• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

3 hours ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

56 minutes ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

1 hour ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

2 hours ago
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

4 hours ago
সৌভাগ্য উজলি উঠিব, ফেব্ৰুৱাৰীত একাধিক ৰাজযোগত আৰ্থিক ভাগ্য তুংগত উঠিব এই ৪ৰাশিৰ

5 hours ago
৬ ফেব্ৰুৱাৰীত গঠন হ’ব শুক্ৰাদিত্য ৰাজযোগ, ৪ৰাশিৰ জীৱনলৈ আহিছে শুভ সময়

প্ৰতিদিনৰ এই ৪ বদভ্যাস ত্যাগ কৰক! আপোনাৰ এই অভ্যাসেই বঢ়াইছে কৰ্কটৰ আশংকা

6 hours ago
শনি-শুক্ৰৰ মিলনত অৰ্ধকেন্দ্ৰ ৰাজযোগ, সকলোকে হৰুৱাই ৰজাৰ আসনত বহিব ৫ৰাশি

7 hours ago
বুধবাৰে বসুমান যোগ, ভগৱান গণেশৰ কৃপা লাভ কৰিব এই ৫ৰাশিয়ে

24 hours ago
ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?

1 day ago
এপিষ্টনৰ প্ৰমোদ দ্বীপত কি চলিছিল, দ্বীপত চলা ঘটনা সম্পৰ্কে জানিলে হতচকিত হৈ উঠিব আপুনি

এয়াৰ ইণ্ডিয়াৰ বাবে যাত্ৰীৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ নহয় নেকি? লণ্ডনৰ পৰা উৰি অহা বোয়িং ৭৮৭ৰ ফুয়েল কন্ট্ৰোল ছুইচত বিসংগতি

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, February 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

editor by editor
February 4, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ
0
SHARES
254
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আকৌ মাজ আকাশৰ বিমানত বিপদ! অলপৰ বাবে প্ৰাণ ৰক্ষা পাৰিল ২৩৬ জন যাত্ৰী৷ বুধবাৰে দুপৰীয়া টাৰ্কিছ এয়াৰলাইন্সৰ যাত্ৰীবাহী বিমানত হঠাৎ জুই দেখা পায়৷ লগে লগেই জৰুৰী ভিত্তিত এয়াৰ ট্ৰেফিক কন্ট্ৰলৰ সৈতে যোগাযোগ কৰি বিমানখন দমদম আন্তৰ্জাতিক বিমানবন্দৰত তৎক্ষণাৎ অৱতৰণ কৰোৱা হয়৷ কেনেকৈ জুই লাগিল সেই বিষয়টো এতিয়াও নিশ্চিতকৈ জানিব পৰা হোৱা নাই৷ অৱতৰণৰ পছতেই বিমানখনৰ পৰীক্ষা কৰি থকা হৈছে৷ যদি কোনো সমস্যা নাই তেন্তে আকৌ যাত্ৰীসকলক লৈ উৰা মাৰিব বুলি জনাইছে এয়াৰলাইন্স কৰ্তৃপক্ষই৷

দমদম বিমানবন্দৰ সূত্ৰৰ পৰা জনা গৈছে টাৰ্কিছ এয়াৰলাইন্সৰ ৭২৭ বিমানখন নেপালৰ কাঠমাণ্ডুৰ পৰা তুৰস্কৰ ইস্তানবুলৰ উদ্দেশ্যে ৰাওনা হৈছিল৷ আছিল ২৩৭ জন যাত্ৰী৷ বিমানখনে যেতিয়া কলকাতাৰ আকাশসীমাৰ কাষলৈ আহে তেতিয়াই পাইলটে লক্ষ্য কৰে যে বিমানৰ সোঁফালৰ পৰা ইঞ্জিনৰ এটা অংশত জুই লাগিছে৷ পাইলটে তৎক্ষণাৎ কলকাতাৰ এয়াৰ ট্ৰেফিক কন্ট্ৰলৰ সৈতে যোগাযোগ কৰে৷ বিমানৰ জৰুৰী অৱতৰণো কৰাব খোজে পাইলটে৷ লগে লগেই কলকাতা এটিচিৰ পৰা সেউজ সংকেত লাভ কৰাৰ পাছতেই কলকাতা বিমানবন্দৰত টাৰ্কিছ বিমানখনে নিৰাপদে অৱতৰণ কৰে৷

জনা গৈছে যে এটিচিৰ মাধ্যমেৰে বিপদ সংকেত লাভ কৰি কলকাতা বিমানবন্দৰ কৰ্তৃপক্ষই পূৰ্বৰে পৰাই অগ্নিনিৰ্বাপক বাহিনীৰ লোকক সাজু কৰি ৰাখিছিল৷ টাৰ্কিছ বিমানখনে নিৰাপদে অৱতৰণৰ পাছতেই যাত্ৰীসকলক নমাই অনা হয়৷ বৰ্তমান বিমানৰ মেৰামতিৰ কাম অব্যাহত আছে৷ বিমানৰ সকলো পৰীক্ষা শেষ হলেই TK 727 উৰাজাহাজ যাত্ৰীসকলক লৈ ইস্তানবুলৰ উদ্দেশ্যে ৰাওনা হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?
জীৱনশৈলী

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

February 4, 2026
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত
জীৱনশৈলী

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

February 4, 2026
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত
জীৱনশৈলী

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

February 4, 2026
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?
জীৱনশৈলী

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

February 4, 2026
Next Post
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন