• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহস্থলীত এটা প্ৰচণ্ড শব্দ, নিমিষতে আনন্দৰ সময় বিষাদত পৰিণত হ’ল! বৰ্তমানলৈকে প্ৰাণ হেৰুৱাইছে ৫জনে, নেপথ্যৰ ঘটনা কি?

বিবাহস্থলীত এটা প্ৰচণ্ড শব্দ, নিমিষতে আনন্দৰ সময় বিষাদত পৰিণত হ’ল! বৰ্তমানলৈকে প্ৰাণ হেৰুৱাইছে ৫জনে, নেপথ্যৰ ঘটনা কি?

7 months ago
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

44 minutes ago
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

2 hours ago
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

4 hours ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

6 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

6 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

7 hours ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

19 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

20 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

21 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

21 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

22 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিবাহস্থলীত এটা প্ৰচণ্ড শব্দ, নিমিষতে আনন্দৰ সময় বিষাদত পৰিণত হ’ল! বৰ্তমানলৈকে প্ৰাণ হেৰুৱাইছে ৫জনে, নেপথ্যৰ ঘটনা কি?

বিবাহস্থলীত এটা প্ৰচণ্ড শব্দ, নিমিষতে আনন্দৰ সময় বিষাদত পৰিণত হ’ল! বৰ্তমানলৈকে প্ৰাণ হেৰুৱাইছে ৫জনে, নেপথ্যৰ ঘটনা কি?

editor by editor
January 24, 2026
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
বিবাহস্থলীত এটা প্ৰচণ্ড শব্দ, নিমিষতে আনন্দৰ সময় বিষাদত পৰিণত হ’ল! বৰ্তমানলৈকে প্ৰাণ হেৰুৱাইছে ৫জনে, নেপথ্যৰ ঘটনা কি?
0
SHARES
717
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিবাহবাহৰ হাঁহি খিকিন্দালিৰে ভৰি আছিল৷ সকলো অতিথি ব্যস্ত আছিল খোৱাবোৱা, নাচগানত৷ তেনেতে হঠাৎ প্ৰৱেশ কৰে এজন ব্যক্তি আৰু লগে লগে বিস্ফোৰণ৷ আনন্দ নিমিষতে বিষাদত পৰিণত হ’ল৷ বিবাহবাহৰৰ মাজত পৰি থাকিল ডোঙা ডোঙা তেজ৷ ঘটনা খাইবাৰ পাছতুনখোৱাৰ ঘটনা৷ এই বিস্ফোৰণত প্ৰাণ হেৰুৱাইছে কমেও ৫জন লোকে৷ আহত হৈছে প্ৰায় ২৫ জন৷ প্ৰশাসনৰ সন্দেহ তিৰ তেহৰিক ই তালিবানৰ দিশেই৷ নিহতসকলৰ মাজত আছে পাকিস্তান আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা এক তালিব আৰু শান্তি কমিটিৰ সদস্য৷

আৰক্ষীয়ে জনাইছে যে বিস্ফোৰণ ঘটিছে চৰকাৰ সমৰ্থিত শান্তি সংগঠনৰ প্ৰধান নুৰ আলম মেহছুদৰ ঘৰত৷ উত্তৰ-পশ্চিম পাকিস্তানৰ খাইবাৰ পাখতুনখোৱাৰ ডেৰা ইছমাইল খান জিলাত  থকা তেওঁৰ নিজগৃহত৷ আত্মঘাটী বিস্ফোৰণৰ বিষয়টো নিশ্চিত কৰিছে ডেৰা ইছমাইল খান জিলা আৰক্ষীৰ অধিকাৰী ছাজ্জাদ আহমেদ ছাহিবজাদাই৷ এই ঘটনাক লৈ সমগ্ৰ পাকিস্তানেই আতংকিতও হৈছে৷ স্থানীয় সূত্ৰৰ পৰা জনা গৈছে যে শুকুৰবাৰে সন্ধিয়া বিবাহবাহৰত নাচগান চলি আছিল৷ সেই সময়তে হঠাৎ বিস্ফোৰণত ভাঙি পৰে ছাদ৷ ভগ্নস্তূপত আৱদ্ধ হৈ পৰে বহু অতিথি৷ উদ্ধাৰ কৰিবলৈ গৈ সমস্যাত পৰিব লগা হয় আৰক্ষী আৰু উদ্ধাৰকাৰী দল৷

এতিয়াও কোনো সন্ত্ৰাসবাদী গোটে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই৷ প্ৰশাসনৰ অধিকাৰীসকলৰ একাংশৰ সন্দেহ এই ঘটনাৰ নেপথ্যত আছে তেহৰিক ই তালিবান পাকিস্তান৷ ভাল তালিব আৰু শান্তি কমিটিৰ সদস্যসকলক টাৰ্গেট কৰিয়েই এই বিস্ফোৰণ কৰোৱা হৈছে বুলি দাবী একাংশৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?
অসম

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

August 26, 2026
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!
বাণিজ্য

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

August 26, 2026
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন
বাণিজ্য

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

August 26, 2026
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…
জীৱনশৈলী

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

August 26, 2026
Next Post
দীৰ্ঘদিন লিভ-ইনত থাকি সন্তান জন্ম দিলে সেই সম্পৰ্ক বিবাহৰ সৈতে সমান মৰ্যদাৰেই হয়, পত্নীৰ সমানেই আইনী সুৰক্ষা পাব সেই সংগীনীয়েও, কোন হাইকৰ্টে দিলে এই ৰায়?

দীৰ্ঘদিন লিভ-ইনত থাকি সন্তান জন্ম দিলে সেই সম্পৰ্ক বিবাহৰ সৈতে সমান মৰ্যদাৰেই হয়, পত্নীৰ সমানেই আইনী সুৰক্ষা পাব সেই সংগীনীয়েও, কোন হাইকৰ্টে দিলে এই ৰায়?

৫৮ৰ পৰা বাঢ়ি DA হ’ব ৬৩শতাংশ, চৰকাৰী কৰ্মচাৰীসকলৰ অষ্টম দৰমহা কমিছনৰ পূৰ্বেই কিমান বাঢ়িব দৰমহা?

৫৮ৰ পৰা বাঢ়ি DA হ’ব ৬৩শতাংশ, চৰকাৰী কৰ্মচাৰীসকলৰ অষ্টম দৰমহা কমিছনৰ পূৰ্বেই কিমান বাঢ়িব দৰমহা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.