• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
একাধিক পুৰুষসংগী, ২বাৰ বিবাহ তাৰপিছত ২বাৰেই ডিভোৰ্ছ, তৃতীয়বাৰ বিচাৰিছে পাকিস্তানী পাত্ৰ, কোন এই বলীউড সুন্দৰী?

একাধিক পুৰুষসংগী, ২বাৰ বিবাহ তাৰপিছত ২বাৰেই ডিভোৰ্ছ, তৃতীয়বাৰ বিচাৰিছে পাকিস্তানী পাত্ৰ, কোন এই বলীউড সুন্দৰী?

8 months ago
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

31 minutes ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

58 minutes ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

2 hours ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

2 hours ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

4 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

6 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

6 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

6 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

7 hours ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

19 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

19 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

একাধিক পুৰুষসংগী, ২বাৰ বিবাহ তাৰপিছত ২বাৰেই ডিভোৰ্ছ, তৃতীয়বাৰ বিচাৰিছে পাকিস্তানী পাত্ৰ, কোন এই বলীউড সুন্দৰী?

একাধিক পুৰুষসংগী, ২বাৰ বিবাহ তাৰপিছত ২বাৰেই ডিভোৰ্ছ, তৃতীয়বাৰ বিচাৰিছে পাকিস্তানী পাত্ৰ, কোন এই বলীউড সুন্দৰী?

editor by editor
January 21, 2026
in জীৱনশৈলী
0
একাধিক পুৰুষসংগী, ২বাৰ বিবাহ তাৰপিছত ২বাৰেই ডিভোৰ্ছ, তৃতীয়বাৰ বিচাৰিছে পাকিস্তানী পাত্ৰ, কোন এই বলীউড সুন্দৰী?
0
SHARES
958
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
বলীউডৰ কন্ট্ৰভাৰ্ছি কুইন ৰাখী ছাৱন্তে সংবাদ শিৰোনামত থাকিবলৈ পছন্দ কৰে৷ কিবা নহয় কিবা কাৰণ উলিয়াই প্ৰায় প্ৰতিদিনেই চৰ্চাত থাকে ৰাখী ছাৱন্ত৷ ৰাখী ছাৱন্তে তেওঁৰ জীৱন আৰম্ভ কৰিছিল এজন নৃত্যশিল্পী আৰু ৰিয়েলিটি টিভি ছেলিব্ৰিটি হিচাপে৷ তেওঁ তেওঁৰ সাহসী আৰু স্পষ্টবাদী ব্যক্তিত্বৰ বাবেই পৰিচিত৷ বিনোদন জগতৰ কুইন ৰাখী চৰ্চাত থাকে ব্যক্তিগত কাৰণক লৈয়ো৷
২০১৯ চনত ৰাখী ছাৱন্তে ৰিতেশ ৰাজ সিং নামৰ এজন এন আৰ আইক বিয়া কৰাইছিল৷ বিগ বছ১৫ত তেওঁলোক পৰিচিত হৈছিল৷ কিন্তু মাত্ৰ কেইবছৰৰ পাছতেই তেওঁলোকৰ বিচ্ছেদ হয়৷ ২০২২ চনৰ আৰম্ভণিতে বিবাহৰ বৈধতা আৰু সত্যতাক লৈ মতবিৰোধ আৰু বিতৰ্ক হয় তাৰপিছতেই শেষ হয় এই সম্পৰ্ক৷ বিচ্ছেদৰ ঘোষণা কৰি ৰাখীয়ে তেতিয়া কৈছিল, ‘বিগ বছ শ্ব’ৰ পাছত বহু ঘটনা ঘটিল আৰু কিছু কথা নিয়ন্ত্ৰণৰ বাহিৰত গুচি যায়৷ আমি আমাৰ পাৰ্থক্যসমূহ সমাধান কৰাৰ চেষ্টা কৰিছো আৰু সকলো কাৰ্যকৰ কৰাৰো চেষ্টা কৰিছো৷ আমি বুজাবুজিৰ মাজেৰে এই সম্পৰ্ক বিচ্ছেদ কৰিছো৷
ৰিতেশৰ পাছত ২০২২ চনত আদিল খানৰ সৈতে ৰাখীৰ সম্পৰ্ক খবৰৰ শিৰোনামলৈ আহে৷ ২০২২ চনৰ মে মাহত তেওঁ তেওঁৰ বিবাহৰ কথা প্ৰকাশ কৰে৷ ৰাখীয়ে এই প্ৰেমক নিঃচৰ্ত বুলিও অভিহিত কৰে৷ ৰাখী ছাৱন্তে প্ৰকাশ্যেই কৈছিল যে তেওঁ আদিলৰ সৈতে বিবাহৰ বাবেই ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল৷ ৰাখী ছাৱন্ত নাম সলনি কৰি ফাতেমা নামো ধাৰণ কৰিছিল তেওঁ৷ নামাজ আৰু ৰোজাসহ ইছলামিক ৰীতিনীতি অনুসৰণো কৰিছিল৷ কিন্তু এই সম্পৰ্কও নিটিকিল৷ ৰাখী আৰু আদিলে ২০২৩ চনত ডিভোৰ্ছ লয়৷ ৰাখীয়ে আদিলৰ বিৰুদ্ধে কেইবাটাও অভিযোগো আনিছিল আৰু তেওঁ বিবাহ বহিভূৰ্ত সম্পৰ্কত সোমাই থকাৰো অভিযোগ আনিছিল ৰাখীয়ে৷ তাৰপিছতেই ৰাখীৰ ঘৰৰ পৰাই ২০২৩ চনৰ ৭ ফেব্ৰুৱাৰীত আদিলক গ্ৰেপ্তাৰ কৰা হয়৷ ৫মাহ কাৰাবাসৰ পাছত মুকলি আকাশৰ তললৈ আহে আদিল৷
কিছুদিন বিতৰ্কৰ পৰা আঁতৰি থাকি ২০২৫ চনত ৰাখী ছাৱন্ত আকৌ খবৰৰ শিৰোনামলৈ আহিছে৷ তেওঁ ডোডি খান নামৰ এজন পাকিস্তানী পুৰুষক বিয়া কৰোৱাৰ আগ্ৰহ প্ৰকাশ কৰিছে৷ তেওঁ পাকিস্থানৰ অভিনেতা হোৱাৰ ওপৰিও এগৰাকী পুলিছ অফিচাৰ৷ ৰাখীয়ে কৈছে, ‘মই বহু পাকিস্তানীৰ পৰা প্ৰেমৰ প্ৰস্তাৱ পাইছো৷ যেতিয়া পাকিস্তানলৈ গৈছিলো তেতিয়াই মোক বহুতে প্ৰেমৰ প্ৰস্তাব দিছিল৷ ডোডি খানো ইয়াৰ মাজত আছে৷’ কিন্তু ৰাখীৰ এই সাক্ষাৎকাৰৰ পাছতেই ডোডি খালে জনাইছে যে ৰাখীক তেওঁৰো ভাল লাগে কিন্তু এই বিবাহ সম্ভৱ নহয়৷’ তেওঁ ৰাখীৰ প্ৰশংসা কৰি কয়, ‘অতীতত সন্মুখীন হোৱা কষ্টৰ দিনবোৰৰ কথা ৰাখীৰ পৰা গম পাইছো৷ তেওঁৰ সাহসীকতাৰ বাবেই মই তেওঁক পছন্দ কৰো৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক
জীৱনশৈলী

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

September 14, 2026
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?
জীৱনশৈলী

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

September 14, 2026
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়
জীৱনশৈলী

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

September 14, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

September 13, 2026
Next Post
প্ৰেম কৰি বিবাহ, বিবাহৰ চাৰিমাহৰ পাছতেই দুই পৰপুৰুষৰ সৈতে হাতে-লুটে ধৰে স্বামীয়ে, চৰম মুহূৰ্তত কি সিদ্ধান্ত ল’লে স্বামীয়ে?

প্ৰেম কৰি বিবাহ, বিবাহৰ চাৰিমাহৰ পাছতেই দুই পৰপুৰুষৰ সৈতে হাতে-লুটে ধৰে স্বামীয়ে, চৰম মুহূৰ্তত কি সিদ্ধান্ত ল’লে স্বামীয়ে?

ফেব্ৰুৱাৰীত নৱপঞ্চম ৰাজযোগ, ৫ৰাশিৰ উন্নতি আকাশলংঘী হ’ব! তালিকাত আপুনি আছেনে?

ফেব্ৰুৱাৰীত নৱপঞ্চম ৰাজযোগ, ৫ৰাশিৰ উন্নতি আকাশলংঘী হ’ব! তালিকাত আপুনি আছেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.