• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫৮ৰ পৰা বাঢ়ি DA হ’ব ৬৩শতাংশ, চৰকাৰী কৰ্মচাৰীসকলৰ অষ্টম দৰমহা কমিছনৰ পূৰ্বেই কিমান বাঢ়িব দৰমহা?

৫৮ৰ পৰা বাঢ়ি DA হ’ব ৬৩শতাংশ, চৰকাৰী কৰ্মচাৰীসকলৰ অষ্টম দৰমহা কমিছনৰ পূৰ্বেই কিমান বাঢ়িব দৰমহা?

7 months ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

10 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

11 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

11 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

11 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

12 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

12 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

13 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

13 hours ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

15 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

16 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

16 hours ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৫৮ৰ পৰা বাঢ়ি DA হ’ব ৬৩শতাংশ, চৰকাৰী কৰ্মচাৰীসকলৰ অষ্টম দৰমহা কমিছনৰ পূৰ্বেই কিমান বাঢ়িব দৰমহা?

৫৮ৰ পৰা বাঢ়ি DA হ’ব ৬৩শতাংশ, চৰকাৰী কৰ্মচাৰীসকলৰ অষ্টম দৰমহা কমিছনৰ পূৰ্বেই কিমান বাঢ়িব দৰমহা?

editor by editor
January 24, 2026
in জীৱনশৈলী
0
৫৮ৰ পৰা বাঢ়ি DA হ’ব ৬৩শতাংশ, চৰকাৰী কৰ্মচাৰীসকলৰ অষ্টম দৰমহা কমিছনৰ পূৰ্বেই কিমান বাঢ়িব দৰমহা?
0
SHARES
6.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে আহিছে সুখবৰ৷ অষ্টম দৰমহা কমিছন কাৰ্যকৰ হোৱাৰ পূৰ্বে অন্তত দুবাৰকৈ মহাৰ্ঘ ভাট্টা বা ডি এ পাব কৰ্মচাৰীসকলে৷ জানুৱাৰীতে প্ৰথমটো ঘোষণা হোৱাৰ সম্ভাৱনা আছে৷ সাধাৰণতে সমগ্ৰ ভাৰত শিল্প শ্ৰমিকৰ বাবে ভোক্তা মূল্য সূচকৰ ওপৰত ভিত্তি কৰি এই ডি এ ঘোষণা কৰিছে চৰকাৰে৷

বিগত বছৰ অৰ্থাৎ ২০২৫ চনৰ জুলাই মাহত মহাৰ্ঘ ভাট্টাৰ অংক ৫৫ৰ পৰা ৫৮শতাংশ কৰে কেন্দ্রই৷ নতুন বছৰত বৰ্তমান পৰ্যন্ত ২০২৫ চনৰ ডিচেম্বৰৰ মুদ্ৰাস্ফীতিৰ পৰিমাণ ঘোষণা কৰা নাই চৰকাৰে৷ সেই পৰিসংখ্যা প্ৰকাশ পালে ডি এ কিমান বাঢ়িব পাৰে তাৰ আন্দাজ কৰিছে অৰ্থনীতিবিদসকলে৷ ৫০.১৪ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু ৬৯ লাখ পেঞ্চনভোগীৰ কিমান বাঢ়িব পাৰে দৰমহা?

মহাৰ্ঘ ভাট্টাৰ সৈতে পৰিবহন ভাট্টাও সংযোগ হৈ আছে৷ কাৰণ কৰ্মচাৰীসকলৰ ডি এৰ সৈতে টি এ কো সংযুক্ত কৰে চৰকাৰে৷ অন্যহাতে মহাৰ্ঘ ভাট্টা বাঢ়িলেও ঘৰ ভাট্টা আৰু এইচ আৰ এৰ বা হাউছ ৰেণ্ট এলাউন্সৰ দৰে অন্যান্য ভাট্টাসমূহৰ কোনো পৰিবৰ্তন নহয়৷ কেৱলমাত্ৰ মূল দৰমহা ঠিক কৰাৰ সময়তেই এইসমূহ নিৰ্ধাৰণ কৰা থাকে৷
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মহাৰ্ঘ ভাট্টা বা ডি এ হিচাপ কৰাৰ এক সুনিৰ্দিষ্ট পদ্ধতি আছে৷ প্ৰতিমাহে সমগ্ৰ ভাৰতত শিল্প শ্ৰমিকৰসকলৰ বাবে ভোক্তামূল্য সূচক প্ৰকাশ কৰে শ্ৰম মন্ত্ৰণালে৷ ইয়াৰ ওপৰত ভিত্তি কৰিয়ে ডি এ নিৰ্ধাৰণ কৰে অৰ্থ মন্ত্ৰণালয়ে৷ ২০২৫ চনৰ নৱেম্বৰত এ আই চি পি আই- আই ডব্লিউ আছিল ১৪৮.২৷ বিশেষজ্ঞৰ দাবী ডিচেম্বৰত এই অংক অপৰিবৰ্তিত থাকিলে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ পাঁচ শতাংশ পৰ্যন্ত বাঢ়িব পাৰে ডি এ৷ সেই ক্ষেত্ৰত ইয়াৰ পৰিমাণ ৫৮শতাংশৰ পৰা বাঢ়ি ৬৩শতাংশ হ’ব৷
বৰ্তমান সপ্তম দৰমহা কমিছন মানি দৰমহা লাভ কৰি আছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে৷ তাতেই ৰাজ্যভেদে পৃথক পৃথক হয় পৰিবহন ভাট্টা আৰু টি এ নিৰ্ধাৰণ৷ দেশৰ চহৰসমূহক আকৌ এক ৱাই আৰু জেড এই তিনিটা শ্ৰেণীত ভাগ কৰিছে চৰকাৰে৷ ইয়াৰ মাজত এক্স চহৰৰ কৰ্মীসকলক সৰ্বোচ্চ পৰিবহন ভাট্টা দিছে অৰ্থমন্ত্ৰণালয়ে৷ এই টি এ প্ৰতি মাহে এক নিৰ্দিষ্ট পৰিমাণে লাভ কৰে কৰ্মীসকলে৷ যাৰ ওপৰত আৰু ডি এ বা মহাৰ্ঘ ভাট্টা নিৰ্ধাৰিত হয়৷
সপ্তম দৰমহা কমিছন কাৰ্যকৰ কৰাৰ সময়ত সৰ্বনিম্ন পৰিবহন ভাট্টা আছিল ১৮০০ টকা৷ পাছত সেয়া সংশোধন কৰি ২৮৪৪ টকা কৰা হয়৷ সপ্তম দৰমহা কমিছনৰ নিয়ম অনুসৰি ডি এৰ অংক বাঢ়ি ৬৩ শতাংশ হলে কৰ্মচাৰীসকলৰ সৰ্বনিম্ন টি এ  হ’ব ২৯৩৪ টকা৷ এই বছৰৰ ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত এ আই চি পি আই-আই ডব্লিউ ঘোষণা কৰিব পাৰে কেন্দ্ৰীয় শ্ৰম মন্ত্ৰণালয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

September 6, 2026
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ
জীৱনশৈলী

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

September 5, 2026
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন
জীৱনশৈলী

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

September 5, 2026
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ
জীৱনশৈলী

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

September 5, 2026
Next Post
বুধ-শনিৰ দুৰ্লভ দশাংক যোগ! খুলিব সাফল্যৰ দুৱাৰ, এই ৪ৰাশিৰ জীৱনত অৰ্থবৃষ্টিৰ পূৰ্ণ সম্ভাৱনা

বুধ-শনিৰ দুৰ্লভ দশাংক যোগ! খুলিব সাফল্যৰ দুৱাৰ, এই ৪ৰাশিৰ জীৱনত অৰ্থবৃষ্টিৰ পূৰ্ণ সম্ভাৱনা

নেটমাধ্যমত ট্ৰেণ্ডিং ‘পাৰফেক্ট ফেব্ৰুৱাৰী’, কিয় বিশেষ এইবাৰৰ ফেব্ৰুৱাৰী মাহ? নেপথ্যত কি কাৰণ?

নেটমাধ্যমত ট্ৰেণ্ডিং ‘পাৰফেক্ট ফেব্ৰুৱাৰী’, কিয় বিশেষ এইবাৰৰ ফেব্ৰুৱাৰী মাহ? নেপথ্যত কি কাৰণ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.