• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিৰ ঘৰত ৫গ্ৰহৰ মেলা, ফেব্ৰুৱাৰীতে ধনৰ গাদীত উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

4 months ago
মহাদেৱৰ ১২ ট জ্যোতিৰ্লিংগ! কোন শিৱক্ষেত্ৰ দৰ্শন কৰিলে কি বিশেষ ফল পাব ভক্তই?

1 hour ago
কথা দিছিল, কথা ৰাখিলে অক্ষয় কুমাৰে! কাশ্মীৰৰ চৰকাৰী বিদ্যালয়লৈ ১ কোটিৰ অনুদান অভিনেতা অক্ষয়ৰ

2 hours ago
প্ৰতি ঘণ্টাত আয় ৭৪০০ টকা! মহিলাৰ পেছা শুনিলে চমকি উঠিব আপুনি

3 hours ago
কেদাৰনাথ ধাম কোনে কেতিয়া নিৰ্মাণ কৰিছিল? কেদাৰনাথক ভোলানাথৰ বাসস্থান বুলি কিয় কোৱা হয়?

ডাইন’ছৰতকৈ পুৰণি, জীয়াই থকাৰ অদ্ভুত ক্ষমতা, পঁইতাচোৰা সম্পৰ্কে জানি থওক ১০টা নজনা তথ্য

বকেয়া কাম দ্ৰুত শেষ কৰক, মন্ত্ৰিপৰিষদৰ বৈঠকত দেশৰ ভৱিষ্যতক লৈ কি কি সিদ্ধান্ত? মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতি, কি হ’ব পাৰে দেশৰ ভৱিষ্যত?

4 hours ago
বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?

5 hours ago
মাত্ৰ ৫০ বছৰ বয়সৰ ভিতৰতেই ২ কোটি টকাৰ মালিক হোৱাৰ সপোন দেখিছে? যদি ৩০ বছৰ বয়স হয় তেন্তে কিমান টকাৰ SIP কৰিব?

গজকেশৰী আৰু বুধাদিত্য যোগৰ ডাবল ধামাকা, আজিৰ পৰাই ৫ৰাশিৰ কেৰিয়াৰত উন্নতি, অৰ্থকষ্ট শেষ হ’ব কাৰ কাৰ?

জুন মাহত ৫গ্ৰহৰ অৱস্থান সলনিত গঠিত হ’ব ৩টাকৈ ৰাজযোগ, সলনি হ’ব এই ৪ৰাশিৰ জীৱন

6 hours ago
এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে

7 hours ago
চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনিৰ ঘৰত ৫গ্ৰহৰ মেলা, ফেব্ৰুৱাৰীতে ধনৰ গাদীত উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

শনিৰ ঘৰত ৫গ্ৰহৰ মেলা, ফেব্ৰুৱাৰীতে ধনৰ গাদীত উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

editor by editor
February 3, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
শনিৰ ঘৰত ৫গ্ৰহৰ মেলা, ফেব্ৰুৱাৰীতে ধনৰ গাদীত উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষ অনুসৰি পঞ্চগ্ৰহী অত্যন্ত শুভ আৰু বিৰল যোগ৷ পাঁচটা গ্ৰহই এক ৰাশিত ওচৰাওচৰিকৈ অৱস্থান কৰিলে এই যোগ গঠিত হয়৷ আগন্তুক ২৩ ফেব্ৰুৱাৰীত শনিৰ ৰাশি কুম্ভত এই পঞ্চগ্ৰহী যোগ গঠিত হব৷ সূৰ্য, বুধ, শুক্ৰ, মঙ্গল আৰু ৰাহুৱে কুম্ভ ৰাশিত একেলগে গোচৰ কৰি গঠন কৰিব পঞ্চগ্ৰহী যোগ৷ জ্যোতিষ গণনাই কৈছে, শনিৰ ঘৰত এই পাঁচ গ্ৰহৰ মেলা লাভজনক হ’ব চাৰি ৰাশিৰ জাতকৰ বাবে৷ জানি থওক পঞ্চগ্ৰহী যোগৰ প্ৰভাৱত ভাগ্য খুলিব কাৰ কাৰ?

