যিয়ে তেওঁলোকৰ কৰ্মক্ষেত্ৰত স্বীকৃতি আৰু উন্নতিৰ দ্বাৰ খুলি দিব৷ চাকৰিয়ালে পদোন্নতি বা আয় বৃদ্ধিৰ খবৰ আহিব পাৰে৷ কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে৷ যিসকলে ব্যৱসায়ৰ সৈতে জড়িত তেওঁলোকৰ বাবে এই সময়ত নতুন চুক্তি বা উল্লেখযোগ্য লাভৰ ইংগিত দিছে৷

মীন ৰাশি

এই সময়ত মীন ৰাশিৰ বাবে সকলোতকৈ শুভ বুলি ধাৰণা কৰা হৈছে৷ কাৰণ শুক্ৰই আপোনাৰ ৰাশিতেই গোচৰ কৰিব৷ আপোনাৰ ব্যক্তিত্ব আৰু জীৱনযাত্ৰাক প্ৰভাৱিত কৰিব৷ আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব৷ মানুহে আপোনাৰ কামত মুগ্ধ হব৷ সম্পৰ্ক আৰু মধুৰ হব৷ আপোনাৰ প্ৰেম জীৱনত স্থিতিশীলতা বৰ্তি থাকিব৷ যিসকলে বিবাহৰ কথা ভাৱিছে তেওঁলোকে ভাল প্ৰস্তাব পাব পাৰে৷ এই সময় আৰ্থিকভাৱেও শক্তিশালী হব৷ অংশীদাৰিত্বৰ পৰা লাভৰ সম্ভাৱনা আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?
জীৱনশৈলী

নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

August 24, 2026
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!
জীৱনশৈলী

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

August 24, 2026
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

August 23, 2026
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?
জীৱনশৈলী

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

August 23, 2026
Next Post
একাধিক পুৰুষসংগী, ২বাৰ বিবাহ তাৰপিছত ২বাৰেই ডিভোৰ্ছ, তৃতীয়বাৰ বিচাৰিছে পাকিস্তানী পাত্ৰ, কোন এই বলীউড সুন্দৰী?

একাধিক পুৰুষসংগী, ২বাৰ বিবাহ তাৰপিছত ২বাৰেই ডিভোৰ্ছ, তৃতীয়বাৰ বিচাৰিছে পাকিস্তানী পাত্ৰ, কোন এই বলীউড সুন্দৰী?

প্ৰেম কৰি বিবাহ, বিবাহৰ চাৰিমাহৰ পাছতেই দুই পৰপুৰুষৰ সৈতে হাতে-লুটে ধৰে স্বামীয়ে, চৰম মুহূৰ্তত কি সিদ্ধান্ত ল’লে স্বামীয়ে?

প্ৰেম কৰি বিবাহ, বিবাহৰ চাৰিমাহৰ পাছতেই দুই পৰপুৰুষৰ সৈতে হাতে-লুটে ধৰে স্বামীয়ে, চৰম মুহূৰ্তত কি সিদ্ধান্ত ল’লে স্বামীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.