• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফেব্ৰুৱাৰীত নৱপঞ্চম ৰাজযোগ, ৫ৰাশিৰ উন্নতি আকাশলংঘী হ’ব! তালিকাত আপুনি আছেনে?

ফেব্ৰুৱাৰীত নৱপঞ্চম ৰাজযোগ, ৫ৰাশিৰ উন্নতি আকাশলংঘী হ’ব! তালিকাত আপুনি আছেনে?

6 months ago
সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

41 minutes ago
মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

58 minutes ago
জনপ্ৰিয় অভিনেতাৰ মৃত্যু! মনোৰঞ্জন জগতত পৰিছে শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ মৃত্যু! মনোৰঞ্জন জগতত পৰিছে শোকৰ ছাঁ

1 hour ago
কৰ্কট ৰাশিকে ধৰি এইকেইটা ৰাশিৰ লোকসকল সাৱধান, এটা ভুলে বৃদ্ধি কৰিব চিন্তা!

কৰ্কট ৰাশিকে ধৰি এইকেইটা ৰাশিৰ লোকসকল সাৱধান, এটা ভুলে বৃদ্ধি কৰিব চিন্তা!

2 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

3 hours ago
Oily Skin ত ভুলতো নলগাব এইবোৰ বস্তু, হ’ব পাৰে সমস্যা!

Oily Skin ত ভুলতো নলগাব এইবোৰ বস্তু, হ’ব পাৰে সমস্যা!

3 hours ago
FIFA World Cup 2026: নেইমাৰৰ পিছত এইগৰাকী খেলুৱৈয়ে ল’লে অৱসৰ, ক্রিষ্টিয়ানো ৰোনাল্ডোৰো এয়া শেষ বিশ্বকাপ

FIFA World Cup 2026: নেইমাৰৰ পিছত এইগৰাকী খেলুৱৈয়ে ল’লে অৱসৰ, ক্রিষ্টিয়ানো ৰোনাল্ডোৰো এয়া শেষ বিশ্বকাপ

6 hours ago
মাহেকীয়াত চেনিটেৰী পেড ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, পৰিব পাৰে বিপদত!

মাহেকীয়াত চেনিটেৰী পেড ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, পৰিব পাৰে বিপদত!

7 hours ago
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

দুখ-দৰিদ্ৰতা আঁতৰিব, মাত্ৰ সোমবাৰে এইদৰে কৰক শিৱৰ পূজা!

7 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ সলনি হ’ব ভাগ্য!

20 hours ago
পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

20 hours ago
হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ফেব্ৰুৱাৰীত নৱপঞ্চম ৰাজযোগ, ৫ৰাশিৰ উন্নতি আকাশলংঘী হ’ব! তালিকাত আপুনি আছেনে?

ফেব্ৰুৱাৰীত নৱপঞ্চম ৰাজযোগ, ৫ৰাশিৰ উন্নতি আকাশলংঘী হ’ব! তালিকাত আপুনি আছেনে?

editor by editor
January 21, 2026
in জীৱনশৈলী
0
ফেব্ৰুৱাৰীত নৱপঞ্চম ৰাজযোগ, ৫ৰাশিৰ উন্নতি আকাশলংঘী হ’ব! তালিকাত আপুনি আছেনে?
0
SHARES
3.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষমতে নৱপঞ্চম ৰাজযোগ অত্যন্ত শুভ৷ জ্ঞান আৰু বুদ্ধিৰ কাৰক গ্ৰহ বুধ আৰু সৌভাগ্য আৰু সাফল্যৰ কাৰক গ্ৰহ বৃহস্পতিয়ে আগন্তুক ১৬ ফেব্ৰুৱাৰী পৰস্পৰৰ পৰা ১২০ ডিগ্ৰী কোণত অৱস্থান কৰি নৱপঞ্চম ৰাজযোগ গঠন কৰিব৷ জানি থওক এই শুভ যোগৰ প্ৰভাৱত নানান দিশৰ পৰা উন্নতি কৰিব কোন কোন ৰাশিৰ জাতকে?

মেষ ৰাশি

নৱপঞ্চম ৰাজযোগৰ প্ৰভাৱত কেৰিয়াৰত উন্নতিৰ ফলত লাভ পাব মেষ ৰাশিৰ জাতকে৷ চাকৰিত পদোন্নতি হ’ব পাৰে বা নতুন চাকৰিও পাব পাৰে৷ মনৰ কোনো দীৰ্ঘদিনৰ ইচ্ছা পূৰণ হব পাৰে৷ পৈতৃক সম্পত্তিৰ পৰা অৰ্থলাভ হব৷ সিদ্ধান্ত লোৱাৰ ক্ষমতা দৃঢ় হব৷ ব্যৱসায়িক চুক্তি লাভজনক হব৷

মিথুন ৰাশি

বুধৰ ৰাশি মিথুনত নৱপঞ্চম ৰাজযোগৰ প্ৰভাৱ লাভজনক হব৷ ৰৈ থকা অৰ্থ এই সময়ত লাভ কৰিব৷ বিনিয়োগৰ বাবে এই সময় শুভ৷ সামাজিক প্ৰতিপত্তি বাঢ়িব৷ শিক্ষা আৰু গৱেষণাৰ সৈতে যুক্তসকলৰ উন্নতি হব পাৰে৷

সিংহ ৰাশি

নৱপঞ্চম ৰাজযোগে সিংহ ৰাশিৰ জাতকৰ সৌভাগ্যৰ দুৱাৰ খুলি দিব৷ হঠাৎ বিপুল অৰ্থলাভ হব পাৰে৷ নতুন ষ্টাৰ্টআপ আৰম্ভ কৰিব পাৰে৷ নতুন ঘৰ বা বাহন ক্ৰয় কৰাৰো যোগ আছে৷ আত্মবিশ্বাস বাঢ়িব৷ কঠিন সময়ৰ মোকাবিলা কৰিব পাৰিব সিংহ ৰাশিৰ জাতকে৷

তুলা ৰাশি

বুধ-বৃহস্পতিৰ নৱপঞ্চম ৰাজযোগত আৰাম আৰু বিলাসিতা বাঢ়িব তুলা ৰাশিৰ জাতকৰ৷ অফিচৰ ঊৰ্ধতন কৰ্তৃপক্ষক নিজৰ কাষত পাব৷ জীৱনসংগীৰ পৰা অৰ্থলাভ কৰিব পাৰে৷ আপোনাৰ মুখৰ ভাষা মধুৰ হব৷ মিঠা কথাৰে আপুনি সমস্যাৰ সমাধান কৰিব পাৰিব৷ আইনী যুঁজত জয়ী হব৷

ধনু ৰাশি

ধনু ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি৷ নৱপঞ্চম যোগত আৰ্থিক পৰিস্থিতি মজবুত হোৱাৰ ওপৰিও পৰিয়ালত সুখ শান্তি থাকিব৷ ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ সুযোগ পাব৷ বিদেশৰ সৈতে ভাল ব্যৱসায়ত যুক্ত হলে উল্লেখযোগ্য লাভ কৰিব পাৰে৷ যি সমস্যাই আপোনাক দীৰ্ঘদিন ধৰি অতিষ্ঠ কৰি আছিল তাৰপৰা মুক্তি পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

July 6, 2026
কৰ্কট ৰাশিকে ধৰি এইকেইটা ৰাশিৰ লোকসকল সাৱধান, এটা ভুলে বৃদ্ধি কৰিব চিন্তা!
জীৱনশৈলী

কৰ্কট ৰাশিকে ধৰি এইকেইটা ৰাশিৰ লোকসকল সাৱধান, এটা ভুলে বৃদ্ধি কৰিব চিন্তা!

July 6, 2026
Oily Skin ত ভুলতো নলগাব এইবোৰ বস্তু, হ’ব পাৰে সমস্যা!
জীৱনশৈলী

Oily Skin ত ভুলতো নলগাব এইবোৰ বস্তু, হ’ব পাৰে সমস্যা!

July 6, 2026
মাহেকীয়াত চেনিটেৰী পেড ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, পৰিব পাৰে বিপদত!
জীৱনশৈলী

মাহেকীয়াত চেনিটেৰী পেড ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, পৰিব পাৰে বিপদত!

July 6, 2026
Next Post
মোৰ স্বামীয়ে মোক আৰু মহাকাশত এৰি নিদিয়ে… সুদীৰ্ঘ ২৭ বছৰীয়া কৰ্মজীৱনৰ শেষত অৱসৰ সুনীতা উইলিয়ামছৰ

মোৰ স্বামীয়ে মোক আৰু মহাকাশত এৰি নিদিয়ে... সুদীৰ্ঘ ২৭ বছৰীয়া কৰ্মজীৱনৰ শেষত অৱসৰ সুনীতা উইলিয়ামছৰ

কাইলৈৰ ৰাশিফলঃ শুক্লা চতুৰ্থীত ৪গ্ৰহৰ কামাল, বৰিয়ান যোগত বিপুল লাভ কন্যাসহ আৰু কাৰ কাৰ?

কাইলৈৰ ৰাশিফলঃ শুক্লা চতুৰ্থীত ৪গ্ৰহৰ কামাল, বৰিয়ান যোগত বিপুল লাভ কন্যাসহ আৰু কাৰ কাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.