মেষ ৰাশি

২৩ ফেব্ৰুৱাৰীৰ পৰা ভাল সময় আৰম্ভ হৈছে মেষ ৰাশিৰ জাতকৰ জীৱনত৷ পাঁচ গ্ৰহৰ শুভ প্রভাৱত মেষৰ সন্মুখত উন্নতিৰ দুৱাৰ খুলিব৷ ডাঙৰ কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে সাৱধান হওক৷ দীৰ্ঘদিনৰ অসুখৰ পৰা মুক্তি পাব৷ কামৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব৷ কেৰিয়াৰত উন্নতি হব৷ জীৱনলৈ কিছু পজিটিভ পৰিবৰ্তন আহিব৷

সিংহ ৰাশি

পঞ্চগ্ৰহী যোগৰ শুভ প্ৰভাৱ পৰিব সিংহ ৰাশিত৷ এই সময় আপোনাৰ বাবে লাভজনক হব আৰু বেছ কিছু পুৰণি সমস্যাৰ সমাধান কৰিব পাৰে৷ আপুনি খং নিয়ন্ত্ৰণত ৰাখিব পাৰিলে লাভ আপোনাৰেই হব৷ অলপ ধৈৰ্য্য ধৰক৷ সূৰ্যৰ প্ৰভাৱত ব্যক্তিত্বৰ বিকাশ হব৷ চৰকাৰী কাম সম্পূৰ্ণ কৰিব পাৰে৷

কন্যা ৰাশি

পঞ্চগ্ৰহী যোগে কন্যা ৰাশিৰ জাতকৰ বাবে ভাল সময় আনিব৷ চাকৰিয়ালে উন্নতি কৰিব৷ ব্যৱসায়ীয়েও উল্লেখযোগ্য মুনাফা পাব৷ উন্নতিৰ নতুন পথ খুলি যাব৷ বাকী থকা কাম সম্পূৰ্ণ হব৷ পাবলগীয়া টকা উদ্ধাৰ হব৷ এই সময়ত আপোনাৰ মন শান্ত থাকিব আৰু কথাত মাধুৰ্য থাকিব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকৰ বাবে পঞ্চগ্ৰহী যোগে লাভৰ নতুন পথ খুলিব৷ সকলো কামতে তেওঁলোকে সাফল্য পাব৷ পূৰ্বে কৰা পৰিশ্ৰমৰ সম্পূৰ্ণ সুফল লাভ কৰিব৷ আত্মবিশ্বাস বাঢ়িব৷ আৰ্থিক পৰিস্থিতি ভালে থাকিব৷ মন শান্ত কৰি বৃহৎ সিদ্ধান্ত ল’ব পাৰে৷ পৰিয়ালৰ সৈতে কোৱালিটি টাইম কটোৱাৰ সুযোগ পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহাদেৱৰ ১২ ট জ্যোতিৰ্লিংগ! কোন শিৱক্ষেত্ৰ দৰ্শন কৰিলে কি বিশেষ ফল পাব ভক্তই?
জীৱনশৈলী

May 22, 2026
কথা দিছিল, কথা ৰাখিলে অক্ষয় কুমাৰে! কাশ্মীৰৰ চৰকাৰী বিদ্যালয়লৈ ১ কোটিৰ অনুদান অভিনেতা অক্ষয়ৰ
জীৱনশৈলী

কথা দিছিল, কথা ৰাখিলে অক্ষয় কুমাৰে! কাশ্মীৰৰ চৰকাৰী বিদ্যালয়লৈ ১ কোটিৰ অনুদান অভিনেতা অক্ষয়ৰ

May 22, 2026
প্ৰতি ঘণ্টাত আয় ৭৪০০ টকা! মহিলাৰ পেছা শুনিলে চমকি উঠিব আপুনি
জীৱনশৈলী

প্ৰতি ঘণ্টাত আয় ৭৪০০ টকা! মহিলাৰ পেছা শুনিলে চমকি উঠিব আপুনি

May 22, 2026
কেদাৰনাথ ধাম কোনে কেতিয়া নিৰ্মাণ কৰিছিল? কেদাৰনাথক ভোলানাথৰ বাসস্থান বুলি কিয় কোৱা হয়?
জীৱনশৈলী

কেদাৰনাথ ধাম কোনে কেতিয়া নিৰ্মাণ কৰিছিল? কেদাৰনাথক ভোলানাথৰ বাসস্থান বুলি কিয় কোৱা হয়?

May 22, 2026
Next Post
৪.৫২ লাখ কোটি টকাৰ চুক্তি, ৰাছিয়াৰ তেল ক্ৰয় নকৰে ভাৰতে, ভাৰত-আমেৰিকাৰ চুক্তিত কি কি আছে?

মহাশিৱৰাত্ৰিত চতুৰ্গ্ৰহী যোগ, শিৱ-শনিয়ে ধনী কৰি তুলিব এই ৪ৰাশিক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন