• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

3 minutes ago
আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

1 hour ago
৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

9 hours ago
৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

9 hours ago
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

9 hours ago
প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

10 hours ago
অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

11 hours ago
নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

11 hours ago
সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

12 hours ago
দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

13 hours ago
শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

13 hours ago
সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

14 hours ago
নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

মাস্কক ভাৰতলৈ আদৰণি জনাই কি ক'লে ৰাহুল গান্ধীয়ে?

editor by editor
October 9, 2026
in বাণিজ্য, বিশ্ব, ভাৰত, লেখা
0
SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমেৰিকাৰ ধনকুবেৰ তথা SpaceXৰ মুৰব্বী ইলন মাস্কে ভাৰতত তেওঁৰ চেটেলাইট ইণ্টাৰনেট সেৱা ষ্টাৰলিংক মুকলি কৰাত পলম হোৱাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। ভাৰতত নিজৰ একচেটিয়া ব্যৱসায়িক স্থিতি বজাই ৰাখিবলৈ একাংশ প্ৰভাৱশালী গোটে ষ্টাৰলিংকৰ সেৱা আৰম্ভ কৰাত বাধা দিয়া বুলি মুকলিকৈ অভিযোগ কৰিছে মাস্কে। তেওঁৰ মতে, ইয়াৰ ফলত ভাৰতৰ সাধাৰণ জনতাই উন্নত ইণ্টাৰনেট সেৱাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে।

এই পৰ্যন্ত বিশ্বৰ ১৬৫ খনতকৈও অধিক দেশত Starlink-এ সেৱা আগবঢ়োৱাৰ অনুমতি লাভ কৰিছে। কিন্তু ভাৰতত বিগত প্ৰায় ৫ বছৰ ধৰি চৰকাৰৰ সকলো আইন-কানুন আৰু নিয়ম মানি চলাৰ পাছতো অনুজ্ঞা-পত্ৰ লাভ নকৰাক লৈ প্ৰশ্ন উত্থাপন কৰিছে SpaceXৰ মুৰব্বী তথা ধনকুবেৰ ইলন মাস্কে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম Xত এটা পোষ্টৰ জৰিয়তে মাস্কে প্ৰশ্ন কৰে যে, ষ্টাৰলিংকে ১৬৫খনতকৈও অধিক দেশত অনুজ্ঞাপত্ৰ লাভ কৰিছে আৰু ভাৰত চৰকাৰৰ সকলো আইন তথা প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ পাঁচ বছৰ ধৰি চেষ্টা কৰি আহিছে। তেন্তে ভাৰতত এতিয়াও অনুজ্ঞাপত্ৰ লাভ নকৰাৰ কাৰণ কি? ইয়াৰ লগতে মাস্কে প্ৰশ্ন কৰে, “ভাৰতৰ প্ৰকৃত Boss আম্বানিহে নেকি?” তেওঁৰ এই মন্তব্যই ভাৰতৰ টেলিকম খণ্ডত প্ৰতিযোগিতা আৰু অনুজ্ঞাপত্ৰ প্ৰদানৰ প্ৰক্ৰিয়াক লৈ নতুন চৰ্চাৰ সৃষ্টি কৰিছে। ইফালে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও মাস্কৰ মন্তব্যটোক ৰিটুইট কৰি কয়, “ভাৰতলৈ স্বাগতম, ইলন। সেইজন ব্যক্তিক আৱিষ্কাৰ কৰালৈ অপেক্ষা কৰা।” মাৰ্কিন চতুৰ ঔদ্যোগিক ইলন মাস্কক সমৰ্থন কৰিবলৈ গৈ ৰাহুল গান্ধীয়ে কৰা মন্তব্যটোৱে পিছে Xব্যৱহাৰকাৰীসকলক বেছ আমোদ দিছে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এজন লোকৰ এটা পোষ্টৰ উত্তৰ দি মাস্কে এই মন্তব্য কৰে। পোষ্টটোত দাবী কৰা হৈছিল যে ভাৰতৰ ১১,২৫৬খন তালিকাভুক্ত গাঁৱত ২০২৬ চনৰ মে’ মাহলৈকে 4G মোবাইল নেটৱৰ্কৰ সুবিধা উপলব্ধ নহ’ল। এই পোষ্টৰ উত্তৰত মাস্কে কয় যে ভাৰতীয় জনসাধাৰণৰ ওপৰত নিজৰ একচেটিয়া দখল বজাই ৰাখিবলৈ কিছুমান প্ৰভাৱশালী গোটে ষ্টাৰলিংকৰ সেৱা আৰম্ভ কৰাত বাধা দিছে। ভাৰতৰ টেলিকম খণ্ডৰ অন্যতম বৃহৎ অনুষ্ঠান ‘ইণ্ডিয়া মোবাইল কংগ্ৰেছ’ অনুষ্ঠিত হৈ থকাৰ সময়তে মাস্কৰ এই মন্তব্যই বিশেষ চৰ্চা লাভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অনুষ্ঠান উদ্বোধন কৰাৰ কথা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Elon Maskrahul gandhi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ
জীৱনশৈলী

আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

October 9, 2026
৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?
বিনোদন

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

October 8, 2026
৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?
অসম

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

October 8, 2026
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি
বিশ্ব

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

October 8, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.