• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাষলৈ আহিব ৰাহু-সূৰ্য-মঙ্গল, সাৱধান হওক, গ্ৰহণ যোগৰ সৈতে অঙ্গাৰক যোগে বিপদত পেলাব এই ৫ৰাশিক

কাষলৈ আহিব ৰাহু-সূৰ্য-মঙ্গল, সাৱধান হওক, গ্ৰহণ যোগৰ সৈতে অঙ্গাৰক যোগে বিপদত পেলাব এই ৫ৰাশিক

5 months ago
চলমানৰ প্ৰথম প্ৰেমিকাৰ সৈতে কিয়াৰাৰ বিশেষ সম্পৰ্ক, কেনেকৈ?

চলমানৰ প্ৰথম প্ৰেমিকাৰ সৈতে কিয়াৰাৰ বিশেষ সম্পৰ্ক, কেনেকৈ?

50 minutes ago
Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

2 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

ভুলতেও আওকাণ নকৰিব এই ৪ টা সপোনক, পাব ভৱিষ্যতৰ ইংগিত!

3 hours ago
ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

4 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

5 hours ago
২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

14 hours ago
জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

14 hours ago
আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

15 hours ago
অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

16 hours ago
‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

17 hours ago
প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

17 hours ago
‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাষলৈ আহিব ৰাহু-সূৰ্য-মঙ্গল, সাৱধান হওক, গ্ৰহণ যোগৰ সৈতে অঙ্গাৰক যোগে বিপদত পেলাব এই ৫ৰাশিক

কাষলৈ আহিব ৰাহু-সূৰ্য-মঙ্গল, সাৱধান হওক, গ্ৰহণ যোগৰ সৈতে অঙ্গাৰক যোগে বিপদত পেলাব এই ৫ৰাশিক

editor by editor
February 3, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কাষলৈ আহিব ৰাহু-সূৰ্য-মঙ্গল, সাৱধান হওক, গ্ৰহণ যোগৰ সৈতে অঙ্গাৰক যোগে বিপদত পেলাব এই ৫ৰাশিক
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান ৰাহুৱে অৱস্থান কৰিছে কুম্ভ ৰাশিত৷ ৬ ফেব্ৰুৱাৰীত মঙ্গলে কুম্ভত প্ৰৱেশ কৰিব৷ ইয়াৰপাছতেই ১৩ ফেব্ৰুৱাৰীত কুম্ভ ৰাশিত যাব সূৰ্য৷ এই তিনি গ্ৰহই এক ৰাশিত অৱস্থান কৰাৰ ফলত ক্ষতিকৰ যোগ গঠিত হব৷ এই দুই ক্ষতিকৰ যোগ হ’ব গ্ৰহণ যোগ আৰু অঙ্গাৰক যোগ৷ একেলগে দুটাকৈ অশুভ যোগৰ প্ৰভাৱত ফেব্ৰুৱাৰীত নানান সমস্যাৰ সন্মুখীন হ’ব পাঁচ ৰাশিৰ জাতক৷ জানি থওক অশুভ যোগত এই মাহত বিপদত পৰিব কোন কোন?

মেষ ৰাশি

শনিৰ চাৰে সাতি দশা চলি আছে মেষ ৰাশিত৷ তাৰ সৈতে গ্ৰহণ যোগ আৰু অঙ্গাৰক যোগৰ প্ৰভাৱত হঠাৎ খৰচ বাঢ়িব পাৰে এই ৰাশিৰ জাতকৰ৷ আপোনাৰ ভাৱমূৰ্তি ক্ষুন্ন হ’ব পাৰে৷ সামাজিক মৰ্যাদা নষ্ট হ’ব৷ বন্ধুৰ সৈতে সম্পৰ্ক বেয়া হ’ব পাৰে৷ মনৰ ইচ্ছা পূৰণ নহ’ব৷

সিংহ ৰাশি

সিংহ ৰাশিত বৰ্তমান গোচৰ কৰিছে কেতুৱে৷ তাৰ সৈতে গ্ৰহণ যোগ আৰু অঙ্গাৰক যোগৰ প্ৰভাৱত কেৰিয়াৰত নানান সমস্যা আহিব পাৰে এই ৰাশিৰ জাতকৰ৷ ব্যৱসায়ত পাৰ্টনাৰৰ কাৰণে ক্ষতি হ’ব পাৰে৷ দাম্পত্য জীৱনত সমস্যাই দেখা দিব৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ মঙ্গল৷ কুম্ভ ৰাশিত মঙ্গলৰ অৱস্থানৰ ফলত গঠিত হৈছে অঙ্গাৰক যোগ৷ এই অশুভ যোগৰ প্ৰভাৱত আৰ্থিক ক্ষতিৰ সন্মুখীন হব বৃশ্চিক ৰাশিৰ জাতক৷ সম্পত্তি সংক্ৰান্তিয় সমস্যাই আপোনাৰ ক্ষতি কৰিব পাৰে৷ সচেতন হৈ কাম কৰক৷ স্বাস্থ্য ভালে নাথাকিব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিতেই গঠিত হব অঙ্গাৰক যোগ আৰু গ্ৰহণ যোগ৷ এই দুই অশুভ যোগৰ প্রভাৱত সকলোতকৈ বেছি ক্ষতিৰ সন্মুখীন হব এই ৰাশিৰ জাতক৷ এই সময়ত আপোনাৰ মনত দ্বিধা-দ্বন্দ্বই কাম কৰিব৷ জনপ্ৰিয়তা কমিব৷ ছালৰ সমস্যাত ভুগিব পাৰে৷ ভুল সিদ্ধান্তই আপোনাৰ কেৰিয়াৰৰ ক্ষতি কৰিব পাৰে৷ পৰিয়াল আৰু কেৰিয়াৰৰ মাজত বেলেন্স ৰখা কষ্টকৰ হব৷

মীন ৰাশি

মীন ৰাশিৰ দ্বাদশ ঘৰত গঠিত হব অঙ্গাৰক যোগ আৰু গ্ৰহণ যোগ৷ এই কাৰণত ফেব্ৰুৱাৰীত নানান অসুখত ভুগিব পাৰে এই ৰাশিৰ জাতক৷ চিকিৎসাৰ বাবে ধন ব্যয় হব৷ সম্পত্তি হেৰুৱাব পাৰে৷ আইনী যুঁজৰ ফল আপোনাৰ বিপক্ষে যাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চলমানৰ প্ৰথম প্ৰেমিকাৰ সৈতে কিয়াৰাৰ বিশেষ সম্পৰ্ক, কেনেকৈ?
বিনোদন

চলমানৰ প্ৰথম প্ৰেমিকাৰ সৈতে কিয়াৰাৰ বিশেষ সম্পৰ্ক, কেনেকৈ?

June 24, 2026
Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!
ভাৰত

Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

June 24, 2026
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!
জীৱনশৈলী

ভুলতেও আওকাণ নকৰিব এই ৪ টা সপোনক, পাব ভৱিষ্যতৰ ইংগিত!

June 24, 2026
ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।
বিনোদন

ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

June 24, 2026
Next Post
শনিৰ ঘৰত ৫গ্ৰহৰ মেলা, ফেব্ৰুৱাৰীতে ধনৰ গাদীত উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

শনিৰ ঘৰত ৫গ্ৰহৰ মেলা, ফেব্ৰুৱাৰীতে ধনৰ গাদীত উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

৪.৫২ লাখ কোটি টকাৰ চুক্তি, ৰাছিয়াৰ তেল ক্ৰয় নকৰে ভাৰতে, ভাৰত-আমেৰিকাৰ চুক্তিত কি কি আছে?

৪.৫২ লাখ কোটি টকাৰ চুক্তি, ৰাছিয়াৰ তেল ক্ৰয় নকৰে ভাৰতে, ভাৰত-আমেৰিকাৰ চুক্তিত কি কি আছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.